VOICE 24x7
Monday, December 11, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

শিশু শ্ৰমিকক উপযুক্ত মজুৰি নিদিয়া লোকৰ বিৰুদ্ধে কঠোৰ কামৰূপ মহানগৰীৰ সহকাৰী শ্ৰম আয়ুক্ত, সাত দিনৰ ভিতৰত ক্ষতিপুৰণ আদায়ৰ নির্দেশ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 20, 2023
in মুখ্য সংবাদ
শিশু শ্ৰমিকক উপযুক্ত মজুৰি নিদিয়া লোকৰ বিৰুদ্ধে কঠোৰ কামৰূপ মহানগৰীৰ সহকাৰী শ্ৰম আয়ুক্ত, সাত দিনৰ ভিতৰত ক্ষতিপুৰণ আদায়ৰ নির্দেশ
0
SHARES
24
VIEWS
Share on FacebookShare on Twitter

শিশু শ্ৰমিক কামত ৰাখি আইন অনুসৰি মজুৰি আদায় নিদিয়া লোকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলাৰ সহকাৰী শ্ৰম আয়ুক্তৰ কার্যালয়ে ৷ এগৰাকী শিশু শ্ৰমিকক কামত ৰাখি উপযুক্ত মজুৰি আদায় নিদিয়া কামৰূপ জিলাৰ তামুলপুৰৰ কাউৰবাহাৰ জেহেৰুল ইছলাম নামৰ এজন লোকক ১৪,১১২ টকা আদায় দিবলৈ সহকাৰী শ্ৰম আয়ুক্তৰ কার্যালয়ে নির্দেশ দিছে ৷ যোৱা ১৩ এপ্ৰিলত সহকাৰী শ্ৰম আয়ুক্ত এইছ কলিতাই এই নির্দেশনা প্ৰদান কৰিছে ৷ ২০২২ চনৰ ১ মে’ৰ পৰা ১৭ জুনলৈ শিশুটিক আদায় দিয়া নাছিল উপযুক্ত মজুৰি ৷ জাননী লাভ কৰাৰ সাত দিনৰ ভিতৰতে শিশুটিৰ নামত চেকযোগে এই ধন আদায় দিবলৈ শ্ৰম আয়ুক্তৰ কার্যালয়ে নির্দেশ দিছে ৷ শিশু শ্ৰমিক উদ্ধাৰ অভিযানৰ জিলা টাস্ক ফর্চে অভিযান চলোৱাৰ সময়ত ৰাজ্য চৰকাৰে জাৰি কৰা অধিসূচনা অনুসৰি শিশুটিক মজুৰি আদায় দিয়া হোৱা নাছিল বুলি জানিব পৰা গৈছিল ৷

উল্লেখ্য যে শিশু শ্ৰমিক উদ্ধাৰৰ পাছতে তেওঁলোকৰ পুনৰ সংস্থাপন আৰু ক্ষতিপুৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ  ২০২২ বর্ষৰ নৱেম্বৰতে নির্দেশ দিছিল শ্ৰম আয়ুক্তই ৷ সমান্তৰালভাৱে শিশু শ্ৰমিকসকলক নিয়োগ কৰি উপযুক্ত মজুৰি প্ৰদান নকৰা লোকসকলৰ পৰা আইন অনুসৰি বকেয়া মজুৰি আদায় কৰিবলৈয়ো নির্দেশ প্ৰদান কৰা হৈছিল  ৷ ইয়াৰ ভিত্তিত কামৰূপ মহানগৰ জিলাৰ সহকাৰী শ্ৰম আয়ুক্তৰ কার্যালয়ে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ সকলোৱে শলাগ লৈছে ৷ আগন্তুক সময়ত আন জিলাৰ কার্যালয়সমূহে এই নির্দেশনা সঠিকভাৱে পালন কৰে নে নকৰে সেয়া লক্ষণীয় হ’ব ৷

Previous Post

মাৰাডোনাৰ মৃত্যুৰ ৰহস্য ফাদিল কৰিবলৈ অব্যাহত তদন্তঃ চিকিৎসকসহ আঠজনক জেৰা

Next Post

মৃত্যুবার্ষিকীৰ এদিন পূর্বে মুক্তি পাব ইৰফান খানৰ শেষৰখন হিন্দী ছবি

Related Posts

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন
মুখ্য সংবাদ

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏
মুখ্য সংবাদ

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো
মুখ্য সংবাদ

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ
মুখ্য সংবাদ

নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

December 9, 2023
নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান
মুখ্য সংবাদ

নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

December 9, 2023
কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ
মুখ্য সংবাদ

কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ

December 8, 2023
Next Post
মৃত্যুবার্ষিকীৰ এদিন পূর্বে মুক্তি পাব ইৰফান খানৰ শেষৰখন হিন্দী ছবি

মৃত্যুবার্ষিকীৰ এদিন পূর্বে মুক্তি পাব ইৰফান খানৰ শেষৰখন হিন্দী ছবি

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7