VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আর্থিক দুৰৱস্থাৰ মাজতে আন এক সংকটঃ২০২৬ চনৰ ভিতৰত চীন আৰু চৌদি আৰবক পাকিস্তানে দিব লাগিব ৭৭.৫ বিলিয়ন ডলাৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 8, 2023
in মুখ্য সংবাদ
আর্থিক দুৰৱস্থাৰ মাজতে আন এক সংকটঃ২০২৬ চনৰ ভিতৰত চীন আৰু চৌদি আৰবক পাকিস্তানে দিব লাগিব ৭৭.৫ বিলিয়ন ডলাৰ
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

পাকিস্তানে এক বৃহৎ অৰ্থনৈতিক সংকটৰ মাজেৰে দিন অতিবাহিত কৰিছে ৷ ডলাৰৰ বিপৰীতে পাকিস্তানী টকাৰ মূল্য অৱনমিত হৈছে ৷  ইয়াৰ মাজতে ২০২৩ চনৰ এপ্ৰিলৰ পৰা ২০২৬ চনৰ জুন মাহৰ ভিতৰত চীন আৰু চৌদি আৰবক ৭৭.৫ বিলিয়ন ডলাৰ (পাকিস্তানী টকাত প্ৰায় দুহাজাৰ ২০০ কোটি) ঋণ পৰিশোধ কৰিব লাগিব পাকিস্তানে ।

 

এই তথ্য ইউনাইটেড ষ্টেটছ ইনষ্টিটিউট অৱ পিচে এক প্ৰতিবেদন প্ৰকাশ কৰিছে। বৃহস্পতিবাৰে প্ৰকাশিত প্ৰতিবেদনত পাকিস্তানক সকীয়াই দিয়া হৈছে। খবৰ অনুসৰি আকাশলংঘী মুদ্ৰাস্ফীতি, ৰাজনৈতিক সংঘাত আৰু বৃদ্ধি পোৱা সন্ত্ৰাসবাদৰ বাবে আৰ্থিক বোজা পাকিস্তান। ইউএছআইপিৰ প্ৰতিবেদন অনুসৰি অহা তিনি বছৰত ঋণগ্ৰস্ত দেশখনে চীনৰ বিত্তীয় প্ৰতিষ্ঠান, ব্যক্তিগত ঋণদাতা আৰু চৌদি আৰৱক পাবলগীয়া বৃহৎ ধন পৰিশোধ কৰিব লাগিব। ২০২৩ চনৰ এপ্ৰিলৰ পৰা ২০২৬ চনৰ জুন মাহৰ ভিতৰত পাকিস্তানে ৭৭.৫ বিলিয়ন ডলাৰ ঘূৰাই দিব লাগিব। কেৱল সেয়াই নহয়, সেই সময়সীমাৰ ভিতৰত দেশ চৰকাৰে নির্দিষ্ট ধন পৰিশোধ কৰিব নোৱাৰিলে চূড়ান্ত ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি ইউএছআইপিয়ে জনাইছে৷ পাকিস্তানে অৱশ্যে আশাবাদী যে চীনে পুনৰ ধন পৰিশোধৰ সময়সীমা বৃদ্ধি কৰিব।

 

ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ কাষ চাপিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে। ২০২২ চনৰ নৱেম্বৰ মাহত আই এম এফৰ অনুদানৰ সময় আছিল। সেই অনুদান পাবলৈ আই এম এফৰ সকলো চৰ্ত পূৰণৰ বাবে পাকিস্তান চৰকাৰে যথাযথ প্ৰচেষ্টা চলাইছে। ২০১৯ চনত আই এম এফৰ সৈতে পাকিস্তানে এক চুক্তি স্বাক্ষৰ কৰিছিল যিখনৰ ম্যাদ চলিত বৰ্ষৰ ৩০ জুনত শেষ হ’ব। অৱশ্যে এই চুক্তিৰ ম্যাদ বৃদ্ধিৰ বাবে আই এম এফৰ সৈতে পাকিস্তানে আলোচনা অব্যাহত ৰাখিছে। কিন্তু কোনো পক্ষই এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা নাই।

Previous Post

বিভাজনৰ দিশে শাৰদ পাৱাৰৰ এনচিপি !! এইবাৰ দল ত্যাগ কৰিব অজিত পাৱাৰৰ লগতে ৭ বিধায়কে

Next Post

আঙঠি আৰু কাণফুলি পিন্ধি ৰাতি শোৱাৰ অভ্যাস আছে নেকি? হ’ব পাৰে শাৰিৰীক সমস্যা

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
আঙঠি আৰু কাণফুলি পিন্ধি ৰাতি শোৱাৰ অভ্যাস আছে নেকি? হ’ব পাৰে শাৰিৰীক সমস্যা

আঙঠি আৰু কাণফুলি পিন্ধি ৰাতি শোৱাৰ অভ্যাস আছে নেকি? হ’ব পাৰে শাৰিৰীক সমস্যা

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7