VOICE 24x7
Wednesday, February 8, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ইণ্ডিয়ান পেনোৰামাত প্ৰদৰ্শিত হ’ব বড়ো-ডিমাছা-মিচিং ভাষাৰ ছবি

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 6, 2021
in মুখ্য সংবাদ, মনোৰঞ্জন
কভিদ মহামাৰী আৰু ভাৰতৰ বোলছবি উদ্যোগ
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

অসমৰ চলচ্চিত্ৰ উদ্যোগলৈ পুনৰ আন এক সুখবৰ। অসমৰ পৰা এইবাৰ তিনিখনকৈ ছবিয়ে বাচনি লাভ কৰিছে গোৱা আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱৰ ইণ্ডিয়ান পেনোৰামা শাখাত। আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱৰ এই শাখাত এইবাৰ অসমৰ বড়ো,ডিমাছা আৰু মিচিং ভাষাৰ তিনিখন ছবি প্ৰদৰ্শিত হব।বড়ো ভাষাৰ ছবি ছিজৌ, ডিমাছা ভাষাৰ ছবি ছেমখৰ আৰু মিচিং ভাষাৰ ছবি বুম্বা ৰাইড ইণ্ডিয়ান পেনোৰামা শাখাত অসমৰ পৰা বাচনি লাভ কৰিছে।

বড়ো ভাষাৰ ছবি ছিজৌ পৰিচালনা কৰিছে বিশাল পি চলিহাই। এই ছবিখন সম্পাদনা কৰিছে বিশাল শৰ্মাই। আনহাতে, অভিনেত্ৰী আইমী বৰুৱাই প্ৰথমবাৰৰ বাবে পৰিচালনা কৰিছে ছেমখৰ নামৰ ছবিখন। তেওঁ ছবিখনৰ মূল চৰিত্ৰত অভিনয়ো কৰিছে। আনহাতে, মিচিং ছবি বুম্বা ৰাইড পৰিচালনা কৰিছে বিশ্বজিৎ বৰাই।ইণ্ডিয়ান পেনোৰামা শাখাত এইবাৰ দেশৰ বিভিন্ন ভাষাৰ মুঠ ২৫ খন ছবিয়ে বাচনি লাভ কৰিছে।অহা ২০ নবেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ এই ছবি মহোৎসৱ অনুষ্ঠিত হব

Previous Post

শিশু-কিশোৰৰ বিৰূদ্ধে থকা প্ৰায় ৯০০ গোচৰ নিষ্পত্তি কৰিলে দিল্লী চৰকাৰে, উচ্চ ন্যায়ালয়ত দিলে তথ্য

Next Post

উদ্বেগজনকভাৱে উত্তৰ পূবত বৃদ্ধি পাইছে কেঞ্চাৰ ৰোগীৰ সংখ্যা

Related Posts

নগাঁও জিলা উপায়ুক্তক যুৱ ছাত্ৰ পৰিষদৰ তিনি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান
মুখ্য সংবাদ

নগাঁও জিলা উপায়ুক্তক যুৱ ছাত্ৰ পৰিষদৰ তিনি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান

February 7, 2023
জেইই-মেইনৰ জানুৱাৰী সংস্কৰণৰ ফলাফল ঘোষণা, ২০ পৰীক্ষার্থীয়ে লাভ কৰিলে সম্পূর্ণ নম্বৰ
মুখ্য সংবাদ

জেইই-মেইনৰ জানুৱাৰী সংস্কৰণৰ ফলাফল ঘোষণা, ২০ পৰীক্ষার্থীয়ে লাভ কৰিলে সম্পূর্ণ নম্বৰ

February 7, 2023
নেপালত কিয় দূর্ঘটনাগ্ৰস্ত হৈছিল বিমান !! তদন্তকাৰীৰ প্ৰতিবেদনত পোহৰলৈ আহিছে তথ্য
মুখ্য সংবাদ

নেপালত কিয় দূর্ঘটনাগ্ৰস্ত হৈছিল বিমান !! তদন্তকাৰীৰ প্ৰতিবেদনত পোহৰলৈ আহিছে তথ্য

February 7, 2023
বিয়াৰ পিছত সিদ্ধার্থ-কিয়াৰাৰ নতুন ঠিকনা কি হ’ব ? সমুদ্ৰৰ পাৰৰ বাংলোৰ মূল্য শুনিলে আপোনাৰ চকু কপালত উঠিব ?
মনোৰঞ্জন

বিয়াৰ পিছত সিদ্ধার্থ-কিয়াৰাৰ নতুন ঠিকনা কি হ’ব ? সমুদ্ৰৰ পাৰৰ বাংলোৰ মূল্য শুনিলে আপোনাৰ চকু কপালত উঠিব ?

February 7, 2023
হিণ্ডেনবার্গৰ প্ৰতিবেদনৰ পাছত সাম্ৰাজ্য খহিলেও ধনী ব্যক্তিৰ তালিকাতে আছে গৌতম আদানি, ৪০০ কোটিৰ ঘৰ, ব্যয়বহুল একাধিক বিলাসী গাড়ী-বিমান-জাহাজকে ধৰি কি কি সম্পত্তিৰ মালিক জানেনে ?

পুনৰ কঁপি উঠিল তুৰস্ক,ভূমিকম্পৰ ফলত ৪ হাজাৰতকৈয়ো অধিক লোকৰ মৃত্যু
মুখ্য সংবাদ

পুনৰ কঁপি উঠিল তুৰস্ক,ভূমিকম্পৰ ফলত ৪ হাজাৰতকৈয়ো অধিক লোকৰ মৃত্যু

February 7, 2023
Next Post
উদ্বেগজনকভাৱে উত্তৰ পূবত বৃদ্ধি পাইছে কেঞ্চাৰ ৰোগীৰ সংখ্যা

উদ্বেগজনকভাৱে উত্তৰ পূবত বৃদ্ধি পাইছে কেঞ্চাৰ ৰোগীৰ সংখ্যা

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আপোনাৰ ঘৰত লাফিং বুদ্ধ আছে নেকি ? সঠিক স্থানত এই মূৰ্তি নাৰাখিলে বিপদ আহিব পাৰে

আপোনাৰ ঘৰত লাফিং বুদ্ধ আছে নেকি ? সঠিক স্থানত এই মূৰ্তি নাৰাখিলে বিপদ আহিব পাৰে

February 8, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

February 8, 2023
নগাঁও জিলা উপায়ুক্তক যুৱ ছাত্ৰ পৰিষদৰ তিনি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান

নগাঁও জিলা উপায়ুক্তক যুৱ ছাত্ৰ পৰিষদৰ তিনি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান

February 7, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7