VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নেদাৰলেণ্ডত চৰকাৰৰ বিৰুদ্ধে লক্ষাধিক লোকৰ প্ৰতিবাদ , ২৪ হাজাৰ পৰিৱেশ কৰ্মীক আটক

voicedesk by voicedesk
September 11, 2023
in মুখ্য সংবাদ
নেদাৰলেণ্ডত চৰকাৰৰ বিৰুদ্ধে লক্ষাধিক লোকৰ প্ৰতিবাদ , ২৪ হাজাৰ পৰিৱেশ কৰ্মীক আটক
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

নেদাৰলেণ্ডত পৰিৱেশ কৰ্মীসকলে উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰিছে । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে পানীৰ হিলৈ ব্যৱহাৰ কৰিবলগীয়া হৈছিল। কিন্তু আৰক্ষীৰ বাধাকো নেওচি প্ৰতিবাদ অব্যাহত ৰাখিছে পৰিৱেশকর্মীসকলে ৷ সমগ্ৰ দেশতে কমেও ২৪ হাজাৰ পৰিৱেশ কৰ্মীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

 

যোৱা শনিবাৰে নেদাৰলেণ্ডৰ ৰাজপথত লাখ লাখ পৰিৱেশ কৰ্মীয়ে জীৱাশ্ম ইন্ধনৰ বাবে চৰকাৰী ৰাজসাহায্য বন্ধ কৰাৰ দাবী জনাইছিল। হেগৰ এ১২ ৰাষ্ট্ৰীয় পথত অনুষ্ঠিত হয় মূল প্ৰতিবাদী সমদল। প্ৰশাসনৰ নিষেধাজ্ঞাক আওকাণ কৰি সেই পদযাত্ৰাত ১০ হাজাৰৰো অধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰিছিল। পিছত সেই ৰাস্তাটো অৱৰোধ কৰে তেওঁলোকে । যাৰ বাবে যাতায়ত ব্যৱস্থাত ব্যাঘাত জন্মিছে।

 

এ১২ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদত যুৱক-যুৱতীৰ উপস্থিতি লক্ষ্যণীয় হৈ পৰিছিল। প্ৰতিবাদো আছিল বেলেগ ধৰণৰ। প্লেকাৰ্ড-পোষ্টাৰৰ লগতে বহুতে আনিছিল বিশাল আকাৰৰ গ্ল’ব। তাৰ ওপৰত জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে বিভিন্ন শ্লোগান লিখা হৈছিল। আৰক্ষীয়ে এক বিবৃতিত কয় যে সমগ্ৰ দেশৰ পৰা ২৪ হাজাৰ পৰিৱেশ কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকৰ মাজত যুৱক-যুৱতীৰ সংখ্যাই অধিক ৷

 

প্ৰতিবাদকাৰীসকলে ঘোষণা কৰে যে চৰকাৰে ৰাজহুৱা ধনেৰে তেল আৰু গেছ উদ্যোগক ৰাজসাহায্য প্ৰদান কৰিছে। এই ৰাজসাহায্য বন্ধ নোহোৱালৈকে তেওঁলোকৰ আন্দোলন চলি থাকিব।

Previous Post

ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভাৰ সফল সমাপ্তি

Next Post

এ আৰ ৰহমানৰ অনুষ্ঠানত বিশৃংখলতা, পদপিষ্ট হ’ল দর্শনার্থী,টিকেট ক্ৰয় কৰাৰ পাছতো বহু লোকে প্ৰৱেশ কৰিব নোৱাৰিলে সংগীতানুষ্ঠানত

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
এ আৰ ৰহমানৰ অনুষ্ঠানত বিশৃংখলতা, পদপিষ্ট হ’ল দর্শনার্থী,টিকেট ক্ৰয় কৰাৰ পাছতো  বহু লোকে প্ৰৱেশ কৰিব নোৱাৰিলে সংগীতানুষ্ঠানত

এ আৰ ৰহমানৰ অনুষ্ঠানত বিশৃংখলতা, পদপিষ্ট হ’ল দর্শনার্থী,টিকেট ক্ৰয় কৰাৰ পাছতো বহু লোকে প্ৰৱেশ কৰিব নোৱাৰিলে সংগীতানুষ্ঠানত

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7