VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অসমত ৫৭ টাকৈ নতুন বেংক স্থাপন হ’ব

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
October 29, 2021
in মুখ্য সংবাদ, অৰ্থনীতি, ৰাজনীতি
অসমত ৫৭ টাকৈ নতুন বেংক স্থাপন হ’ব
0
SHARES
3
VIEWS
Share on FacebookShare on Twitter

অহা ৩১ মাৰ্চৰ ভিতৰত অসমত নতুনকৈ ৫৭ টা বেংক গঠনৰ সিদ্ধান্ত লোৱা হৈছে। জনসংখ্যা অনুপাতে বেংকৰ সংখ্যা কম হোৱাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি বিত্তমন্ত্ৰী অজন্তা নেওগে জানিবলৈ দিয়ে।

খানাপাৰাস্থিতি অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা সংবাদ মেলত ভাগ লৈ কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী ড৹ ভগৎ কিষাণ ৰাও কাৰাডে জনাই যে বেংকত জমা ধনৰ পৰিমাণ ৫৫% ৰ পৰা ৬০% লৈ বৃদ্ধি কৰিবলৈ নতুন বেংক স্থাপনৰ কথা চিন্তা কৰিছে। 

নতুন বেংকৰ জৰিয়তে গ্ৰামাঞ্চলৰ লোকসকল অধিক উপকৃত হ’ব বুলি জানিবলৈ দিয়ে। ইয়াৰ উপৰিও নতুন বেংক স্থাপনে কম সূতত গ্ৰাহকক ঋণ প্ৰদান কৰিব পাৰিব বুলিও উল্লেখ কৰে। 

ইয়াৰ উপৰিও অসমৰ প্ৰতিখন জিলাতে গ্ৰাহকৰ সুবিধাৰ্থে ভ্ৰাম্যমাণ এ টি এমৰ সুবিধা প্ৰদানৰ ব্যৱস্থা গ্ৰহণৰ কথাও কেন্দ্ৰীয় মন্ত্ৰীজনে উল্লেখ কৰে।

বিত্তমন্ত্ৰী অজন্তা নেওগে ব্যক্তিগত প্ৰতিষ্ঠানৰ বেংকক শাখা প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আগভাগ ল’বলৈ অনুৰোধ জনায়। 

 

Previous Post

উৰণীয়া বাইক কিনিবলৈ বিচাৰে নেকি? ইতিমধ্যে বুকিং আৰম্ভ হৈছে

Next Post

যান বাহনৰ গতিবেগৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা

Related Posts

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 
মুখ্য সংবাদ

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্রী
ৰাজনীতি

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্রী

January 28, 2023
২০২৩ চনৰ ৭ ফেব্ৰুৱাৰীত ভাৰতত বহুতো ডিভাইচ মুকলি কৰিবলৈ সাজু হৈছে  ‘ওৱানপ্লাছ ‘
অৰ্থনীতি

২০২৩ চনৰ ৭ ফেব্ৰুৱাৰীত ভাৰতত বহুতো ডিভাইচ মুকলি কৰিবলৈ সাজু হৈছে ‘ওৱানপ্লাছ ‘

January 27, 2023
ভাৰতত ফৰাচী ডিজাইনাৰ পোছাক উদ্যোগ ‘গ্ৰেলং’
অৰ্থনীতি

ভাৰতত ফৰাচী ডিজাইনাৰ পোছাক উদ্যোগ ‘গ্ৰেলং’

January 27, 2023
২০২৩বৰ্ষত  প্ৰদান কৰা হ’ব মুঠ ছটা পদ্মবিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটা
মুখ্য সংবাদ

২০২৩বৰ্ষত প্ৰদান কৰা হ’ব মুঠ ছটা পদ্মবিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটা

January 26, 2023
নীট-পি জিৰ কাউন্সেলিঙত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ
মুখ্য সংবাদ

যোৰহাট মেডিকেল ইনষ্টিটিউটৰ পৰা ইতিমধ্যে উত্তীৰ্ণ ৰুৰেল হেলথ প্ৰেকটিচনাৰ সকলে আগৰ দৰেই অসমৰ গ্ৰাম্যাঞ্চলত চিকিৎসা সেৱা আগবঢ়াই যোৱাত বৈধতা প্ৰদান উচ্চতম ন্যায়ালয়ৰ 

January 25, 2023
Next Post
যান বাহনৰ গতিবেগৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা

যান বাহনৰ গতিবেগৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

January 29, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7