VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মেঘাচাম শিল ব্যৱসায়ী কল্যাণ সন্থাৰ স্বেচ্ছাসেৱী অনুষ্ঠান কৰুণাধাৰালৈ ৪ লাখ টকাৰ আৰ্থিক সাহাৰ্য্য

voicedesk by voicedesk
September 11, 2023
in মুখ্য সংবাদ
মেঘাচাম শিল ব্যৱসায়ী কল্যাণ সন্থাৰ স্বেচ্ছাসেৱী অনুষ্ঠান কৰুণাধাৰালৈ ৪ লাখ টকাৰ আৰ্থিক সাহাৰ্য্য
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট শিক্ষাবিদ  প্ৰয়াত হোমেন বৰগোহাঞি দেৱৰ নেতৃত্বত সমাজৰ বিশেষ ভাৱে সক্ষম আৰু আৰ্থিক ভাৱে দুৰ্বল সকলৰ চিকিৎসা সেৱাৰ বাবে গঠন হোৱা স্বেচ্ছাসেৱী অনুষ্ঠান ‘কৰুণাধাৰা’ লৈ বিভিন্ন সময়ত বিভিন্ন জনে আৰ্থিক সাহায্য আগবঢ়ায় আহিছে  । কাৰোবাৰ সন্তানৰ জন্ম দিনত , কাৰোবাৰ পিতৃ -মাতৃৰ বছৰেকীয়া শ্ৰাদ্ধানুষ্ঠানত কৰুণাধাৰালৈ আৰ্থিক সাহায্য আগবঢ়ায় এই মহান অনুষ্ঠানটিৰ কৰ্মকৰ্তা সকলক অসমৰ ৰাইজে আৰ্তজনক সহায় কৰাত সাহস আৰু প্ৰেৰণা যোগাই আহিছে। দক্ষিণ বৰসজাই মৈদাম দুৰ্গা মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত  সভাত মেঘাচাম শিল ব্যৱসায়ী কল্যাণ সন্থাই কৰুণাধাৰালৈ চাৰি লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায় সকলো শ্ৰেণীৰ ৰাইজৰে প্ৰশংসা বুটলি কৰুণাধাৰাক উৎসাহিত কৰে।

 

এই বিশেষ সভাখনত কৰুণাধাৰাৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া   প্ৰতুল চন্দ্ৰ ফুকন , সম্পাদক ডাঃ নৰেশ্বৰ শৰ্মা,ন্যাসৰক্ষী ডাঃ অঞ্জনজ্যোতি চৌধুৰী,ডাঃ ৰুবী কটকী, মহানগৰ সমিতিৰ সম্পাদক মানৱজ্যোতি দাস, সদস্য ৰাতুল দত্ত , অনিন্দিতা কলিতা আৰু ৰাষ্ট্ৰীয় মানৱ অধিকাৰ ৰাজদূত সন্থাৰ ৰাষ্ট্ৰীয় উপ-সভাপতি ধনঞ্জয় তালুকদাৰে  বক্তব্য আগবঢ়ায়। মেঘাচাম শিল ব্যৱসায়ী কল্যাণ সন্থাৰ পৰা সম্পাদক  গিৰিকান্ত মহন্ত , উপ-সভাপতি  লাচিত বড়ো ,  পঙ্কজ মেধি,  ধনেশ্বৰ ডেকা আদি ব্যক্তিসকল উপস্থিত থাকে।

 

উল্লেখযোগ্য যে এই সভাতেই কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰূপালী দেৱীৰ স্বামীৰ হাতত দক্ষিণ বৰসজাই মৈদাম দুৰ্গা মন্দিৰ পৰিচালনা সমিতিৰ পৰা সভাপতি  অখিল চন্দ্ৰ গোস্বামীয়ে নগদ পচিশ হাজাৰ টকা আগবঢ়ায় ।  দক্ষিণ বৰসজাই মৈদাম দুৰ্গা মন্দিৰ পৰিচালনা সমিতিৰ আই-মাতৃ সকলে দুৰ্গা বন্দনাৰে আৰম্ভ কৰা সভাখনৰ আতঁ ধৰে মন্দিৰ পৰিচালনা সমিতিৰ হীৰেণ চহৰীয়াই ৷

 

মানৱ দৰদী সংস্থা কৰুণাধাৰাই বিভিন্ন দিব্যাংগ, কৰ্কট ৰোগী আৰু আৰ্তজনক বৰ্তমানলৈকে চাৰি কোটি আশী লাখৰো অধিক অৰ্থ সাহাৰ্য জন্মলগ্নৰে পৰা বৰ্তমানলৈকে আগবঢ়োৱা বুলি কৰুণাধাৰাৰ সম্পাদকে জানিবলৈ দিয়ে লগতে কৰুণাধাৰাৰ এই মানৱ সেৱাৰ যাত্ৰাত সকলোৰে সহযোগীতা কামনা কৰে ।

Previous Post

ভুৱা ডিচিয়ে লুটিলে দুই শিক্ষয়িত্ৰীক, প্ৰৱঞ্চনাৰে সৰকালে ৫০ হেজাৰ টকা

Next Post

ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভাৰ সফল সমাপ্তি

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভাৰ সফল সমাপ্তি

ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভাৰ সফল সমাপ্তি

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7