VOICE 24x7
Wednesday, November 29, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিশ্বকাপৰ বাবে ঘোষণা ৱেষ্ট ইণ্ডিজ দল, বাদ পৰিল হেটমায়াৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 13, 2023
in ক্ৰীড়া
বিশ্বকাপৰ বাবে ঘোষণা ৱেষ্ট ইণ্ডিজ দল, বাদ পৰিল হেটমায়াৰ
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

ৱেষ্ট ইণ্ডিজে বিশ্বকাপৰ কোৱালিফাইং ৰাউণ্ড খেলিব লাগিব। দুবাৰৰ বিশ্বকাপ বিজয়ী কেৰিবিয়ানে ঘোষণা কৰিছে ১৫ জনীয়া দল। কিন্তু ২০১৬ চনত ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ জয় কৰা শ্বিমৰন হেটমায়াৰ সেই দলত স্থান লাভ কৰা নাই। এইবাৰ আই পি এলত ছন্দত থাকিলেও   হেটমাইয়াৰে জাতীয় দলত স্থান নাপালে।

 

কিমো পল আৰু গুদাকেশ মতীক পুনৰ ৱেষ্ট ইণ্ডিজৰ দললৈ অনা হৈছে। চলিত বৰ্ষৰ জুন আৰু জুলাই মাহত জিম্বাবুৱেত অনুষ্ঠিত হ’ব এদিনীয়া বিশ্বকাপৰ কোৱালিফায়াৰ। ছুপাৰ লীগত নৱম স্থানত আছে ৱেষ্ট ইণ্ডিজ । কোৱালিফাইং ৰাউণ্ডত ছটা দলে প্ৰতিদ্বন্দ্বিতা কৰিব। তাৰ পৰা দুটা দলে মূল প্ৰতিযোগিতাত খেলাৰ সুযোগ পাব। । অক্টোবৰৰ পৰা আৰম্ভ হ’ব বিশ্বকাপ।

 

শ্বাই হোপক ৱেষ্ট ইণ্ডিজ দলৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছে ।কিন্তু হেটমাইয়াৰৰক বাদ দিয়া কার্যত সকলোকে আচৰিত কৰি তুলিলে। যোৱা বছৰো তেওঁ টি-২০ বিশ্বকাপ দলত প্ৰথম স্থান লাভ কৰিছিল। কিন্তু প্ৰদর্শন আশা কৰা ধৰণে নাছিল ৷ গতিকে তেওঁক বাদ দিয়া হ’ল। এইবাৰ তেওঁ এদিনীয়া বিশ্বকাপৰ দলতো অন্তৰ্ভুক্ত নহ’ল।

 

বিশ্বকাপৰ কোৱালিফাইং ৰাউণ্ডত শ্ৰীলংকা, জিম্বাবুৱে, আয়াৰলেণ্ড, নেদাৰলেণ্ডৰ বিৰুদ্ধে খেলিব লাগিব ৱেষ্ট ইণ্ডিজে। তাৰ লগতে নেপাল, ওমান, স্কটলেণ্ড, আমেৰিকা আৰু সংযুক্ত আৰব আমিৰশ্বাহীয়ে বিশ্বকাপত স্থান লাভৰ বাবে যুঁজ দিছে।

 

ৱেষ্ট ইণ্ডিজৰ বহু ক্ৰিকেটাৰে আই পি এলত খেলি আছে। তেওঁলোকৰ বাহিৰেও কেৰিবিয়ান দলটোৱে জিম্বাবুৱেত তিনিখন ৱাৰ্ম আপ মেচ খেলিব। সেই তিনিখন মেচ তেওঁলোকে আমিৰশ্বাহীৰ বিৰুদ্ধে খেলিব।

 

ৱেষ্ট ইণ্ডিজ: শ্বাই হোপ (অধিনায়ক), ৰাভান পাৱেল (উপ-অধিনায়ক), শ্বামাৰ ব্ৰুকছ, য়ানিক কাৰিয়া, কেছি কাৰ্টি, ৰষ্টন চেজ, জেছন হোল্ডাৰ, আকিল হুছেইন, আলজাৰী জোচেফ, ব্ৰেণ্ডন কিং, কাইল মেয়াৰ্ছ, গুদাকেশ মোটি, কিমো পল , নিকোলাছ পুৰাণ আৰু ৰোমাৰিয়া শ্বেফাৰ্ড।

Previous Post

শুই উঠি কেৱল একাপ কফিৰ চুমুক দিয়াই নহয়, ছালত কফিৰ গুড়িও প্ৰয়োগ কৰক, ঘুৰি আহিব ছালৰ হেৰুওৱা সৌন্দর্য্য

Next Post

হিমাচলৰ পিছত কৰ্ণাটক! ব্যর্থ জেপি নাড্ডা-সফল মল্লিকার্জুন খর্গে

Related Posts

হাৰ্দিক এৰিলে গুজৰাট টাইটানছ, লগে লগে ঘোষণা কৰা হ’ল নতুন অধিনায়ক৷ কোনে দিব নেতৃত্ব!!
ক্ৰীড়া

হাৰ্দিক এৰিলে গুজৰাট টাইটানছ, লগে লগে ঘোষণা কৰা হ’ল নতুন অধিনায়ক৷ কোনে দিব নেতৃত্ব!!

