VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁৱৰ শালনা চাহ বাগিচাত আটছাৰ দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ

voicedesk by voicedesk
June 7, 2023
in মুখ্য সংবাদ
নগাঁৱৰ শালনা চাহ বাগিচাত আটছাৰ দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ
0
SHARES
17
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,৬জুন:–অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত নগাঁও জিলা সমিতিৰ লগতে শালনা উপ শাখা সমিতিৰ উদ্যোগত আজি শালনা চাহ বাগিচাত চাহ জনজাতি লোকসকলৰ বিভিন্ন সমস্যা বৰ্তমান চৰকাৰখনে সমাধান নকৰাৰ প্ৰতিবাদত আটছাৰ নেতৃত্বতৰ লগতে চাহ শ্ৰমিক সকলে দুই ঘন্টীয়া ধৰ্ণা কাৰ্যসুচী ৰূপায়ণ কৰে ৷ চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৫১ টকা লৈ বৃদ্ধি কৰা,চাহ বাগিচা চিকিৎসালয় সমূহত স্থায়ী চিকিৎসক নিযুক্তিৰ ব্যৱস্থা কৰাৰ লগতে চিকিৎসালয়ত প্ৰশিক্ষণপ্ৰাপ্ত একোজন জি এন এম আৰু দুজনকৈ এ এন এম নিযুক্তিৰ ব্যৱস্থা কৰিব লাগে বুলি আটছাৰ নেতৃত্বই দাবী জনোৱাৰ লগতে শালনা চাহ বাগিচাৰ অন্তৰ্গত ৫ টা ডিভিজনত খালী হৈ থকা পদ সমূহত স্থানীয় চাহ জনগোষ্ঠীৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীক কর্ম সংস্থাপন দিয়াৰ দাবী জনাই প্ৰতিবাদকাৰীসকলে ৷ লগতে চাহ বাগিচাৰ অন্তর্গত বিদ্যালসমূহত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক নিযুক্তিকৰণৰ ব্যৱস্থা কৰিবলৈ আটছাৰ নেতৃত্বই দাবী জনাই । চাহ বাগিচাত দীৰ্ঘদিন ধৰি অস্থায়ী ভাৱে খাটি থকা চাহ শ্ৰমিক আৰু চাহ কৰ্মচাৰীসকলক অতি শীঘ্ৰে স্থায়ীকৰণৰ ব্যৱস্থা কৰিব লাগে বুলি প্ৰতিবাদকাৰীসকলে দাবী কৰে ৷

চাহ বাগিচাৰ কৰ্ত্তৃপক্ষৰ লগতে চৰকাৰে চাহ শ্ৰমিকসকল বাস কৰা অঞ্চলসমূহত ডিডিটি বা ব্লেছিং পাউডাৰ আৰু নলা-নৰ্দমা সমূহ মাহিলী পৰিষ্কাৰ কৰাৰ ব্যৱস্থা কৰাৰ দাবী কৰাৰ লগতে চাহ বাগিচাত শ্ৰমিকৰ অনুপাতে বাবু চৰ্দাৰৰ লগতে শ্রমিক বাগিচা আইনৰ মতে নিৰিখ প্ৰযোজ্য কৰিবলৈ আটছাৰ নেতৃত্বই দাবী জনোৱাৰ লগতে চিকিৎসালয়ত পানীৰ যোগান,শৌচাগাৰ,স্নানাগাৰ আদি পৰিষ্কাৰ কৰাৰ ব্যৱস্থাৰ লগতে অৰ্হতাসম্পন্ন ব্যক্তিক অতি শীঘ্ৰে নিযুক্তি দিবলৈ প্ৰতিবাদকাৰী সকলে দাবী জনাই ৷ আজিৰ এই কাৰ্য্যসূচীত উপস্থিত থাকে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ সভাপতি মহেন্দ্ৰ নায়ক,কলিয়াবৰ শাখা সমিতিৰ উপ সভাপতি ক্ৰমে নৰেশ গোৱালা,মহাদেৱ তাঁতী,সহকাৰী সম্পাদক বিজয় মুণ্ডা,সাংগঠনিক সম্পাদক সাবিন্দা কালিন্দী, কাৰ্যনিৰ্বাহক সদস্য ৰাজুল তাঁতী উপ শাখা সমিতিৰ সভাপতি বুদ্ধদেৱ তাঁতী, সম্পাদক গোবিন্দ তাঁতীৰ লগতে চামগুৰি উপ শাখা সমিতিৰ সভাপতি কৰন নায়ক আৰু সম্পাদক ৰূপজ্যোতি তাঁতী শালনা প্ৰাথমিক গোটৰ সভাপতি- সম্পাদকৰ লগতে শালনা চাহ বাগিচাৰ একাংশ চাহ শ্ৰমিক ৰাইজ । প্ৰতিবাদকাৰীসকলে ধৰ্ণা কাৰ্যসূচীৰ অন্তত উক্ত দাবীসমূহৰ সমাধানৰ দাবীত কলিয়াবৰ মহকুমাধিপতিলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ অহা ১৫ দিনৰ ভিতৰত প্ৰেৰণ কৰাৰ উক্ত স্মাৰকপত্ৰৰ দাবীৰ উত্তৰ দিয়াৰ ব্যৱস্থা নকৰিলে বাগিচা বন্ধ ঘোষণা কৰিব বুলি আটছাৰ নেতৃত্বই হুংকাৰ প্ৰদান কৰে ।

Previous Post

নগাঁও ছোৱালী মহাবিদ্যালয়ত বিশ্ব পৰিবেশ দিৱস উদযাপন, গ্ৰীণ হিৰ’ বঁটা প্ৰদান

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7