VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিশ্বকাপত ক’ত খেলিব ভাৰত-পাকিস্তানে? ব’ৰ্ডে ক’ত ফাইনেল মেচৰ আয়োজন কৰিব পাৰে?

voicedesk by voicedesk
March 30, 2023
in ক্ৰীড়া
বিশ্বকাপত ক’ত খেলিব ভাৰত-পাকিস্তানে? ব’ৰ্ডে ক’ত ফাইনেল মেচৰ আয়োজন কৰিব পাৰে?
0
SHARES
25
VIEWS
Share on FacebookShare on Twitter

চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’ব এদিনীয়া  বিশ্বকাপ। অক্টোবৰৰ পৰা এই প্ৰতিযোগিতা আৰম্ভ হ’ব পাৰে বুলি ইতিমধ্যে প্ৰকাশ পাইছে ৷  আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত বিশ্বকাপৰ ফাইনেল অনুষ্ঠিত হ’ব পাৰে বুলি সূত্ৰই সদৰী কৰিছে ৷ ২০১১ চনৰ বিশ্বকাপৰ ফাইনেল অনুষ্ঠিত হোৱা মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত ছেমি ফাইনেল অনুষ্ঠিত হ’ব পাৰে।

 

বিশ্বকাপত মুঠ ৪৮খন খেল অনুষ্ঠিত হ’ব। ব’ৰ্ডৰ পৰিকল্পনা অনুসৰি মুঠ ১২খন চহৰত অনুষ্ঠিত হ’ব এই মেচ। অৰ্থাৎ প্ৰতিখন চহৰতে কমেও চাৰিখন খেলৰ আয়োজন কৰা হ’ব। ফাইনেলখন আহমেদাবাদত অনুষ্ঠিত হোৱাটো প্ৰায় নিশ্চিত। এই ষ্টেডিয়ামখন সংস্কাৰ কৰাৰ পিছত দৰ্শকৰ সংখ্যা এক লাখলৈ বৃদ্ধি কৰা হৈছে। ফলত এইকেইদিন আহমেদাবাদত যিকোনো ডাঙৰ প্ৰতিযোগিতাৰ ফাইনেল বা মুকলি মেচ অনুষ্ঠিত হয়। এইবাৰ আই পি এলৰ উদ্বোধনী মেচখনো এই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৷

 

পাকিস্তানে বিশ্বকাপ খেলিবলৈ ভাৰতলৈ আহিব নে নাহিব সেয়া এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু যদি তেওঁলোকে সন্মতি দিয়ে, তেন্তে দিল্লী বা চেন্নাইত ভাৰত –পাকিস্তানৰ মেচ অনুষ্ঠিত হ’ব পাৰে ৷ শেষবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হোৱা বিশ্বকাপত দুয়োটা দলৰ মাজত ছেমি ফাইনেলত মুখামুখি হৈছিল। সেই মেচখন হৈছিল মোহলীত। এইবাৰ গ্ৰুপতেই ই্টো দল আনটোৰ মুখামুখি হোৱাৰ সুযোগ আছে ৷

 

শেহতীয়াকৈ জনা গৈছে যে বাবৰ আজমে হয়তো ভাৰতলৈ বিশ্বকাপ খেলিবলৈ নাহিব। ইয়াৰ বিপৰীতে বাংলাদেশত পাকিস্তানৰ মেচ অনুষ্ঠিত হ’ব  পাৰে। কিন্তু বিষয়টো এতিয়াও চূড়ান্ত হোৱা নাই। পাকিস্তান ক্ৰিকেট ব’ৰ্ডে আইচিচিৰ বৈঠকত এনে প্ৰস্তাৱ দিব পাৰে। যিহেতু ভাৰতে এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ নাযায়, সেয়েহে তেওঁলোকেও এদিনীয়া বিশ্বকাপ খেলিবলৈ ভাৰতলৈ আহিব নিবিচাৰে। ইতিমধ্যে পাকিস্তান কৰ্তৃপক্ষই তেওঁলোকৰ আপত্তি সম্পৰ্কে আইচিচিক অৱগত কৰিছে।

 

 

ক্ৰিকেটতো দুয়োখন দেশৰ শীতল দ্বিপাক্ষিক সম্পৰ্কৰ প্ৰভাৱৰ পৰা মুক্ত নহয়। ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক শৃংখলা কেইবাবছৰ ধৰি বন্ধ হৈ আছে । দুয়োখন দেশে কেৱল আই চি চি বা বহু দলীয় প্ৰতিযোগিতাতহে মুখামুখি হৈছে ।  পৰৱৰ্তী এছিয়া কাপৰ আয়োজক পাকিস্তান। পৰৱৰ্তী এদিনীয়া বিশ্বকাপ পুনৰ আয়োজন কৰিব ভাৰতে। যোৱা টি-২০ বিশ্বকাপৰ সময়ত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সম্পাদক জয় শ্বাহে কয় যে ভাৰতীয় দলটোৱে এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ নাযায়। নিৰপেক্ষ দেশত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা।

 

Previous Post

বিৰাট কোহলীয়ে হঠাৎ বিক্ৰী কৰিলে তেওঁৰ অধিকাংশ গাড়ী! কিয়?

Next Post

চিবিআইয়ে মোদীৰ নাম ল’বলৈ হেঁচা দিছিল অমিত শ্বাহক, কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ অপব্যৱহাৰ সন্দর্ভত কি ক’লে শ্বাহে ?

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
অর্ধসামৰিক বাহিনী-আছাম ৰাইফলছত নিযুক্তিৰ প্ৰাধান্য পাব অগ্নিবীৰে ,ঘোষণা অমিত শ্বাহৰ

চিবিআইয়ে মোদীৰ নাম ল’বলৈ হেঁচা দিছিল অমিত শ্বাহক, কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ অপব্যৱহাৰ সন্দর্ভত কি ক’লে শ্বাহে ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7