November 27, 2023
আজি  গুৱাহাটী পাব ভাৰত- অষ্ট্ৰেলিয়াৰ দল, বর্ষাপাৰাত হাইভ’ল্টেজ টি-২০ মেচ
ক্ৰীড়া

আজি গুৱাহাটী পাব ভাৰত- অষ্ট্ৰেলিয়াৰ দল, বর্ষাপাৰাত হাইভ’ল্টেজ টি-২০ মেচ

November 27, 2023
সৰ্বভাৰতীয় ডাক বিভাগ টেবুল টেনিছত অসম দলৰ ৰূপৰ পদক লাভ , ভাৰতীয় ডাক টি টি দলত  কৌশিক ফুকন
ক্ৰীড়া

সৰ্বভাৰতীয় ডাক বিভাগ টেবুল টেনিছত অসম দলৰ ৰূপৰ পদক লাভ , ভাৰতীয় ডাক টি টি দলত কৌশিক ফুকন

November 27, 2023
১৫ কোটি দিবলৈ সাজু দলঃ গুজৰাট টাইটানছৰ এৰি পুনৰ মুম্বাই ইণ্ডিয়ানছলৈ উভতি আহিব হাৰ্দিক পাণ্ডিয়া? আৰম্ভ জল্পনা-কল্পনা
ক্ৰীড়া

১৫ কোটি দিবলৈ সাজু দলঃ গুজৰাট টাইটানছৰ এৰি পুনৰ মুম্বাই ইণ্ডিয়ানছলৈ উভতি আহিব হাৰ্দিক পাণ্ডিয়া? আৰম্ভ জল্পনা-কল্পনা

November 25, 2023
বিশ্বকাপত হাৰিলেও জিৰণি নাপাব ভাৰতীয় দলে, বিশ্বকাপৰ ৪ দিন পিছৰ পৰা ছয়মাহলৈ কোন কোন দলৰ বিৰুদ্ধে খেলিব শৃংখলা ?
ক্ৰীড়া

বিশ্বকাপত হাৰিলেও জিৰণি নাপাব ভাৰতীয় দলে, বিশ্বকাপৰ ৪ দিন পিছৰ পৰা ছয়মাহলৈ কোন কোন দলৰ বিৰুদ্ধে খেলিব শৃংখলা ?

November 21, 2023
চিবিএছই ৰাষ্ট্ৰীয় যোগ চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অৰ্জন মালিগাওঁৰ কুঁহি ডেকাৰ
ক্ৰীড়া

চিবিএছই ৰাষ্ট্ৰীয় যোগ চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অৰ্জন মালিগাওঁৰ কুঁহি ডেকাৰ

November 20, 2023
Next Post
হিমাচলৰ পিছত কৰ্ণাটক! ব্যর্থ জেপি নাড্ডা-সফল মল্লিকার্জুন খর্গে

হিমাচলৰ পিছত কৰ্ণাটক! ব্যর্থ জেপি নাড্ডা-সফল মল্লিকার্জুন খর্গে

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

উত্তৰকাশীত সুৰংগৰ পৰা  জীৱন্তে উদ্ধাৰ অসমৰ দুই শ্ৰমিকসহ আবদ্ধ ৪১ শ্ৰমিক

উত্তৰকাশীত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ অসমৰ দুই শ্ৰমিকসহ আবদ্ধ ৪১ শ্ৰমিক

November 28, 2023
আইচলেণ্ডত ৪৮ ঘন্টাত ৭০০টা ভূমিকম্প , সতর্কতা জাৰি চৰকাৰৰ

আইচলেণ্ডত ৪৮ ঘন্টাত ৭০০টা ভূমিকম্প , সতর্কতা জাৰি চৰকাৰৰ

November 28, 2023
ধনৰ বিনিময়ত নিযুক্তিঃএপিএছচি কেলেংকাৰিত অভিযুক্ত দুই এচিএছ বিষয়া এছআইটিৰ সন্মুখত হাজিৰ , কোন বিষয়ালৈ জাৰি কৰা হৈছে জাননী !!

ধনৰ বিনিময়ত নিযুক্তিঃএপিএছচি কেলেংকাৰিত অভিযুক্ত দুই এচিএছ বিষয়া এছআইটিৰ সন্মুখত হাজিৰ , কোন বিষয়ালৈ জাৰি কৰা হৈছে জাননী !!

November 28, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7