VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

টি-২০ বিশ্বকাপৰ বিজয়ী দলে কিমান টকাৰ প্ৰাইজমাণী লাভ কৰিব আপুনি জানেনে ? ঘোষণা কৰিলে আইচিচিয়ে

voicedesk by voicedesk
September 30, 2022
in ক্ৰীড়া
টি-২০ বিশ্বকাপৰ বিজয়ী দলে কিমান টকাৰ প্ৰাইজমাণী লাভ কৰিব আপুনি জানেনে ? ঘোষণা কৰিলে আইচিচিয়ে
0
SHARES
50
VIEWS
Share on FacebookShare on Twitter

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আইচিচিয়ে শুকুৰবাৰে আগন্তুক টি-২০ বিশ্বকাপ ২০২২ৰ বাবে পুৰস্কাৰৰ হিচাপে প্ৰদান কৰিবলগীয়া ধনৰ পৰিমান ঘোষণা কৰে ৷ টি-২০ খিতাপ বিজয়ীসকলে এইবাৰ ট্ৰফীৰ লগত লাভ কৰিব  ১৬ লাখ মাৰ্কিন ডলাৰ।  ভাৰতীয় মূল্যৰ হিচাপত এই মূল্য হৈছে ১৩,০৬,৩০,২৮০ টকা ৷ ক্ৰিকেট সংস্থাটোৱে এক আনুষ্ঠানিক সংবাদ মেলত কয় – “ ১৩ নৱেম্বৰত মেলবৰ্ণত অনুষ্ঠিত হ’বলগীয়া আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২২ত বিজয়ী দলটোৱে ১৬ লাখ মাৰ্কিন ডলাৰৰ পুৰস্কাৰ লাভ কৰিব ৷  ৰানাৰ্ছ আপ দলটোক   ইয়াৰ আধা পৰিমাণৰ প্ৰাইজমাণী প্ৰদান কৰা হ’ব ৷”

প্ৰায় এমাহ চলিবলগীয়া  ১৬টা দলৰ প্ৰতিযোগিতাখনৰ শেষত পৰাজিত ছেমি ফাইনেলিষ্টসকলে প্ৰত্যেকেই মুঠ পুৰস্কাৰৰ  পৰা ৪ লাখ মাৰ্কিন ডলাৰ লাভ কৰিব ।

ছুপাৰ ১২ পৰ্যায়ত বাহিৰ হোৱা আঠটা দলে লাভ কৰিব ৭০ হাজাৰ মাৰ্কিন ডলাৰকৈ। যোৱা বছৰৰ দৰেই আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২১ত ছুপাৰ ১২ পৰ্যায়ৰ ৩০খন খেলৰ প্ৰতিখনতে জয়ৰ মূল্য হ’ব ৪০ হাজাৰ মাৰ্কিন ডলাৰ।

আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা অনুসৰি ছুপাৰ ১২ পৰ্যায়ত পোনপটীয়াকৈ স্থান লাভ কৰা আঠটা দল হৈছে আফগানিস্তান, অষ্ট্ৰেলিয়া, বাংলাদেশ, ইংলেণ্ড, ভাৰত, নিউজিলেণ্ড, পাকিস্তান আৰু দক্ষিণ আফ্ৰিকা।

আন আঠটা দল নামিবিয়া, শ্ৰীলংকা, নেদাৰলেণ্ড, ইউ এ ই ,ৱেষ্ট ইণ্ডিজ, স্কটলেণ্ড, আয়াৰলেণ্ড আৰু জিম্বাবুৱেক বি গ্ৰুপত অন্তর্ভুক্ত কৰা হৈছে ৷  চাৰিজনীয়া দুটা গ্ৰুপত বিভক্ত হৈ এই দলকেইটাই  প্ৰথম ৰাউণ্ড খেলিব। প্ৰথম ৰাউণ্ডত যিকোনো  মেচত জয়ৰ বাবে ৪০ হাজাৰ মাৰ্কিন ডলাৰৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব ৷ মুঠ ১২খন মেচৰ পৰিমাণ ৪ লাখ ৮০ হাজাৰ মাৰ্কিন ডলাৰ। প্ৰথম ৰাউণ্ডত নক আউট হোৱা চাৰিটা দলে লাভ কৰিব ৪০ হাজাৰ মাৰ্কিন ডলাৰকৈ

 

Previous Post

আজি প্ৰদান কৰা হ’ব ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বটাঁ,দাদা ছাহেব ফাল্কে সন্মানেৰে সন্মানিত হ’ব আশা পাৰেখ

Next Post

বৃহস্পতিৰ উপগ্ৰহ ইউৰোপাৰ আটাইতকৈ ওচৰৰ পৰা ফটো তুলিলে জুনো মহাকাশযানে, জীৱৰ সন্ধান আৰম্ভ বিজ্ঞানীমহলৰ

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
বৃহস্পতিৰ উপগ্ৰহ ইউৰোপাৰ আটাইতকৈ ওচৰৰ পৰা ফটো তুলিলে জুনো মহাকাশযানে, জীৱৰ সন্ধান আৰম্ভ বিজ্ঞানীমহলৰ

বৃহস্পতিৰ উপগ্ৰহ ইউৰোপাৰ আটাইতকৈ ওচৰৰ পৰা ফটো তুলিলে জুনো মহাকাশযানে, জীৱৰ সন্ধান আৰম্ভ বিজ্ঞানীমহলৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7