VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ছুপাৰ-৮ত ৱেষ্ট ইণ্ডিজ, বিদায় লোৱাৰ দিশে নিউজিলেণ্ড

voicedesk by voicedesk
June 13, 2024
in ক্ৰীড়া
ছুপাৰ-৮ত ৱেষ্ট ইণ্ডিজ, বিদায় লোৱাৰ দিশে নিউজিলেণ্ড
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

ৱেষ্ট ইণ্ডিজে বিগত টি-২০ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিব পৰা নাছিল ৷ এইবাৰ তেওঁলোকে ছুপাৰ এইটত স্থান লাভ কৰিছে । বৃহস্পতিবাৰে নিউজিলেণ্ডক ১৩ ৰানত পৰাস্ত কৰি কেৰিবিয়ান দলটোৱে ছুপাৰ এইটলৈ যোগ্যতা অৰ্জন কৰে। আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ সুযোগ নোপোৱা শ্বাৰফেন ৰাদাৰফোৰ্ডে মেচখনত জয়লাভ কৰাত বিশেষভাৱে সহায় কৰে ৷

 

বৃহস্পতিবাৰে পুৱা গ্ৰুপ চি মেচত ৰাদাৰফোৰ্ডে নিউজিলেণ্ডক পৰাস্ত কৰে। ৱেষ্ট ইণ্ডিজে তিনিখন মেচত ৬ পইণ্ট লাভ কৰে। নিউজিলেণ্ডে এতিয়াও কোনো পইণ্ট লাভ কৰা নাই। বাকী দুখন মেচত জয়ী হ’লেও ৪ পইণ্টতকৈ বেছি লাভ নকৰিব। এই গ্ৰুপত আফগানিস্তানে ইতিমধ্যে ৪ পইণ্ট লাভ কৰিছে। তেওঁলোকৰ মাজত দুখন মেচ বাকী আছে। ইয়াৰে এখন হৈছে পাপুয়া নিউগিনিৰ বিৰুদ্ধে।  যদি আফগানিস্তানে ৬ পইণ্ট লাভ কৰে, তেন্তে নিউজিলেণ্ডে কোনো ধৰণে পৰৱৰ্তী ৰাউণ্ডলৈ যাব নোৱাৰিব। যদি আফগান ৪ পইণ্টত আবদ্ধ হৈ থাকে তেন্তে নিউজিলেণ্ডে সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে ৷

 

মেচখনত প্ৰথম বেটিং কৰি ৱেষ্ট ইণ্ডিজে ১৪৯ ৰান সংগ্ৰহ কৰে। ৩৯টা বলত ৰাদাৰফোৰ্ডে ৬৮ ৰান সংগ্ৰহ কৰে। আই পি এলত কে কে আৰৰ হৈ খেলাৰ সুযোগ লাভ কৰা নাছিল তেওঁ ।মেন অৱ দ্য মেচৰ বঁটা লাভ কৰি ৰাদাৰফোৰ্ডে কয়, ‘যোৱা দুমাহ ধৰি মই আই পি এলৰ সৈতে জড়িত হৈ আছিলো। হয়তো মেচ খেলাৰ সুযোগ নাপালোঁ। কিন্তু মই অনুশীলন কৰিলোঁ। তাৰ পৰাই মই নিজকে গঢ়ি তুলিলোঁ।”

Previous Post

কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহন সর্বানন্দ সোনোৱাল-পবিত্ৰ মার্ঘেৰিটাৰ

Next Post

জি-৭ৰ বৈঠকত অংশগ্ৰহণৰ বাবে আজি ইটালীলৈ প্ৰধানমন্ত্ৰী মোদী

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
জি-৭ৰ বৈঠকত অংশগ্ৰহণৰ বাবে আজি ইটালীলৈ প্ৰধানমন্ত্ৰী মোদী

জি-৭ৰ বৈঠকত অংশগ্ৰহণৰ বাবে আজি ইটালীলৈ প্ৰধানমন্ত্ৰী মোদী

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7