VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বজালীৰ আৰক্ষীৰ ধন দাবীৰ ঘটনাঃ এটা বিশেষ লেপটপৰ সন্ধানত চিআইডিৰ অভিযান

voicedesk by voicedesk
September 10, 2023
in মুখ্য সংবাদ
চিণ্ডিকেট চক্ৰৰ পৰা ২ কোটিতকৈয়ো অধিক ধন লৈ চিআইডিৰ জালত পৰিল কোন ডিএছপি- বিষয়া-জোৱান ?
0
SHARES
31
VIEWS
Share on FacebookShare on Twitter

বজালীত ছুপাৰি চিণ্ডিকেট চক্ৰক ধন দাবী কৰা ঘটনাই মুখা খুলি দিলে একাংশ আৰক্ষীৰ। একাংশ  খকুৱা আৰক্ষীয়ে লুকুৱাই থোৱা লাখে লাখে টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে চিআইডি ৷

বজালীৰ ভিন্ন স্থানৰ লগতে ধৃত এপিএছ বিষয়া  গায়ত্ৰী সোণোৱালৰ মাতৃৰ বাসগৃহত  ধাৰাবাহিকভাৱে চলি আছে অভিযান। ইতিমধ্যে আৰক্ষীয়ে  প্ৰায় ৬৫ লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । এই অভিযানত বৃহৎ পৰিমানৰ  নথি পত্ৰ জব্দ কৰা হৈছে । কিন্তু এতিয়াও চিআইডিয়ে  এটা বিশেষ লেপটপৰ সন্ধান চলায় আছে ৷  সেই লেপটপটো বিচাৰি গায়ত্ৰী সোণোৱালৰ মাতৃৰ কমাৰ্চিয়েল কমপ্লেক্সত তালাচী অব্যাহত ৰাখিছে ।

 

শনিবাৰৰ অভিযানত চিআইডিয়ে মেটেল ডিটেকটৰ ব্যৱহাৰ কৰা হিচাপত ঘৰটোত সোণ কিম্বা আন বহুমূলীয়া ধাতু লুকুৱাই থোৱাৰো সন্দেহ কৰা হৈছে ৷আনকেইদিনৰ দৰে শনিবাৰৰ অভিযানত চিআইডিয়ে গায়ত্ৰীৰ স্বামী ববী সিঙক লগত লৈ অভিযান চলায় ৷

 

ছুপাৰি মাফিয়াক ধন দাবী কৰি  গ্ৰেপ্তাৰ হোৱা এছপি  সিদ্ধাৰ্থ বুঢ়াগোঁহাই আৰু ডিএছপি পুস্কল গগৈৰ বিপদ এতিয়াও আতৰা নাই ৷ । শনিবাৰে আদালতে পুনৰ ৫ দিনৰ চিআইডি জিম্মালৈ প্ৰেৰণ কৰিছে বিষয়া দুগৰাকীক। যোৱা ৯ আগষ্টত ৰবিউল ইছলামে অভিযোগ দিয়াৰ পাছতে জালত পৰিছে সিদ্ধাৰ্থ বুঢ়াগোঁহাই, গায়ত্ৰী সোণোৱাল, পুস্কল গগৈৰ লগতে ১০ জন আৰক্ষী আৰু দালাল।

 

Previous Post

ডিব্ৰুগড়ত চাঞ্চল্যকৰ ঘটনা, ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱতীৰ মৃতদেহ

Next Post

চন্দ্ৰত মহাকাশচাৰীক জীয়াই ৰাখিব পাৰা শক্তিৰ উৎস উদ্ভাৱন বিজ্ঞানীৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
চন্দ্ৰত মহাকাশচাৰীক জীয়াই ৰাখিব পাৰা শক্তিৰ উৎস উদ্ভাৱন বিজ্ঞানীৰ

চন্দ্ৰত মহাকাশচাৰীক জীয়াই ৰাখিব পাৰা শক্তিৰ উৎস উদ্ভাৱন বিজ্ঞানীৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7