VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আই পি এল ২০২৩ৰ পূর্বে এইবাৰ  ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে দিল্লী কেপিটেলছ

ঋষভ পন্তৰ অনুপস্থিতিত আই পি এল ২০২৩ত কোন হ'ব দিল্লী কেপিটেলছৰ অধিনায়ক ?

voicedesk by voicedesk
December 31, 2022
in ক্ৰীড়া
আই পি এল ২০২৩ৰ পূর্বে এইবাৰ  ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন  হৈছে দিল্লী কেপিটেলছ
0
SHARES
31
VIEWS
Share on FacebookShare on Twitter

আই পি এল ২০২৩ৰ প্ৰস্তুতিত এতিয়া ব্যস্ত সকলো ফ্ৰেঞ্চাইজি। শেহতীয়াকৈ অনুষ্ঠিত হোৱা আই পি এল ২০২৩ৰ মিনি অকচনত ফ্ৰেঞ্চাইজিসমূহে  খেলুৱৈসকলৰ ওপৰত যে  ধনৰ বৰষুণহে দিছিল। এই  নিলামত দিল্লী কেপিটেলছেও ক্ৰয় কৰিছে ৫ গৰাকীকৈ খেলুৱৈক।

উল্লেখযোগ্য যে  নিলামৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে ডিচিয়ে ৫ কোটি ৫০ লাখ টকাত মুকেশ কুমাৰক ক্ৰয় কৰিছিল। কিন্তু আই পি এল ২০২৩ৰ পূর্বে এইবাৰ  দিল্লী কেপিটেলছ ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে৷ কিয়নো  ভয়ংকৰ পথ দুৰ্ঘটনাৰ বলি হৈছে দিল্লী কেপিটেলছৰ অধিনায়ক ঋষভ পন্ত।

দিল্লীৰ পৰা গাড়ীৰে ঘৰলৈ যাওঁতে ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় ঋষভ পন্ত। শুকুৰবাৰে পুৱতি নিশা তেওঁৰ গাড়ীখনে অনিয়ন্ত্ৰিত হৈ ৰেলিঙত খুন্দা মাৰে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে ঋষভ পন্ত। আজি  পণ্টৰ মুখৰ প্লাষ্টিক চাৰ্জাৰী কৰা হয়। জানিব পৰা মতে তেওঁৰ আঁঠু আৰু ভৰিৰ গোৰোহাৰ স্কেনিং কৰা হ’ব। চিকিৎসকে জনোৱা মতে, ঋষভ পন্ত এতিয়া  বিপদ সীমাৰ বাহিৰত।অৱশ্যে  এইমছৰ এগৰাকী চিকিৎসকে দাবী কৰিছে যে ঋষভ পন্তৰ সুস্থ হ’বলৈ কমেও তিনি-চাৰি মাহ সময় লাগিব পাৰে।

যদি ঋষভ পন্তই সম্পূৰ্ণ সুস্থ হ’বলৈ তিনি-চাৰি মাহ সময় লয়, তেন্তে এতিয়া ডাঙৰ প্ৰশ্নটো হ’ল তেওঁ পুনৰ খেলপথাৰলৈ ঘূৰি আহিব পাৰিবনে? যদি তিনি-চাৰি মাহৰ ভিতৰত ঋষভ পণ্ট খেলপথাৰলৈ ঘূৰি আহিব নোৱাৰে, তেন্তে আই পি এল ২০২৩ (আই পি এল ২০২৩)ত খেলপথাৰত অৱতীৰ্ণ হোৱাটো  পণ্টৰ বাবে অতি কঠিন হ’ব যেন লাগে।

অৱশ্যে বিচিচিআইয়ে এতিয়াও প্ৰকাশ কৰা নাই আইপিএল ২০২৩ৰ সূচী। কিন্তু অনুমান কৰা হৈছে যে মাৰ্চৰ পৰা জুন মাহৰ ভিতৰত বিচিচিআইয়ে আইপিএল ২০২৩ অনুষ্ঠিত কৰিব পাৰিব। মাৰ্চৰ পৰা জুন মাহৰ ভিতৰত যদি আই পি এল আয়োজন কৰা হয়, তেন্তে এইবাৰ আই পি এলত নিশ্চয়  অংশগ্ৰহণ কৰিব নোৱাৰিব পণ্টে।

কিন্তু যদি ঋষভ পণ্টে আই পি এল ২০২৩ত অংশ ল’ব নোৱাৰে তেন্তে দিল্লী কেপিটেলছৰ বাবে  ই অৱশ্যেই এক কঠিন  পৰিস্থিতি ৰূপে পৰিগণিত হ’ব৷ কাৰণ দিল্লীৰ বাবে দুটা প্ৰত্যাহ্বান আহিব। আই পি এল ২০২৩ (আই পি এল ২০২৩)ত ঋষভ পন্তৰ অনুপস্থিতিত ডি চিক এজন অধিনায়ক আৰু  এজন অভিজ্ঞ বেটছমেনৰ প্ৰয়োজন হ’ব ৷ অৱশ্যে পন্তৰ অনুপস্থিতিত দিল্লী কেপিটেলছে অধিনায়কৰ দায়িত্ব ডেভিদ ৱাৰ্নাৰক অৰ্পণ কৰিব পাৰে বুলি এক অনুমান কৰা হৈছে । কিন্তু ডেভিড ৱাৰ্নাৰৰ অ’পেনাৰত  ঋষভ পণ্টৰ ঠাইত কোনজন খেলুৱৈয়ে বেটিং কৰিব সেয়া সময়ত লক্ষ্যণীয় হ’ব ।

 

Previous Post

গে’টৱে অৱ ইণ্ডিয়াৰ ওচৰত নৱবৰ্ষ উদযাপনৰ বাবে বিশেষ ব্যৱস্থা মুম্বাই আৰক্ষীৰ

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7