VOICE 24x7
Monday, September 25, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এদিনো স্কুল খটি নকৰাকৈ ১০ বছৰ বয়সত ৫০খন দেশ ভ্ৰমণ এগৰাকী কিশোৰীৰ ? কেনেদৰে এয়া সম্ভৱপৰ হ’ল ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 22, 2023
in মুখ্য সংবাদ
এদিনো স্কুল খটি নকৰাকৈ ১০ বছৰ বয়সত  ৫০খন দেশ ভ্ৰমণ এগৰাকী কিশোৰীৰ ? কেনেদৰে এয়া সম্ভৱপৰ হ’ল ?
0
SHARES
37
VIEWS
Share on FacebookShare on Twitter

বহুতে পৃথিৱী ভ্ৰমণ কৰাৰ সপোন দেখে ৷ কিন্তু সকলো মানুহৰ সেই সপোন বাস্তৱায়িত নহয় ৷  কিছুমান মানুহে আৰ্থিকভাৱে সক্ষম নহয় আৰু  বহুতে দৈনন্দিন ব্যস্ততাৰ পৰা সময় উলিয়াই বিদেশ ভ্ৰমণ কৰিব নোৱাৰে। দহ বছৰীয়া অদিতি ত্ৰিপাঠী নামৰ কিশোৰী গৰাকীয়ে ইতিমধ্যে ৫০খন দেশ ভ্ৰমণ কৰিছে। লণ্ডনৰ গ্ৰীণউইচৰ বাসিন্দা অদিতি আচলতে এজন প্ৰবাসী ভাৰতীয়। তেওঁৰ বয়সত যেতিয়া আন ১০ জন ল’ৰা-ছোৱালীয়ে নিজৰ ডায়েৰীত বিদেশ ভ্ৰমণৰ তালিকা লিখি আছে, তেতিয়া অদিতি বিদেশ ভ্ৰমণত ব্যস্ত। কিন্তু বিদেশ ভ্ৰমণৰ বাবে তেওঁ স্কুল এদিনো খটি কৰা নাই ৷সেয়া কেনেকৈ সম্ভৱ হ’ল?

 

অদিতিৰ পিতৃ-মাতৃ দীপক আৰু অভিলাষাই নিবিচাৰে অদিতিৰ পঢ়া-শুনাত ভ্ৰমণৰ প্ৰভাৱ পৰিব। গতিকে অদিতিৰ পিতৃ-মাতৃয়ে স্কুলৰ দীঘলীয়া বন্ধৰ সময়ত যেনে শীতকালীন ছুটী, গ্ৰীষ্মকালীন ছুটী আৰু যদি কোনো বন্ধ শনিবাৰ-দেওবাৰত পৰে তেন্তে ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰে। শুকুৰবাৰে স্কুল ছুটীৰ পিছত বিমানত উঠিলে, স্কুল খোলাৰ দিনা অদিতি পোনে পোনে বিমানবন্দৰৰ পৰা স্কুললৈ যায় ৷ তিনি বছৰ বয়সত নাৰ্চাৰী স্কুলত পঢ়ি থকাৰ পৰাই অদিতিয়ে দেশ ভ্ৰমণ কৰি আহিছে। কভিড আৰম্ভ হোৱাৰ পূৰ্বে এবছৰত অদিতিৰ পৰিয়ালে একেলগে মুঠ ১২খন দেশ ভ্ৰমণ কৰিছিল। নেপাল, ভাৰত আৰু থাইলেণ্ডৰ বিভিন্ন সংস্কৃতিৰ প্ৰতি আকৰ্ষিত অদিতি। ইতিমধ্যে অদিতিয়ে এছিয়া আৰু ইউৰোপৰ অধিকাংশ দেশ ভ্ৰমণ কৰিছে।

 

বিদেশ ভ্ৰমণৰ বাবে ধন সঞ্চয় কৰিবলৈ অদিতিৰ পিতৃ-মাতৃয়ে অতি সামান্য দৈনন্দিন জীৱন যাপন কৰে। অদিতিৰ পিতৃ-মাতৃয়ে ঘৰৰ পৰাই কাম কৰে, অৰ্থাৎ ঘৰৰ পৰাই অফিচৰ কাম কৰিব পাৰে। গতিকে পৃথিৱীৰ কোনো প্ৰান্তৰ পৰা কাম কৰিবলৈ তেওঁলোকৰ কোনো অসুবিধা নহয়। জীয়েকৰ সৈতে বিদেশ ভ্ৰমণ, তাত থকা খাদ্যৰ সোৱাদ লোৱাটো তেওঁলোকৰ নিচা বুলি ক’ব পাৰি।

Previous Post

”ৰেখা,দ্যা আনট’ল্ড ষ্টৰী” -ব্যক্তিগত সহায়িকাৰ ওপৰত শাৰিৰীক-মানসিকভাৱে নির্ভৰশীল ৰেখা

Next Post

কিয় ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল কৰমণ্ডল এক্সপ্ৰেছ! কেন্দ্ৰই প্ৰকাশ কৰিলে প্ৰতিবেদন

Related Posts

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ
মুখ্য সংবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
Next Post
কিয় ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল কৰমণ্ডল এক্সপ্ৰেছ! কেন্দ্ৰই প্ৰকাশ কৰিলে প্ৰতিবেদন

কিয় ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল কৰমণ্ডল এক্সপ্ৰেছ! কেন্দ্ৰই প্ৰকাশ কৰিলে প্ৰতিবেদন

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7