VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আফগানিস্তানত ভুলণ্ঠিত মানৱ অধিকাৰঃ লঘু দোষতে তালিবানে শিলগুটি দলিয়াই হত্যা কৰাৰ পূর্বেই আত্মহত্যা মহিলাৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
October 17, 2022
in মুখ্য সংবাদ
আফগানিস্তানত ভুলণ্ঠিত মানৱ অধিকাৰঃ লঘু দোষতে তালিবানে  শিলগুটি দলিয়াই হত্যা কৰাৰ পূর্বেই আত্মহত্যা মহিলাৰ
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

আফগানিস্তানত তালিবানে শাসনভাৰ গ্ৰহণৰ পাছতে সঘটিত হৈছে মানৱ অধিকাৰ ভংগৰ এটাৰ পাছত আন এটা ঘটনা ৷ বিশেষকৈ মহিলাসকলৰ জীৱন নির্বাহ দুর্বিষহ হৈ পৰিছে ৷ শেহতীয়াকৈ ঘৰৰ পৰা পলাই এজন বিবাহিত পুৰুষৰ লগত বিয়া হোৱাৰ বাবেই শাস্তি ভোগ কৰাৰ ভয়ত আত্মহত্যাৰ পথ বাচি ল’বলগীয়া হ’ল এগৰাকী মহিলাই ৷ বিশেষকৈ ৰাজহুৱাভাৱে শিল দলিয়াই তেওঁক হত্যা কৰাৰ পূর্বে মহিলা গৰাকীয়ে চৰম পথ বাচি লয় বুলি স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে ৷ আফগানিস্তানৰ ঘোৰ প্ৰদেশৰ  মহিলা গৰাকীয়ে  তালিবান বাহিনীয়ে হত্যা কৰাৰ পূৰ্বেই এই কার্য সংঘটিত কৰে ৷

খামা প্ৰেছত প্ৰকাশ পোৱা অনুসৰি  শুকুৰবাৰে এজন বিবাহিত পুৰুষৰ সৈতে ঘৰৰ পৰা পলায়ন কৰা মহিলাগৰাকীক শিলগুটিৰে হত্যা কৰাৰ পৰিকল্পনা কৰিছিল তালিবানে ৷ কিন্তু তাৰ পূৰ্বে ৰাজহুৱা অপমানৰ পৰা হাত সাৰিবলৈ তেওঁ নিজৰ প্ৰাণ কাঢ়ি লয় ৷  মহিলাগৰাকীয়ে ঘৰৰ পৰা পলায়ন কৰা লোকজনক ১৩ অক্টোবৰত ফাঁচী দিয়া হয় বুলি বিষয়াসকলে  জনায়।

খামা প্ৰেছৰ বাতৰি অনুসৰি ঘোৰৰ বাবে তালিবানৰ প্ৰাদেশিক আৰক্ষী অধীক্ষকৰ ভাৰপ্ৰাপ্ত মুখপাত্ৰ আব্দুল ৰহমানে কয় যে মহিলা কাৰাগাৰৰ অভাৱৰ বাবে মহিলাগৰাকীক ৰাজহুৱাভাৱে শিলগুটি দলিয়াই হত্যাৰ শাস্তি প্ৰদান কৰা হৈছে।

শেহতীয়াকৈ দেশৰ বিভিন্ন প্ৰদেশত মহিলা ঘৰৰ পৰা পলাই যোৱাৰ খবৰ বৃদ্ধি পোৱাৰ বিপৰীতে তালিবান চৰকাৰে তেওঁলোকক শিলগুটিৰে হত্যা কৰা বা ৰাজহুৱাভাৱে প্ৰহাৰ কৰি শাস্তি প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছে ৷

 

তালিবানে মহিলাৰ ওপৰত কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতে এই কথা প্ৰকাশ পাইছে। খামা প্ৰেছৰ মতে, ষষ্ঠ শ্ৰেণীৰ ওপৰৰ মহিলা ছাত্ৰী সকলক বিদ্যালয়লৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷

