VOICE 24x7
Monday, September 25, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁও ছোৱালী মহাবিদ্যালয়ত বিশ্ব পৰিবেশ দিৱস উদযাপন, গ্ৰীণ হিৰ’ বঁটা প্ৰদান

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 7, 2023
in মুখ্য সংবাদ
নগাঁও ছোৱালী মহাবিদ্যালয়ত বিশ্ব পৰিবেশ দিৱস উদযাপন, গ্ৰীণ হিৰ’ বঁটা প্ৰদান
0
SHARES
6
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,৬জুন:–নগাঁও ছোৱালী মহাবিদ্যালয়ৰ উদ্যোগত আৰু পান্হতৰু সংৰক্ষণী,অসমৰ সহযোগত বিশ্ব পৰিবেশ দিৱস মহাবিদ্যালয়ৰ চৌহদত উদযাপন কৰা হয় ৷ পুৱা ৯বজাৰ পৰা আৰম্ভ হোৱা কাৰ্যসূচীৰ আৰম্ভণিতে নগাঁৱৰ বিশিষ্ট শিল্পী তথা পান্হতৰুৰ সতীৰ্থ বিজয় ভূঞা আৰু নৃপেন শইকীয়াই পেলনীয়া প্লাষ্টিক যেনে– বটল, টেমা,ব্ৰাছ,কলম আদিৰে নিৰ্মাণ কৰা আটক ধুনীয়া শিল্পকৰ্ম (হাতী)টি ফিটা কাটি উন্মোচন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কুলেন চন্দ্ৰ দাসে ।

গছপুলি ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিশিষ্ট পৰিবেশকৰ্মী দিলোৱাৰ হুছেইনে আৰু পেলনীয়া প্লাষ্টিকেৰে সপ্তম শ্ৰেণীৰ পৰা স্নাতক বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত Craft making প্ৰতিযোগিতাৰ দুৱাৰ মুকলি কৰে শিল্পী বিজয় ভূঞাই । ইয়াৰ পাছতে অনুষ্ঠিত হয় মুকলি সভা । পান্হতৰুৰ সম্পাদক বুবুল শৰ্মাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি মানৱ শৰীৰ তথা পৃথিৱীক ৰুগীয়া কৰি তোলা প্লাষ্টিকৰ বিকল্প ব্যৱহাৰৰ বাবে আহবান জনায় । উক্ত অনুষ্ঠানত উপস্থিত থকা দেশৰ বিশিষ্ট পৰিবেশবিদ বিভৱ তালুকদাৰে পলি বেগ বৰ্জন কৰাৰ আহবান জনায় ৷

 

উক্ত অনুষ্ঠানতে শিল্পী বিজয় ভূঞাক আদৰণি জনোৱাৰ লগতে ২০২৩ চনত “পঞ্চম বাৰ্ষিক গ্ৰীণ হিৰ’ বঁটা” প্ৰদান কৰা হয় লাওখোৱা- বুঢ়াচাপৰি অভয়াৰণ্যৰ জীৱজন্তুৰ তথা সংৰক্ষণত একান্ত চিত্তে সেৱা আগবঢ়াই অহা সেই অঞ্চলৰ নাগৰিক অভিজিৎ কোঁৱৰ শৰ্মাক । লগতে অনুষ্ঠানটোত আদৰণি জনোৱা হয় সৰু ব্যৱসায় কৰিও আঁহত পুলি ৰোপন কৰি ডাঙৰ দীঘল কৰি পৰিবেশ সুৰক্ষাৰ বাবে কাম কৰা মধ্যম বিশ্বাসক ।অনুষ্ঠানৰ শেষত মহাবিদ্যালয়ত পান্হতৰুৰ সদস্যসকলে চৌহদত ফলমূলৰ গছপুলি ৰোপণ কৰাৰ উপৰিও পূৰ্বতে ৰোপণ কৰা গছপুলিসমূহত পানী দিয়াৰ কাৰ্যসূচী সম্পন্ন কৰে ।

Previous Post

বাংলাদেশত পিকআপ ভ্যানেৰে ট্ৰাকৰ সংঘৰ্ষ, নিহত ১৪ জন

Next Post

নগাঁৱৰ শালনা চাহ বাগিচাত আটছাৰ দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ

Related Posts

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ
মুখ্য সংবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
Next Post
নগাঁৱৰ শালনা চাহ বাগিচাত আটছাৰ দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ

নগাঁৱৰ শালনা চাহ বাগিচাত আটছাৰ দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7