VOICE 24x7
Sunday, December 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অমৃত নিউজৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 13, 2023
in মুখ্য সংবাদ
অমৃত নিউজৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী ১২ ফেব্ৰুৱাৰীঃ যোৱাবছৰৰ দৰে এইবাৰো অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজৰ দ্বিতীয় বৰ্ষপূৰ্তি অগ্ৰদূত ভৱন প্ৰেক্ষাগৃহত উলহমালহেৰে পালন কৰা হয়৷
সংবাদ জগতৰ মহীৰূহ কনকসেন ডেকাৰ পৌৰোহিত্যত অনুষ্ঠিত গাম্ভীৰ্যপুৰ্ণ সভাত দৰ্শনা বৰুৱাই আতধৰা অনুষ্ঠানত বন্তি প্ৰজ্বলনৰে সভাৰ শুভাৰম্ভ কৰে কনকসেন ডেকা, অমৃত নিউজৰ মুখ্য সম্পাদক ড°দয়ানন্দ পাঠক, প্ৰাক্তন জিএমচিৰ আয়ুক্ত দেৱজ্যোতি হাজৰিকা, আৰক্ষী মহাপৰিদৰ্শক অৰবিন্দ কলিতাই৷
সভাৰ আৰম্ভণিতে বিশিষ্ট ব্যক্তি সকলক আদৰণি জনাই অমৃত নিউজৰ পৰিচালন সম্পাদক হীৰেন চন্দ্ৰ কলিতাই৷
সভাৰ কাৰ্যক্ৰমণিকা অনুসৰি অমৃত নিউজ ৰাজ্যিক বটা প্ৰদান কৰে ৰাজ্যৰ এগৰাকী উদ্যোগী মহিলা তথা প্ৰাইড ইষ্ট এন্টাৰটেইনমেণ্ট লিমিটেডৰ অধ্যক্ষা ৰিণিকি ভূঞা শৰ্মাক৷
ৰিণিকি ভূঞা শৰ্মা বিশেষ কাৰণবশতঃ সভাত উপস্থিত থাকিব নোৱাৰাত তেখেতৰ হৈ কিংশুক তামুলীয়ে বটা গ্ৰহণ কৰে৷
অমৃত নিউজ জনসেৱা বটা প্ৰদান কৰে নুমলীগড় ৰিফেইনেৰীৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকনক৷
ভাস্কৰজ্যোতি ফুকন অসমৰ বাহিৰত থকাৰ বাবে তেখেতৰ হৈ মধুচন্দা অধিকাৰী আৰু পঞ্চাননে গ্ৰহণ কৰে৷
অমৃত নিউজ সমাজসেৱা বটা প্ৰদান কৰে অসম আৰক্ষীৰ আৰক্ষী মহাপৰিদৰ্শক অৰবিন্দ কলিতাক৷
অৰবিন্দ কলিতাক ফুলাম গামোছাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে অমৃত নিউজৰ পৰিচালন সম্পাদক হীৰেন চন্দ্ৰ কলিতাই৷
বটা প্ৰদান কৰে সংবাদ জগতৰ মহীৰূহ কনকসেন ডেকা অমৃত নিউজৰ মুখ্য সম্পাদক ড°দয়ানন্দ পাঠক আৰু জিএমচিৰ প্ৰাক্তন আয়ুক্ত দেৱজ্যোতি হাজৰিকাই৷
বটাপ্ৰাপক ভাস্কৰজ্যোতি ফুকনৰ শুভেচ্ছা পাঠ পঢ়ি শুনাই সংগম পঞ্চাননে৷
সমাজসেৱা বটাপ্ৰাপক অৰবিন্দ কলিতাই বটা গ্ৰহণ কৰি এক সাৰুৱা আৰু মনোগ্ৰাহী বক্তব্য প্ৰদান কৰে৷
প্ৰায় বহুসংখ্যক গণ্যমান্য ব্যক্তিৰ উপস্থিতিত ৰসধৰ শৰ্মা,দীপজ্যোতি নাথ,ইন্দ্ৰেশ্বৰ হাজৰিকা,ধনটি কাকতি,দৰ্শনা বৰুৱা,চন্দ্ৰধৰ শইকীয়া,হিমাংশু কলিতা,সোনাৰাম বনিয়া,অমৰ কাশ্যপ,ৰাজকুমাৰ আগৰৱালা, জ্যোতি মালাকাৰ কাকতি,হিমাংশু দাস,দেৱজ্যোতি হাজৰিকা,ড°দয়ানন্দ পাঠক আৰু কনকসেন ডেকাক ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়৷৷

Previous Post

দিশপুৰ নামঘৰ প্ৰাঙ্গণত বেলতলা ছাৰ্ভেৰ নৱপ্ৰগতি মহিলা মঞ্চৰ দ্বীবাৰ্ষিক অধিবেশন

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন
মুখ্য সংবাদ

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏
মুখ্য সংবাদ

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো
মুখ্য সংবাদ

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ
মুখ্য সংবাদ

নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

December 9, 2023
নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান
মুখ্য সংবাদ

নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

December 9, 2023
কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ
মুখ্য সংবাদ

কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ

December 8, 2023
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7