VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰৱঞ্চক! ! অভিনন্দন থিয়েটাৰৰ প্ৰযোজক জ্যোতিপদ তালুকদাৰক গ্ৰেপ্তাৰ

voicedesk by voicedesk
February 21, 2024
in মুখ্য সংবাদ
প্ৰৱঞ্চক! ! অভিনন্দন থিয়েটাৰৰ প্ৰযোজক জ্যোতিপদ তালুকদাৰক গ্ৰেপ্তাৰ
0
SHARES
311
VIEWS
Share on FacebookShare on Twitter

ঠগ-প্ৰৱঞ্চনা- ধন আত্মসাৎ আদিৰ অভিযোগত আৰক্ষীৰ জালত পৰিছে অভিনন্দন থিয়েটাৰৰ প্ৰযোজক জ্যোতিপদ তালুকদাৰ ৷  মঙলবাৰে সন্ধিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তালুকদাৰক । ২০২৩-২৪ নাট্যবৰ্ষত অভিনন্দন থিয়েটাৰে আত্মপ্ৰকাশ কৰিছিল ৷

 

দীর্ঘদিন ধৰি তালুকদাৰৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন হৈছিল ৷ বহুকেইগৰাকী শিল্পীক চুক্তিবদ্ধ কৰাৰ পাছত মাননি দিয়া নাছিল তালুকদাৰে ৷  তেওঁৰ বিৰুদ্ধে কেইবাটায়ো অভিযোগ উত্থাপন কৰি কিছুদিন পূৰ্বে এগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে থিয়েটাৰত নাটকত অভিনয় নকৰাৰ সিদ্ধান্ত লৈছিল ৷ অভিনেত্ৰী গৰাকীয়ে নাট্যবর্ষটোৰ আধাতে এৰি আহিছিল নাট্যদলটো ৷  সমান্তৰালভাৱে জ্যোতিপদ তালুকদাৰৰ বিৰুদ্ধে আছে একাধিক অভিযোগ।

 

বিভিন্ন সমস্যাৰ বাবে ভালেকেইখন আহ্বায়ক সমিতিৰ আমন্ত্ৰণ ৰক্ষা কৰিব পৰা নাছিল অভিনন্দন থিয়েটাৰে। আহ্বায়ক সমিতিৰ পৰা লাখ লাখ টকা আগধন হিচাপে লোৱাৰ পাছতো নাট মঞ্চস্থ কৰিব পৰা নাছিল অভিনন্দন থিয়েটাৰে ৷যাৰ বাবে পৰিত্ৰাণৰ উপায় বিচাৰি শিল্পীসকলে সামাজিক মাধ্যমৰ জৰিয়তে আহ্বায়ক সমিতিৰ ওচৰত ক্ষমাপৰ্যন্ত বিচাৰিব লগা পৰিৱেশৰ সৃষ্টি হৈছিল।

 

অভিযোগ অনুসৰি জ্যোতিপদ তালুকদাৰৰ সস্তীয়া মনোবৃত্তিৰ বাবেই নাট্যদলটো এশএবুৰি সমস্যাত পৰিছিল। পোহৰলৈ অহা তথ্যমতে, চি আৰ পি এফ বাহিনীৰ জোৱানক মাটি বিক্ৰীৰ নামত প্ৰবঞ্চনাৰ অভিযোগত অৱশেষত তালুকদাৰক  মঙলবাৰে পাঠশালা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

 

 

 

Previous Post

অপৰাধ হিচাপে গণ্য কৰা হ’ব বেজ-বেজালি, ক’লা যাদু! ১ লাখ টকাৰ জৰিমনাসহ ৫ বছৰৰ কাৰদণ্ড, সদনত উত্থাপন বিধেয়ক

Next Post

মহাকাশলৈ যাব ভাৰতীয়, ‘গগনযানৰ সফল পৰীক্ষন ইছৰ’ৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
মহাকাশলৈ যাব ভাৰতীয়, ‘গগনযানৰ সফল পৰীক্ষন ইছৰ’ৰ

মহাকাশলৈ যাব ভাৰতীয়, 'গগনযানৰ সফল পৰীক্ষন ইছৰ’ৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7