VOICE 24x7
Thursday, May 19, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

তৃণমুল কংগ্ৰেছৰ নেতাক হত্যাৰ পাছতে উত্তপ্ত পৰিস্থিতি, বাসগৃহত অগ্নিসংযোগ কৰাত ৮ জন জীৱন্তে দগ্ধ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 22, 2022
in মুখ্য সংবাদ
তৃণমুল কংগ্ৰেছৰ  নেতাক হত্যাৰ পাছতে উত্তপ্ত পৰিস্থিতি, বাসগৃহত অগ্নিসংযোগ কৰাত ৮ জন জীৱন্তে দগ্ধ
0
SHARES
3
VIEWS
Share on FacebookShare on Twitter

পশ্চিমবংগত এজন পঞ্চায়ত নেতাক হত্যাক লৈ সংঘটিত হৈছে হিংসাত্মক ঘটনা ৷ নেতাজনক হত্যা কৰাৰ পাছতে বীৰভূম জিলাৰ ৰামপুৰহাটত  কেইবাটাও ঘৰত দুবৃর্ত্তই  অগ্নিসংযোগ কৰাৰ ফলত  এতিয়ালৈ আঠজন লোকৰ মৃত্যু হৈছে ৷ আৰক্ষীয়ে সদৰী কৰিছে এই কথা ৷ ৰাজ্যখনৰ  ডিজিপি মনোজ মালৱীয়াই প্ৰকাশ কৰা অনুসৰি এটা ভস্মীভুত বাসগৃহৰ পৰা  সাতটা মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ আনহাতে এজন আহত লোকৰ চিকিৎসালয়ত মৃত্যু ঘটিছে ৷

তেওঁ কয়- “পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণত আছে আৰু যোৱা নিশাৰ পৰা গাওঁখনত এটা আৰক্ষীৰ দলে  পহৰা দি আছে ৷ কিদৰে বাসগৃহসমূহত  কেনেকৈ জুই লাগিছিল তাৰ তদন্ত অব্যাহত ৰখা হৈছে ৷ এই  ঘটনাটোৰ বৰশাল গাঁৱৰ পঞ্চায়ত উপ-প্ৰধানৰ মৃত্যুৰ সৈতে কিবা সম্পর্ক আছে নেকি সেই সন্দর্ভতো তদন্ত কৰা হ’ব ৷” ইপিনে আন দুজন লোক এতিয়াও চিকিৎসাধীন হৈ আছে বুলি তেওঁ প্ৰকাশ কৰিছে ৷ সোমবাৰে অঞ্চলটোত বৰশাল গাঁৱৰ তৃণমুল কংগ্ৰেছৰ পঞ্চায়তৰ উপ-প্ৰধান ভাদু শ্বেখৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল ৷ সোমবাৰে শ্বেখৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি  হৈছিল ৷ এই ঘটনাৰ পাছতে বাসগৃহত দুর্বৃত্তই অগ্নিসংযোগ কৰাত লোককেইজন জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ঘটে ৷

 

Previous Post

বিশ্বৰ আটাইটকৈ প্ৰদূষিত ১০০ খন স্থানৰ ৬৩ খনেই ভাৰতৰ, ছুইজাৰলেণ্ডৰ প্ৰতিষ্ঠানৰ অধ্যয়নত উদ্বেগজনক তথ্য

Next Post

সাংসদ পদ ত্যাগ, বিৰোধী দলপতিৰ আসনত বহিব অখিলেশ যাদৱ

Related Posts

বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই
মুখ্য সংবাদ

বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই

May 18, 2022
ঘৰুৱাভাৱে নির্মিত জাহাজ প্ৰতিৰোধী ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ , বায়ুমণ্ডলৰ পৰাই শত্ৰুক কৰিব পাৰিব আক্ৰমণ
মুখ্য সংবাদ

ঘৰুৱাভাৱে নির্মিত জাহাজ প্ৰতিৰোধী ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ , বায়ুমণ্ডলৰ পৰাই শত্ৰুক কৰিব পাৰিব আক্ৰমণ

May 18, 2022
কন্যা হত্যাৰ গোচৰত অভিযুক্ত  ইন্দ্ৰাণী মুখার্জীৰ জামিন মঞ্জুৰ , মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত
মুখ্য সংবাদ

কন্যা হত্যাৰ গোচৰত অভিযুক্ত ইন্দ্ৰাণী মুখার্জীৰ জামিন মঞ্জুৰ , মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত

May 18, 2022
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলি
মুখ্য সংবাদ

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলি

May 18, 2022
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ মৃত গঁড়
মুখ্য সংবাদ

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ মৃত গঁড়

May 18, 2022
আজিৰ পৰা পুনৰ আৰম্ভ মাজুলী-নিমাতী ফেৰী সেৱা
মুখ্য সংবাদ

আজিৰ পৰা পুনৰ আৰম্ভ মাজুলী-নিমাতী ফেৰী সেৱা

May 18, 2022
Next Post
সাংসদ পদ ত্যাগ, বিৰোধী দলপতিৰ আসনত বহিব অখিলেশ যাদৱ

সাংসদ পদ ত্যাগ, বিৰোধী দলপতিৰ আসনত বহিব অখিলেশ যাদৱ

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • অসমীয়াই আৰু আলফা বিচাৰেনে

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 19, 2022
আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

May 19, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7