VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিশ্বকাপৰ পৰা ৯৬৯৯ কিলোমিটাৰ দূৰত্বত ক্ৰীছ গেইলৰ বিশ্ব অভিলেখ ভংগ কৰি নতুন নজিৰ এজন ‘ভাৰতীয়’ৰ!

voicedesk by voicedesk
June 18, 2024
in ক্ৰীড়া
বিশ্বকাপৰ পৰা ৯৬৯৯ কিলোমিটাৰ দূৰত্বত ক্ৰীছ গেইলৰ বিশ্ব অভিলেখ ভংগ কৰি নতুন নজিৰ এজন ‘ভাৰতীয়’ৰ!

Chris Gayle of the Jozi Stars during the 2019 Mzansi Super League match between Jozi Stars v Tshwane Spartans at the Wanderers Stadium, Johannesburg on the 24 November 2019 ©Muzi Ntombela/BackpagePix

0
SHARES
74
VIEWS
Share on FacebookShare on Twitter

টি-২০ ক্ৰিকেটত সৰ্বাধিক দ্ৰুত শতকৰ অভিলেখৰ গৰাকী হৈছে ক্ৰীছ গেইল। তেওঁৰ অভিলেখ এইবাৰ ভংগ হ’ল। ইষ্ট’নিয়াৰ ভাৰতীয় মূলৰ এজন বেটছমেনে সোমবাৰে ২৭টা বলত শতক অৰ্জন কৰে। গেল আৰু জেন নিকোল লফ্টী য়াটছনৰ অভিলেখ ভংগ কৰিলে ছাহিল চৌহানে ।

 

আই পি এলত গেইলে ৩০ বলত শতক অৰ্জন কৰে। নামিবিয়াৰ ইয়াটছন আছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আটাইতকৈ দ্ৰুততম শতকৰ মালিক। তেওঁ ৩৩টা বলত শতক অৰ্জন কৰে। ছাহিল চৌহানে চাইপ্ৰাছৰ বিৰুদ্ধে ২৭ বলত শতক অৰ্জন কৰি তেওঁলোকৰ সকলো অভিলেখ ভংগ কৰে। ৩২ বছৰীয়া বেটছমেনগৰাকীয়ে খেলখনত ৪১টা বলত ১৪৪ ৰান সংগ্ৰহ কৰে।

 

আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত চলি আছে টি-২০ বিশ্বকাপ। তাৰ পৰা ৯৬৯৯ কিলোমিটাৰ দূৰত্বত থকা এপিস্কোপিত চাইপ্ৰাছ আৰু ইষ্টোনিয়াই খেলিছিল। সেই মেচত প্ৰথম বেটিং কৰি চাইপ্ৰাছে ১৯১ ৰান সংগ্ৰহ কৰে। বেটিং কৰি ইষ্টোনিয়াই প্ৰথম অভাৰৰ পৰাই উইকেট হেৰুৱাবলৈ আৰম্ভ কৰে। ৪০ ৰানত তিনিটা উইকেট হেৰুৱাই দলটোৱে ৷ কিন্তু ছাহিলে অকলে দলক জয়ী কৰিছিল। ৪১টা বলত ১৪৪ ৰান সংগ্ৰহ কৰি তেওঁৰ অপৰাজিত ইনিংছে ইষ্ট’নিয়াক ৭ অভাৰ বাকী থকা অৱস্থাত মেচখন জয় কৰাত সহায় কৰে।

 

২০১৩ চনৰ আই পি এলত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ হৈ গেইলে ৩০ বলত শতক অৰ্জন কৰিছিল। নামিবিয়াৰ ইয়াটছনে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত নেপালৰ বিৰুদ্ধে ৩৩ বলত শতক অৰ্জন কৰিছিল। সেইটোৱেই আছিল টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত সৰ্বাধিক দ্ৰুত শতক। যিটো চাৰি মাহৰ ভিতৰতে ভাঙি গ’ল।

Previous Post

শ্বাহৰুখ নহয়, জৱানৰ পৰিচালক এটলীৰ ছবিত দেখা যাব ছলমানক

Next Post

অসমীয়া সাহিত্য-সাংস্কৃতিক ক্ষেত্ৰলৈ অৱদানৰ স্বীকৃতিঃবিশিষ্ট নাট্যকাৰ হেমন্ত দত্তলৈ প্ৰয়াত অচ্যুৎ লহকৰ বঁটা

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
অসমীয়া সাহিত্য-সাংস্কৃতিক ক্ষেত্ৰলৈ অৱদানৰ স্বীকৃতিঃবিশিষ্ট নাট্যকাৰ হেমন্ত দত্তলৈ প্ৰয়াত অচ্যুৎ লহকৰ বঁটা

অসমীয়া সাহিত্য-সাংস্কৃতিক ক্ষেত্ৰলৈ অৱদানৰ স্বীকৃতিঃবিশিষ্ট নাট্যকাৰ হেমন্ত দত্তলৈ প্ৰয়াত অচ্যুৎ লহকৰ বঁটা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7