যোৱা বছৰৰ আগষ্ট মাহত কাবুল দখল কৰা তালিবান শাসকসকলে মহিলাৰ অধিকাৰ আৰু স্বাধীনতা হ্ৰাস কৰিছে ৷ ফলত আফগানিস্তানত মহিলা সকল, শিক্ষা, কৰ্ম, ৰাজহুৱা কার্যসূচীত অংশগ্ৰহণ, স্বাস্থ্যৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈ মানৱ অধিকাৰ সংকটৰ সন্মুখীন হৈছে।

সংবাদ মাধ্যমত কাম কৰা প্ৰায় ৮০ শতাংশ মহিলাই চাকৰি হেৰুৱাইছে আৰু দেশৰ প্ৰায় ১ কোটি ৮০ লাখ মহিলাই স্বাস্থ্য, শিক্ষা, সামাজিক অধিকাৰৰ বাবে সংগ্ৰাম কৰি আছে। ইছলামিক ৰাষ্ট্ৰ পুনৰ প্ৰতিষ্ঠা হোৱাৰ পিছত বহু মহিলা, বিশেষকৈ নিৰাপত্তা সংস্থাত কাম কৰাসকলে চাকৰি হেৰুৱাইছিল।

 

 

Previous Post

আমেৰিকান বিজ্ঞানীসকলে নিৰ্মাণ কৰি উলিয়ালে পৃথিৱীৰ সৰ্ববৃহৎ ডিজিটেল কেমেৰা

Next Post

এইবাৰ সোণাৰিত কেন্দ্ৰীয় ভাৱে অনুষ্ঠিত কৰা হ’ব শ্বহীদ দিৱস

Related Posts

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা
মুখ্য সংবাদ

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি
মুখ্য সংবাদ

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
পুৰীৰ জগন্নাথ মন্দিৰৰ নামত নামত সাতখন ৰাজ্যত কিমান মাটি আছে জানেনে ?
মুখ্য সংবাদ

পুৰীৰ জগন্নাথ মন্দিৰৰ নামত নামত সাতখন ৰাজ্যত কিমান মাটি আছে জানেনে ?

October 1, 2023
আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যান
মুখ্য সংবাদ

আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যান

October 1, 2023
অমৃত বৃক্ষৰ পৰা অমৃত কলহলৈকেঃ ইটোৰ পাছত সিটো কামৰ বোজা চৰকাৰৰ, উপায়হীন হৈ ছছিয়েল মিডিয়াত ৰাজ্যৰ শিক্ষকৰ কেম্পেইন “আমাক পঢ়াবলৈ দিয়ক”
মুখ্য সংবাদ

অমৃত বৃক্ষৰ পৰা অমৃত কলহলৈকেঃ ইটোৰ পাছত সিটো কামৰ বোজা চৰকাৰৰ, উপায়হীন হৈ ছছিয়েল মিডিয়াত ৰাজ্যৰ শিক্ষকৰ কেম্পেইন “আমাক পঢ়াবলৈ দিয়ক”

October 1, 2023
অসমৰ সংস্কৃতিলৈ নাগাৰা নামৰ অৱদান! বৰ্তমান কিয় বিতৰ্কিত হৈ পৰিছে নাগাৰা নাম
মুখ্য সংবাদ

অসমৰ সংস্কৃতিলৈ নাগাৰা নামৰ অৱদান! বৰ্তমান কিয় বিতৰ্কিত হৈ পৰিছে নাগাৰা নাম

October 1, 2023
Next Post
এইবাৰ সোণাৰিত কেন্দ্ৰীয় ভাৱে অনুষ্ঠিত কৰা হ’ব শ্বহীদ দিৱস

এইবাৰ সোণাৰিত কেন্দ্ৰীয় ভাৱে অনুষ্ঠিত কৰা হ'ব শ্বহীদ দিৱস

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল, গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগানৰ অভিযোগ

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7