VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 21, 2023
in মুখ্য সংবাদ
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া
0
SHARES
17
VIEWS
Share on FacebookShare on Twitter

 

এদল লোকে হৰিণা চিকাৰ কৰি মাংসৰে ভোজ খোৱা দৃশ্য  সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজস্থানত ৷  ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাত চিকাৰীৰ দলটোৱে আৰক্ষী আৰু বন বিভাগক মুকলি প্ৰত্যাহ্বান জনায় ৷  ঘটনাৰ এটা ভিডিঅ’ পোহৰলৈ অহাত বিষ্ণুই জনগোষ্ঠী আৰু বন্যপ্ৰাণী সংৰক্ষণবিদসকলৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে । সোমবাৰে এই ঘটনাৰ ভিডিঅ’ পোহৰলৈ আহে।

ভিডিঅ’টোত এটা হৰিণ চিকাৰ কৰি গছৰ ডালত ওলমাই ৰখা  দেখা গৈছে। ইয়াৰ পিছত ছালখন আঁতৰাই মাংস কাটি ৰান্ধি খোৱাৰ দৃশ্য দেখা যায় ৷ভিডিঅ’টো চোৱাৰ পাছত আৰক্ষীয়ে প্ৰথমে অনুমান কৰিছিল যে এই ঘটনা লুনি থানাৰ পান্নে সিং নগৰ অঞ্চলৰ কালিজালৰ সমীপত সংঘটিত হৈছে। ভিডিঅ’টো চাই অভিযুক্তক চিনাক্ত কৰাৰ চেষ্টা চলাইছে আৰক্ষীয়ে।

 

বিষ্ণুই টাইগাৰ ফৰ্চে অভিযুক্তক শাস্তি প্ৰদানৰ দাবী জনাইছে। আৰক্ষী আয়ুক্ত, সংমণ্ডল বন বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰে। লগতে হৰিণৰ সুৰক্ষাৰ বচাবলৈ অঞ্চলটোৰ বিশেষ নিৰাপত্তা বাহিনীৰ দাবী উত্থাপন কৰিছে। বিষ্ণুই টাইগাৰ ফৰ্চৰ মুৰব্বী ৰাম পাল ভৱৰে কয়, ‘অহা দুদিনত দোষীক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব ৷ বৃহস্পতিবাৰে জিলা দণ্ডাধীশৰ কাৰ্যালয়ত এক প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰা হ’ব।”

 

বন্যপ্ৰাণী সুৰক্ষা কৰ্মী ওম প্ৰকাশে কয় যে যোধপুৰ-বৰমেধ সীমান্তত চোৰাং চিকাৰীৰ মুক্ত চলাচল আৰম্ভ হৈছে। দীৰ্ঘদিন ধৰি অঞ্চলটোত ০০৯ নামৰ এটা চোৰাং চিকাৰী গোট সক্ৰিয় হৈ আছে। সেই দলটোৱে  হৰিণ চিকাৰ কৰি আছে। একেটা দলৰ সদস্য ভবানী সিঙে এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত মুকলি কৰি আৰক্ষীক প্ৰত্যাহ্বান জনাইছে।

Previous Post

বিয়াৰ পাছত ২৭ বছৰ ধৰি স্বামীৰ পৰা কিয় পৃথকে বাস কৰে অলকা য়াগনিকে ?

Next Post

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7