VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আহমেদাবাদত বিশ্বকাপৰ খেল খেলিবলৈ আপত্তি পাকিস্তানৰ ব’ৰ্ডৰ

voicedesk by voicedesk
June 8, 2023
in ক্ৰীড়া
আহমেদাবাদত বিশ্বকাপৰ খেল খেলিবলৈ আপত্তি  পাকিস্তানৰ ব’ৰ্ডৰ
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

চলিত বৰ্ষৰ শেষত ভাৰতত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া বিশ্বকাপ ক্ৰিকেট খেলখনক লৈ ইতিমধ্যে সন্দেহৰ সৃষ্টি হৈছিল। এইবাৰ পাকিস্তান ক্ৰিকেট ব’ৰ্ডে জনাইছে যে যদি দলটোৱে ফাইনেলত প্ৰৱেশ নকৰে তেন্তে আহমেদাবাদত খেলাৰ কোনো প্ৰশ্নই উত্থাপন নহয়।

 

সংবাদ সংস্থা পিটিআইয়ে প্ৰকাশ কৰা অনুসৰি পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ মুৰব্বী নাজাম ছেঠীয়ে বিশ্বকাপৰ সমাধান বিচাৰি যোৱা আইচিচিৰ অধ্যক্ষ গ্ৰেগ বাৰ্কলিক সেই কথা স্পষ্ট কৰি দিছিল। বৰঞ্চ পিচিবিয়ে জনাইছে যে বিকল্প স্থান হিচাপে কলকাতা, চেন্নাই আৰু বেংগালুৰুত খেলিবলৈ পাকিস্তানৰ দলটোৰ কোনো আপত্তি নাই।

 

শেহতীয়াকৈ আইচিচিৰ সভাপতি তথা জেনেৰেল মেনেজাৰ জিঅ’ফ এলাৰ্ডাইছে বিশ্বকাপ সন্দৰ্ভত বিভ্ৰান্তি দূৰ কৰিবলৈ পাকিস্তান ভ্ৰমণ কৰিছিল। বাবৰ আজমাই ভাৰতত বিশ্বকাপৰ খেল খেলিব আৰু নিৰপেক্ষ স্থানত খেলাৰ প্ৰস্তাৱ নিদিয়ে বুলিও নিশ্চিত কৰিছে। পাকিস্তানৰ ব’ৰ্ডৰ এক সূত্ৰই কয় যে ছেঠীয়ে আইচিচিৰ অধ্যক্ষ আৰু জেনেৰেল মেনেজাৰক স্পষ্ট কৰি দিছে যে পাকিস্তানৰ দলটোৱে কোনো কাৰণতে আহমেদাবাদত খেলিব নোৱাৰিব যদিহে সেয়া নক আউট ৰাউণ্ড বা ফাইনেল মেচ নহয়।

 

বিষয়াগৰাকীয়ে লগতে কয় , “পিচিবিৰ সভাপতিয়ে অনুৰোধ কৰিছে যে যদি চৰকাৰে বিশ্বকাপ খেলিবলৈ সেউজ সংকেত দিয়ে, তেন্তে পাকিস্তান দলৰ মেচসমূহ কলকাতা, চেন্নাই, বেংগালুৰুত দিয়া উচিত।” আইচিচিৰ ৰাজহ ভাগ-বতৰা নীতিক লৈও তেওঁ ক্ষোভ প্ৰকাশ কৰি “অষ্ট্ৰেলিয়া বা ইংলেণ্ডতকৈ তেওঁলোকে কিয় লাভৰ অংশ কম পাব বুলি প্ৰশ্ন উত্থাপন কৰে।”

Previous Post

নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

Next Post

আৰ বি আইয়ে অপৰিৱৰ্তিত ৰাখিলে ৰেপো ৰেট, মধ্যবিত্ত শ্ৰেণীলৈ সকাহ

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
আৰ বি আইয়ে অপৰিৱৰ্তিত ৰাখিলে ৰেপো ৰেট, মধ্যবিত্ত শ্ৰেণীলৈ সকাহ

আৰ বি আইয়ে অপৰিৱৰ্তিত ৰাখিলে ৰেপো ৰেট, মধ্যবিত্ত শ্ৰেণীলৈ সকাহ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7