VOICE 24x7
Saturday, June 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অৱশেষত শুকুৰবাৰে কাৰাগাৰৰ পৰা ওলাল আলফাৰ আলোচনাপন্থী গোটৰ সদস্য আন্দোলন পানিকা

আদালতত হাজিৰ হ'ব নোৱাৰাৰ বাবেই আহিছিল ৱাৰেন্ট

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 11, 2022
in মুখ্য সংবাদ
অৱশেষত শুকুৰবাৰে কাৰাগাৰৰ পৰা ওলাল আলফাৰ আলোচনাপন্থী গোটৰ সদস্য আন্দোলন পানিকা
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

অৱশেষত কাৰাগাৰৰ পৰা ওলাল আলফাৰ আলোচনাপন্থী গোটৰ সদস্য আন্দোলন পানিকা ৷ আদালতত হাজিৰ হ’ব নোৱাৰাৰ বাবেই  আহিছিল ৱাৰেন্ট। আইনী প্ৰক্ৰিয়াত কোনো লোকে সহায় কৰিবলৈ আগবাঢ়ি নহাৰ বাবে ৫ টা বছৰ থাকিবলগীয়া হ’ল কাৰাগাৰত।অৱশেষত শুকুৰবাৰে কাৰাগাৰৰ পৰা ওলাল আন্দোলন পানিকা।

অসম আন্দোলনৰ সময়ত জন্ম হোৱাৰ বাবে আন্দোলন পানিকা নাম ৰাখিছিল পিতৃ-মাতৃয়ে   । ‘স্বাধীন অসম’ৰ সপোন দেখি ২০০২ চনত ডিব্ৰুগড় জিলাৰ নামৰূপ কাৱৈমাৰিৰ আন্দোলন পানিকাই যোগদান কৰিছিল নিষিদ্ধ ঘোষিত সংগঠন আলফাত ।অৱশ্যে ২০০৭ চনত গ্ৰেপ্তাৰ হোৱাৰ পিছত আলোচনাপন্থী গোটৰ কেম্পত আছিল আন্দোলন।

বিয়া কৰোৱাৰ পিছত ঘৰত থাকি বিভিন্ন কৰ্মৰে জীৱন নিৰ্বাহ কৰি আছিল পানিকাই।দৰিদ্ৰ পৰিয়ালটোত পত্নী আৰু তিনি সন্তানৰ সৈতে যেনে- তেনে চলি আছিল যুৱকজন । তেনে সময়তে পুৰণি এটা গোচৰৰ  ৱাৰেণ্ট অহাৰ বাবে  এৰেষ্ট হোৱাৰ পিছত জামিন ল’বলৈ অথবা উকিলৰ সৈতে যোগাযোগ কৰি আইনী প্ৰক্ৰিয়াত আগবাঢ়িবলৈ অসমৰ্থ হ’ল দৰিদ্ৰ পৰিয়ালটো। সতীৰ্থসকলেই হওঁক বান আন,কোনোৱেই আগবাঢ়ি অহা নাছিল কোনো এজন লোক। আলফা নেতা মৃনাল হাজৰিকাই কেৱল খবৰ লয়েই দায়িত্ব সামৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছিল আন্দোলনে।

২০১৮ চনৰ পৰা পাঁচটাকৈ বছৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত থকাৰ পিছত এতিয়া কি কৰিব ঠিৰাং কৰিব পৰা নাই আন্দোলনে।ইফালে, স্বামী অবিহনে তিনি সন্তানৰ সৈতে পানিকাৰ পত্নীয়ে বহু দুখ-কষ্টৰে পাঁচটা বছৰ পাৰ কৰিবলগীয়া হ’ল। সেয়েহে অৱশেষত উপায়ন্তৰ হৈ পৰিয়ালটোক সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে আন্দোলন পানিকাই।

Previous Post

কামলৈ যাবলৈ কোৱাৰ বাবে পত্নীক চুৰীৰে হানি হত্যা কৰি স্বামীৰ আত্মহত্যা , ক’ত ঘটিল এই ঘটনা

Next Post

ৰাছিয়াৰ আক্ৰমণঃ ১০০ দিনত প্ৰাণ গ’ল ১০ হেজাৰ ইউক্ৰেইনৰ সেনাৰ

Related Posts

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?
মুখ্য সংবাদ

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা
মুখ্য সংবাদ

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
কিমান সুৰক্ষিত আপুনি ক্ৰয় কৰা  বাহন ? শীঘ্ৰে প্ৰৱর্তন হ’ব ৰেটিং ব্যৱস্থা
মুখ্য সংবাদ

কিমান সুৰক্ষিত আপুনি ক্ৰয় কৰা বাহন ? শীঘ্ৰে প্ৰৱর্তন হ’ব ৰেটিং ব্যৱস্থা

June 24, 2022
সামাজিক মাধ্যম প্লেটফৰ্ম ইনষ্টাগ্ৰামত বয়সৰ উপযুক্ত অভিজ্ঞতা প্ৰদান কৰিবৰ বাবে কি ক’লে ইনষ্টাগ্ৰামে ?
মুখ্য সংবাদ

সামাজিক মাধ্যম প্লেটফৰ্ম ইনষ্টাগ্ৰামত বয়সৰ উপযুক্ত অভিজ্ঞতা প্ৰদান কৰিবৰ বাবে কি ক’লে ইনষ্টাগ্ৰামে ?

June 24, 2022
বেংগালুৰুৰ ২  শিক্ষানুষ্ঠানত আয়কৰ বিভাগৰ অভিযান
মুখ্য সংবাদ

বেংগালুৰুৰ ২ শিক্ষানুষ্ঠানত আয়কৰ বিভাগৰ অভিযান

June 23, 2022
সমগ্ৰ দেশতে ক’ভিড-১৯ত আৰোগ্য হোৱা লোকৰ সংখ্যা ৪,২৭,৩৬,০২৭ লৈ বৃদ্ধি
মুখ্য সংবাদ

সমগ্ৰ দেশতে ক’ভিড-১৯ত আৰোগ্য হোৱা লোকৰ সংখ্যা ৪,২৭,৩৬,০২৭ লৈ বৃদ্ধি

June 23, 2022
Next Post
ৰাছিয়াৰ আক্ৰমণঃ ১০০ দিনত প্ৰাণ গ’ল ১০ হেজাৰ ইউক্ৰেইনৰ সেনাৰ

ৰাছিয়াৰ আক্ৰমণঃ ১০০ দিনত প্ৰাণ গ’ল ১০ হেজাৰ ইউক্ৰেইনৰ সেনাৰ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7