VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পাকিস্তানক পৰাস্ত কৰি মহিলা বিশ্বকাপত ভাৰতীয় দলৰ অভিযান আৰম্ভ, বিৰাট কোহলিৰ পৰা মিতালী ৰাজলৈকে সকলোৱে ওপচাই পেলালে প্ৰশংসাৰে ৷

voicedesk by voicedesk
February 13, 2023
in ক্ৰীড়া
পাকিস্তানক পৰাস্ত কৰি মহিলা  বিশ্বকাপত ভাৰতীয় দলৰ অভিযান আৰম্ভ, বিৰাট কোহলিৰ পৰা মিতালী ৰাজলৈকে সকলোৱে ওপচাই পেলালে প্ৰশংসাৰে ৷
0
SHARES
21
VIEWS
Share on FacebookShare on Twitter

 

মহিলা টি-২০ বিশ্বকাপত পাকিস্তানক পৰাস্ত কৰি ভাৰতে অভিযান  আৰম্ভণি কৰিছিল। ৭ উইকেটৰ এই জয়ৰ পাছত বিৰাট কোহলী, শচীন টেণ্ডুলকাৰকে ধৰি বহুসংখ্যক ক্ৰিকেটাৰে হৰমনপ্ৰীত কৌৰক প্ৰশংসা কৰে। বিৰাটে বৃহৎ ৰাণৰ লক্ষ্য ভেদি কৰা জয়ৰ প্ৰশংসা কৰে। শচীনে পৰিয়ালৰ সৈতে খেল উপভোগ কৰে ৷

 

প্ৰথম বেটিং কৰি পাকিস্তানে ১৪৯ ৰান সংগ্ৰহ কৰে।  ভাৰতীয় দলটোক  জয়ী হ’বলৈ প্ৰয়োজন আছিল  ১৫০ ৰানৰ। এটা অভাৰ বাকী থকা অৱস্থাত জেমাইমা ৰড্ৰিগেজে এই লক্ষ্য পুৰণ কৰে ৷ ৭ উইকেটতভাৰতীয় দলটোৱে  জয়লাভ কৰাৰ পাছত বিৰাট কোহলিয়ে  টুইট কৰি কয়, ‘পাকিস্তান ছোৱালী দলৰ বিৰুদ্ধে কল্পনাতীত জয়। ইমান হেঁচাৰ মাজতো বৃহৎ ৰাণৰ লক্ষ্য ভেদি  জয়ী হোৱাটো সঁচাকৈয়ে প্ৰশংসনীয়। আমাৰ মহিলাটোৰ দলটোলৈ প্ৰতিটো প্ৰতিযোগিতা যি ধৰণেৰে আৰম্ভ কৰে, সেইটোৱে পৰৱৰ্তী প্ৰজন্মক অনুপ্ৰাণিত কৰিব। ই মহিলা ক্ৰিকেটক আৰু আগুৱাই নিব।”

 

শচীনে পত্নী অঞ্জলি আৰু পুত্ৰ অৰ্জুনৰ সৈতে খেলখন উপভোগ কৰে ৷ শচীনে টুইট কৰি কয়, ‘অঞ্জলি আৰু অৰ্জুনৰ সৈতে খেল উপভোপগ কৰিলো । বৰ ভাল লাগিল। শ্বেফালি (বাৰ্মা)ৰ আৰম্ভণি ভাল। জেমিমাই আগুৱাই লৈ গ’ল আৰু ৰিচা (ঘোষ)ই শেষ কৰিলে। ভাৰতক জয়ী হোৱা দেখি বৰ ভাল লাগিল।”

 

মিতালী ৰাজেও জেমাইমাদৰ প্ৰশংসা কৰে। ছোৱালীৰ দলৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে কয়, ‘এইটো এটা ডাঙৰ আৰম্ভণি। এই ৰানৰ লক্ষ্য পুৰণ কৰাটো সহজ নাছিল যদিও জেমিমা আৰু ৰিচাই ইয়াক চম্ভালি ল’বলৈ সক্ষম হয় ৷ আগন্তুক মেচসমূহৰ বাবে শুভকামনা ।” চেতেশ্বৰ পূজাৰাই কয়, ‘প্ৰতিযোগিতাৰ আৰম্ভণি ভাল আছিল। সকলোৱে বৰ ভাল খেলিলে। মহিলাৰ দললৈ অভিনন্দন। ইয়াক ধৰি ৰাখিব লাগিব।”

Previous Post

কি বিচাৰে ত্ৰিপুৰাৰ জনজাতীয় ৰাইজে ? কাৰ হাতলৈ যাব ত্ৰিপুৰাৰ ক্ষমতাৰ বাঘজৰী । বি জে পি য়ে প্ৰভাৱ বিস্তাৰ কৰিব পাৰিবনে জনজাতীয় অঞ্চলত ?

Next Post

ৰেলৱে টিকটৰ ক’লা বিপণনৰ বিৰুদ্ধে অভিযানত ধৰা পৰা ১০৮  জন দালাল

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
ৰেলৱে টিকটৰ ক’লা বিপণনৰ বিৰুদ্ধে অভিযানত ধৰা পৰা ১০৮  জন দালাল

ৰেলৱে টিকটৰ ক'লা বিপণনৰ বিৰুদ্ধে অভিযানত ধৰা পৰা ১০৮  জন দালাল

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7