VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

শ্ৰমিক সকলৰ বাবে ৰাজ্য চৰকাৰৰ ১২ অভিলাষী আঁচনি

১৮বছৰৰ পৰাই কৰিব পাৰিব আবেদন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 11, 2022
in মুখ্য সংবাদ
শ্ৰমিক সকলৰ বাবে ৰাজ্য চৰকাৰৰ ১২ অভিলাষী আঁচনি
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

অসমৰ শ্ৰমিক সকলৰ বাবে ৰাজ্য চৰকাৰে লৈ আহিছে এক সুখবৰ ৷ ৰাজ্য চৰকাৰে শ্ৰমিক সকললৈ আগবঢ়াইছে  ১২ অভিলাষী আঁচনি৷ ১৮ৰ পৰা ৫৫বছৰৰ লোকসকলে কৰিব পাৰিব আবেদন ৷অনলাইন পদ্ধতিত labourassam.comত কৰিব লাগিব এই পঞ্জীয়ন ৷অসম চৰকাৰৰ এই ১২ অভিলাষী আঁচনিৰ যোগেদি শ্ৰমিকসকলে লাভ কৰিব নিম্নোল্লেখিত সুবিধা সমূহ :-

  • অবিবাহিত শ্ৰমিকে লাভ কৰিব বিবাহৰ বাবে এককালীন সাহাৰ্য
  • শ্ৰমিকে লাভ কৰিব সাধাৰণ পেঞ্চন
  • শ্ৰমিকৰ পৰিয়ালেও লাভ কৰিব পেঞ্চন
  • প্ৰতিবন্ধী শ্ৰমিকেও লাভ কৰিব পেঞ্চন
  • পঞ্জীয়ন ভুক্ত শ্ৰমিকৰ ল’ৰা-ছোৱালীক দিয়া হ’ব এককালীন সাহাৰ্য
  • দশম-দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীক নগদ বঁটা
  • চিকিৎসা সাহাৰ্য প্ৰদান কৰা হ’ব শ্ৰমিকক
  • বছৰি শ্ৰমিকসকলৰ স্বাস্থ্য পৰীক্ষাৰ বাবেও গ্ৰহণ কৰিব ব্যৱস্থা
  • মহিলা শ্ৰমিকৰ প্ৰথম দুই সন্তানৰ বাবে আগবঢ়োৱা হ’ব প্ৰসূতি সাহাৰ্য
  • পঞ্জীয়ন ভুক্ত শ্ৰমিকৰ মৃত্যু হ’লে আৰ্থিক সাহাৰ্যৰ লগতে অন্ত্যেষ্টিক্ৰিয়াৰ বাবেও প্ৰদান কৰা হ’ব সা-সুবিধা

 

উক্ত আঁচনি সন্দৰ্ভত সবিশেষ জানিবলৈ যোগাযোগ কৰিব পাৰিব  সহজ অৰুণোদয় কেন্দ্ৰ শ্ৰম প্ৰাধিকাৰীৰ কাৰ্যালয়ত

Previous Post

বাংগালোৰত উদ্ধাৰ হ’ল লাভ জেহাদৰ বলি হোৱা অসমৰ কিশোৰী

Next Post

সন্ধিয়া হ’লেই আবৰ্জনা বুটলিবলৈ অহা দুই মহিলাৰ প্ৰকৃত পৰিচয় জানি স্তম্ভিত হ’ব আপুনিও

Related Posts

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?
মুখ্য সংবাদ

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড
মুখ্য সংবাদ

দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড

May 28, 2022
লাডাখ নদীত বাহন পৰি সাতজন সৈনিক নিহত, ১৯ জন আহত
মুখ্য সংবাদ

লাডাখ নদীত বাহন পৰি সাতজন সৈনিক নিহত, ১৯ জন আহত

May 28, 2022
গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ
মুখ্য সংবাদ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
মহানগৰীৰ  আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী
মুখ্য সংবাদ

মহানগৰীৰ আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

May 27, 2022
ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ
মুখ্য সংবাদ

ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ

May 27, 2022
Next Post
সন্ধিয়া হ’লেই আবৰ্জনা  বুটলিবলৈ অহা দুই মহিলাৰ প্ৰকৃত পৰিচয় জানি স্তম্ভিত হ’ব আপুনিও

সন্ধিয়া হ’লেই আবৰ্জনা বুটলিবলৈ অহা দুই মহিলাৰ প্ৰকৃত পৰিচয় জানি স্তম্ভিত হ'ব আপুনিও

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

হায়দৰাবাদ বিমানবন্দৰত  উষ্ম আদৰণি  বক্সিং চেম্পিয়ন  নিখাত  জাৰীনক

হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি বক্সিং চেম্পিয়ন নিখাত জাৰীনক

May 28, 2022
বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

May 28, 2022
স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7