VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মাজনিশাৰ পৰা বলিব সাগৰীয় ঘুর্ণী মনদৌছ, তামিলনাডুত বন্ধ ঘোষণা শিক্ষানুষ্ঠান-উদ্যান

voicedesk by voicedesk
December 9, 2022
in মুখ্য সংবাদ
মাজনিশাৰ পৰা বলিব সাগৰীয় ঘুর্ণী মনদৌছ, তামিলনাডুত বন্ধ ঘোষণা শিক্ষানুষ্ঠান-উদ্যান
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে মাজনিশা চেন্নাই উপকূলৰ সমীপত ঘূৰ্ণীবতাহ মনদৌছে প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে। যাৰ বাবে কাইলৈ পুৱাৰে পৰা তামিলনাডুত ধাৰাসাৰ বৰষুণ হোৱাৰ আগজাননী প্ৰকাশ কৰা হৈছে । চেন্নাইকে ধৰি ১২খন জিলাৰ বিদ্যালয়, মহাবিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে । পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰে গাইডলাইন জাৰি কৰিছে। পশ্চিমবংগতো ইয়াৰ প্ৰভাৱ পৰিব ৷ শুকুৰবাৰৰ পৰা বতাহত জলীয় বাষ্পৰ পৰিমাণ বৃদ্ধি পাব পাৰে।

বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, শুকুৰবাৰে মাজনিশা চেন্নাইৰ সমীপৰ মমল্লাপুৰমৰ ওপৰত মনদৌছে প্ৰৱেশ কৰিব। সেই সময়ত  বতাহৰ গতিবেগ ঘণ্টাত ৬৫ৰ পৰা ৭৫ কিলোমিটাৰ হ’ব। শনিবাৰে বিয়লিৰ ভিতৰত এই ঘূৰ্ণীবতাহ দুৰ্বল হৈ পৰিব। ১৩খন জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে বিমান কাৰ্যালয়ে।

এই মনদৌছেৰ প্ৰভাৱৰ বাবে বৃহস্পতিবাৰৰ নিশাৰ পৰা তামিলনাডুৰ উত্তৰ অংশত লঘুৰ পৰা মধ্যমীয়া বৰষুণ আৰম্ভ হৈছে। শুকুৰবাৰে পুৱা ৫:৩০ বজাত চেন্নাইত ৫২.৫ মিলিমিটাৰ বৰষুণ হয়। চেন্নাই, তিৰুভাল্লুৰ, ভেল্লোৰ, চেংগালপট্টু, ৰাণীপেট্টাই, কাঞ্চিপুৰমকে ধৰি ১২ খন জিলাত বিদ্যালয়-মহাবিদ্যালয় বন্ধ কৰি দিয়া হৈছে।

পৌৰসভাই চেন্নাইৰ সকলো উদ্যান আৰু খেলপথাৰ বন্ধ কৰাৰ নিৰ্দেশ দিছে। পৰৱৰ্তী নিৰ্দেশনা জাৰি নোহোৱালৈকে সকলো উদ্যান আৰু খেলপথাৰ  বন্ধ থাকিব। পৌৰসভাই শুকুৰবাৰে সাগৰৰ পাৰলৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰে। বিলৰ কাষৰ সকলো দোকান বন্ধ কৰি দিয়া হৈছে । লগতে পৌৰসভাই গাড়ী গছৰ তলত পার্কিং নকৰিবলৈ পৰামৰ্শ দিছে। সমগ্ৰ তামিলনাডুত মুকলি কৰা হৈছে ৫,০৯৩টা সাহায্য শিবিৰ। ইয়াৰে ১৬৯ টা চেন্নাইৰ। ৰাজ্যজুৰি মুকলি কৰা হৈছে ১২১টা আশ্ৰয় শিবিৰ।

ধুমুহাৰ ফলত বহু গছ উভালিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে প্ৰশাসনে। বিদ্যুৎ বিচ্ছিন্ন হ’ব পাৰে। সেই কাৰণেই ৰাজ্যবাসীক মমবাতি, বেটাৰী, খোৱাপানী জমা ৰাখিবলৈ আহ্বান জনোৱা হৈছে। ১০খন জিলাত মোতায়েন কৰা হৈছে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী। তিনিদিন ধৰি সাগৰলৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে মাছমৰীয়াক। কাষৰীয়া অন্ধ্ৰ প্ৰদেশ আৰু পুডুচেৰীত ঘূৰ্ণীবতাহৰ প্ৰভাৱত বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

Previous Post

বহিঃ ৰাজ্যৰ পৰা উভতি থকাৰ পথতে সন্ধানহীন শোণিতপুৰ জিলাৰ ৩০ বছৰীয়া শ্ৰমিক

Next Post

বাংলাদেশৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া মেচত নাথাকিব ৰোহিত শর্মা-দীপক চাহৰ-কুলদ্বীপ সেন, ওভতি আহিল দেশলৈ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
বাংলাদেশৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া মেচত  নাথাকিব ৰোহিত শর্মা-দীপক চাহৰ-কুলদ্বীপ সেন, ওভতি আহিল দেশলৈ

বাংলাদেশৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া মেচত নাথাকিব ৰোহিত শর্মা-দীপক চাহৰ-কুলদ্বীপ সেন, ওভতি আহিল দেশলৈ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7