VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাষ্ট্ৰীয় গণৰাজ্য দিৱস শিবিৰত অসমৰ ছাত্ৰীৰ ডিজি প্ৰশংসা কাৰ্ড লাভ

voicedesk by voicedesk
February 2, 2023
in মুখ্য সংবাদ
ৰাষ্ট্ৰীয় গণৰাজ্য দিৱস শিবিৰত অসমৰ ছাত্ৰীৰ ডিজি প্ৰশংসা কাৰ্ড লাভ
0
SHARES
26
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী : নতুন দিল্লীত অনুষ্ঠিত হোৱা গণৰাজ্য দিৱস শিবিৰ ২০২৩ৰ সময়ত অসমৰ এন চি চি কেডেট শ্ৰীমতী সায়ন্তানী ঘোষক ডিজি প্ৰশংসা কাৰ্ড প্ৰদান কৰা হয়। দিল্লীৰ জিঅ’এইচ (গাৰ্ড অৱ অনাৰ) খেলপথাৰত এনচিচিৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল গুৰবীৰপাল সিঙে ডিজি প্ৰশংসা কাৰ্ড প্ৰদান কৰে ৷ সায়ন্তনী ঘোষ ৬০ অসম ছোৱালী বেটেলিয়ন এন চি চিৰ কেডেট । এনচিচিৰ সম্পূৰ্ণ সময়ৰ বিষয়া, সহযোগী বিষয়া (এন অ’), বিষয়া প্ৰশিক্ষকৰ অধীনত, চাৰ্জেণ্ট, মেজৰ প্ৰশিক্ষক আৰু কেডেটসকলক দুঃসাহসিক ক্ৰীড়া, প্ৰশিক্ষণ, বা সামাজিক বা সাংস্কৃতিক ক্ষেত্ৰত অসাধাৰণ অৱদানৰ বাবে এই কাৰ্ড প্ৰদান কৰা হয় ৷ এই সন্মানীয় কাৰ্ড লাভ কৰা অসমৰ গুৱাহাটীৰ বাসিন্দা সায়ন্তনী ঘোষ অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ ছাত্ৰী। এগৰাকী মেধাৱী ছাত্ৰী হিচাপে সুখ্যাতি অৰ্জন কৰা সায়ন্তনীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীত সক্ৰিয় অংশগ্ৰহণ কৰি আহিছে।

এন চি চি গণৰাজ্য দিৱস শিবিৰ (আৰ ডি চি)-২০২৩ত অংশগ্ৰহণৰ বাবে তেওঁ কেৱল শিবিৰত প্ৰৱেশ কৰিবলৈ সক্ষম হোৱাই নহয়, ১৭টা সঞ্চালকালয়ৰ সকলো কেডেটৰ ভিতৰত তেওঁ আছিল একমাত্ৰ কেডেট যিসকলক প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত কৰা হৈছিল ৷ আৰ ডি চিৰ তিনিওটা মূল ইভেণ্টতে (পি এম ৰেলী, পি এম হাউছ ইভেণ্ট, প্ৰেচিডেণ্ট হাউছ ইভেণ্ট) তেওঁ অংশগ্ৰহন কৰিছিল। ২০২৩ চনৰ গণৰাজ্য দিৱস শিবিৰ ভ্ৰমণৰ সময়ত ভাৰতৰ উপ-ৰাষ্ট্ৰপতি, দিল্লীৰ মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী, নৌসেনাৰ মুৰব্বী আৰু সেনাবাহিনীৰ মুৰব্বীৰ সন্মুখত অনুষ্ঠান পৰিৱেশন কৰাৰ বাবেও নিৰ্বাচিত হৈছিল ৷
গণৰাজ্য দিৱস শিবিৰ এনচিচিৰ আটাইতকৈ সন্মানীয় বাৰ্ষিক অনুষ্ঠান আৰু ইয়াত অংশগ্ৰহণকাৰী যুৱক-যুৱতীসকলয়ে গণৰাজ্য দিৱসৰ পেৰেড আৰু প্ৰধানমন্ত্ৰীৰ এনচিচি ৰেলীকে ধৰি কেইবাটাও জীৱনজোৰা অভিজ্ঞতাৰ মুখামুখি হয় ৷ সাধাৰণতে গোট আৰু সঞ্চালকালয় পৰ্যায়ত কেইবাবাৰো কঠোৰ পৰীক্ষাৰ অন্ততহে আৰ ডি চি কেডেটসকলক এই স্থানলৈ নিৰ্বাচন কৰা হয়।

Previous Post

আনক জীৱন দিয়া গছে জীৱনো কাঢ়ি লয় ! জানেনে এই ৰহস্যময়ী চিকাৰী উদ্ভিদৰ কথা

Next Post

হৰিনাৰায়ন‌ দত্ত বৰুৱাৰ জীৱন ও কৰ্ম বিষয়ক গ্ৰন্থ প্ৰকাশৰ পৰিকল্পনা‌

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
হৰিনাৰায়ন‌ দত্ত বৰুৱাৰ জীৱন ও কৰ্ম বিষয়ক গ্ৰন্থ প্ৰকাশৰ পৰিকল্পনা‌

হৰিনাৰায়ন‌ দত্ত বৰুৱাৰ জীৱন ও কৰ্ম বিষয়ক গ্ৰন্থ প্ৰকাশৰ পৰিকল্পনা‌

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7