VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কোন হ’ব বিৰাট কোহলীৰ উত্তৰসূৰী ? সুনীল গাভাস্কাৰৰ পচণ্ড এইজন তাৰকা

voicedesk by voicedesk
January 17, 2022
in ক্ৰীড়া
কোন হ’ব  বিৰাট কোহলীৰ উত্তৰসূৰী ? সুনীল গাভাস্কাৰৰ পচণ্ড এইজন তাৰকা
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

টেষ্ট  ক্ৰিকেট দলৰ অধিনায়ক পদ ত্যাগ কৰিবলৈ বিৰাট কোহলীয়ে লোৱা সিদ্ধান্ত ঘোষণা কৰাৰ পাছতে ভাৰতীয় দলটোক দীঘলীয়া ফর্মেটত কোনে নেতৃত্ব দিব তাক লৈ আৰম্ভ হৈছে জল্পনা কল্পনা ৷  কোহলীৰ উত্তৰসূৰী হিচাপে চর্চালৈ আহিছে  ৰোহিত শর্মাৰ নাম ৷ ইয়াৰ মাজতে প্ৰাক্তন ভাৰতীয় অধিনায়ক সুনীল গাভাস্কাৰে যুৱ উইকেটকিপাৰ ঋষভ পন্টক টেষ্টৰ  অধিনায়ক হিচাপে যোগ্য বুলি মতপোষণ কৰিছে ৷  এইক্ষেত্ৰত গাভাস্কাৰক সমর্থন জনাইছে যুৱৰাজ সিঙে ৷  টুইটাৰত যুৱৰাজ  সিঙে কয় “সঠিক ! ষ্টাম্পৰ পিছফালে  থাকি ভালদৰে ক্ৰিকেটক অধ্যয়ন কৰি আহিছে পন্টে ৷ “ শনিবাৰে  গাভাস্কাৰে  কৈছিল যে ঋষভ পন্টক পৰৱৰ্তী ভাৰতৰ অধিনায়ক হিচাপে চাবলৈ  তেওঁ অপেক্ষা কৰি আছে ৷

 

উল্লেখ্য যে  দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাৰ পূর্বে  ৰোহিত শৰ্মাক টেষ্ট দলৰ উপ-অধিনায়ক হিচাপে নির্বাচিত  কৰা হৈছিল ৷  ৰোহিত  শর্মা  এই  ভ্ৰমণৰ পৰা বাহিৰ হোৱাৰ লগে লগে  কে এল ৰাহুলে ভাৰতীয় দলটোৰ  অধিনায়কত্বৰ দায়িত্ব পালন  কৰিছিল ৷ কিয়নো কোহলীয়ে জোহান্সবাৰ্গ টেষ্টত অংশ লোৱাৰ পৰা বিৰত আছিল ৷  যশপ্ৰীত বুমৰাহে উপ অধিনায়কৰ ভূমিকা   পালন কৰিছিল। ৰাহুলে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আগন্তুক তিনিখন এদিনীয়া শৃংখলাতো ভাৰতীয় দলটোক নেতৃত্ব দিব।  পণ্টে কেতিয়াও কোনো ফৰ্মেটত ভাৰতীয় দলক নেতৃত্ব দিয়া নাই যদিও  ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ফ্ৰেঞ্চাইজি দিল্লী কেপিটেলছৰ বৰ্তমানৰ  তেওঁ অধিনায়ক।দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন টেষ্টৰ শৃংখলাত দলটোক নেতৃত্ব দিয়াৰ মাত্ৰ এদিন পিছতে ৩৩ বছৰীয়া বিৰাট কোহলীয়ে  অধিনায়ক পদ এৰাৰ কথা ঘোষণা কৰিছিল ৷

 

Previous Post

কেনে আছে লতা মংগেশকাৰৰ স্বাস্থ্য ?

Next Post

দেশৰ শীৰ্ষ আঠ প্ৰতিষ্ঠানৰ বজাৰ মূলধন বৃদ্ধি

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
দেশৰ শীৰ্ষ আঠ প্ৰতিষ্ঠানৰ বজাৰ মূলধন বৃদ্ধি

দেশৰ শীৰ্ষ আঠ প্ৰতিষ্ঠানৰ বজাৰ মূলধন বৃদ্ধি

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7