VOICE 24x7
Monday, September 25, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁৱৰ ৰাইদঙীয়াত “প্ৰজন্ম”ৰ উদ্যোগত আয়োজিত নৱম বাৰ্ষিক নাট কৰ্মশালাৰ সামৰণি

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 1, 2023
in মুখ্য সংবাদ
নগাঁৱৰ ৰাইদঙীয়াত “প্ৰজন্ম”ৰ উদ্যোগত আয়োজিত নৱম বাৰ্ষিক নাট কৰ্মশালাৰ সামৰণি
0
SHARES
21
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,১আগষ্ট:–নগাঁও জিলাৰ উত্তৰ-পশ্চিম প্ৰান্তৰ ৰাইদঙীয়া অঞ্চলৰ অগ্ৰণী সামাজিক, সাংস্কৃতিক অনুষ্ঠান “প্ৰজন্ম”ৰ উদ‍্যোগত নাট্যশিল্পী ৰাজ মেধিৰ সোঁৱৰণত আয়োজিত নৱম বাৰ্ষিক প্ৰযোজনা ভিত্তিক নাট কৰ্মশালাখনিৰ সোমবাৰে নিশা সামৰণি পৰে । সামৰণি অনুষ্ঠানত উপস্থিত থাকে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা । ভাষণ প্ৰসংগত শৰ্মাই কয় যে অসমীয়া সাহিত্য,সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ সমীপৱৰ্তী ৰাইদঙীয়া অঞ্চলৰ একাংশ সংস্কৃতিৱান লোকৰ প্ৰচেষ্টাত তথা “প্ৰজন্ম”ৰ উদ্যোগত কণকণ প্ৰশিক্ষাৰ্থী সকলক লৈ গ্ৰীষ্মকালীন বন্ধ সময়ছোৱাত যি নাট্য চৰ্চা চলিল ই সঁচাকৈ প্ৰশংসনীয়।

শৰ্মাই লগতে নতুন প্ৰজন্মৰ শিল্পীসকলক উৎসাহিত কৰা উদ্দেশ্যে “প্ৰজন্ম”ই বিগত সময়ত যি পদক্ষেপ গ্ৰহণ কৰি আহিছে তাৰ বাবে “প্ৰজন্ম”ৰ সৈতে জড়িত প্ৰতিগৰাকী সদস্য-সদস্যাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। ৰাইদঙীয়াৰ পাঁচ আলিস্থিত ৰাজহুৱা মঞ্চত অনুষ্ঠিত নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা অভিনয় সমৃদ্ধ তিনিখনকৈ ভিন্ন ৰসৰ নাট প্ৰদৰ্শন কৰা হয় ।

প্ৰচণ্ড গৰমকো নেওচি পৰিবেেশ কৰা নাটকেইখন হৈছে “গোহালি ঘৰত দুৰদৰ্শন”,”শৈশৱ” আৰু “ঘন উশাহৰ চুটি বাট” । উল্লেখ্য যে নাটকেইখনৰ সুন্দৰ কাহিনী আৰু পৰিচালনাৰ লগতে শিল্পীসকলৰ অনবদ্য অভিনয়ে উপস্থিত শতাধিক লোকক আপ্লুত কৰি তোলে । অনুুুষ্ঠানৰ আৰম্ভণিতে নটৰাজৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী লাচিত বৰদলৈয়ে আৰু ৰাজ মেধিৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে আইভেটি গাঁও পঞ্চায়তৰ সভাপতি দেহিৰাম বৰাই।

ইপিনে শান্তনু বৰা আৰু ঋতু মেধিয়ে আঁত ধৰা অনুষ্ঠানটিত সমাজকৰ্মী ৰোহিনী বৰা,”প্ৰজন্ম”ৰ মুুখ্য তত্বাৱধায়ক শংকৰজ্যোতি শৰ্মা,নাট পৰিচালক অম্লান দীপ শইকীয়া,প্ৰাচুৰ্য্য প্ৰাণ নাথ,বিকাশ প্ৰিয়ম,পৰাগ জ্যোতি, অংশুমান শইকীয়া,চায়ামনি বৰা, অভিনেতা গিতাৰ্থ শৰ্ম্মা,হেমন্ত কলিতাকে আদি কৰি শতাধিক লোক উপস্থিত থাকে ।

Previous Post

“শ্ৰীমন্ত শংকৰদেৱ সংঘ থ্ৰিফট এণ্ড ক্ৰেডিট কো-অপাৰেটিভ চ’চাইটি”ৰ নৱম বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ
মুখ্য সংবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7