VOICE 24x7
Tuesday, May 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বাংলাদেশৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া মেচত নাথাকিব ৰোহিত শর্মা-দীপক চাহৰ-কুলদ্বীপ সেন, ওভতি আহিল দেশলৈ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 9, 2022
in ক্ৰীড়া
বাংলাদেশৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া মেচত  নাথাকিব ৰোহিত শর্মা-দীপক চাহৰ-কুলদ্বীপ সেন, ওভতি আহিল দেশলৈ
0
SHARES
4
VIEWS
Share on FacebookShare on Twitter

প্ৰত্যাশিতভাৱেই বাংলাদেশৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া খেলত ভাৰতীয় দলত নাথাকিব  ৰোহিত শৰ্মা, কুলদীপ সেন আৰু দীপক চাহৰ ৷  এই কথা সদৰী কৰিছে  ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে ৷ ৰোহিতে টেষ্ট শৃংখলাত খেলিব পাৰিব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই। মুম্বাইৰ চিকিৎসকৰ পৰামৰ্শ মতে এই সিদ্ধান্ত লোৱা হ’ব বুলি ব’ৰ্ডে জানিবলৈ দিয়ে। তৃতীয় এদিনীয়া খেলৰ বাবে কুলদীপ যাদৱক দলত অন্তৰ্ভুক্ত কৰা হৈছে।

এদিনীয়া শৃংখলাৰ প্ৰথম দুখন খেলত পৰাস্ত হৈছে ভাৰত। লোকেশ ৰাহুলৰ নেতৃত্বত এই শৃংখলাত হোৱাইটৱাছ বচাবলৈ যুঁজিব ভাৰতে। দ্বিতীয়খন মেচত ফিল্ডিং কৰি থাকোঁতে ৰোহিতে বাওঁ বুঢ়া আঙুলিত আঘাত পায়। লগে লগে তেওঁক ঢাকাৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। ৰোহিতে পুনৰ বেটিং কৰিবলৈ আহিছিল যদিও ফিল্ডিং কৰিব নোৱাৰিলে। তেওঁৰ অৰ্ধশতকটোৱে অৱশ্যে ভাৰতক দ্বিতীয়খন মেচখন জয় কৰিব নোৱাৰিলে। পিছত তেওঁ মুম্বাইলৈ ৰাওনা হয়। তাত ডাক্তৰৰ পৰামৰ্শ লৈছে ৰোহিতে।

কঁকালৰ বিষৰ বাবে দ্বিতীয়খন মেচত অংশ ল’ব নোৱাৰিলে কুলদীপ সেনে। তৃতীয়খন মেচত তেওঁ খেলিব নোৱাৰিব। বলিং কৰাৰ সময়ত তেওঁ  আঘাতপ্ৰাপ্ত হয় । কুলদীপ আৰু দীপকক বাংগালুৰুৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীলৈ প্ৰেৰণ কৰা হৈছে। তিনিজন ক্ৰিকেটাৰক বাদ দিয়া হৈছে যদিও শেষৰখন খেলৰ বাবে কেৱল বাওঁহাতৰ স্পিনাৰ কুলদীপ যাদৱকহে লৈ যোৱা হৈছে।

Previous Post

মাজনিশাৰ পৰা বলিব সাগৰীয় ঘুর্ণী মনদৌছ, তামিলনাডুত বন্ধ ঘোষণা শিক্ষানুষ্ঠান-উদ্যান

Next Post

পাঁচখন তৰোৱাল গিলি দুঃসাহসিক খেল প্ৰদর্শন কৰি আহত কিংবদন্তি শিল্পীয়ে যুঁজিছে মৃত্যুৰে , কোন এইগৰাকী শিল্পী !

Related Posts

ফাইনেলত পৰাস্ত হোৱাৰ পিছতো কিয় এইবাৰ আই পি এলৰ শ্ৰেষ্ঠ অধিনায়ক হাৰ্ডিক পাণ্ডিয়া ?
ক্ৰীড়া

ফাইনেলত পৰাস্ত হোৱাৰ পিছতো কিয় এইবাৰ আই পি এলৰ শ্ৰেষ্ঠ অধিনায়ক হাৰ্ডিক পাণ্ডিয়া ?

May 30, 2023
যন্তৰ মন্তৰত দিব নোৱাৰিব ধৰ্না, মল্লযুঁজাৰুৰ আন্দোলনৰ ক্ষেত্ৰত কঠোৰ স্থিতি দিল্লী আৰক্ষীৰ
ক্ৰীড়া

যন্তৰ মন্তৰত দিব নোৱাৰিব ধৰ্না, মল্লযুঁজাৰুৰ আন্দোলনৰ ক্ষেত্ৰত কঠোৰ স্থিতি দিল্লী আৰক্ষীৰ

May 30, 2023
মালয়েছিয়া মাষ্টাৰছ প্ৰণয়, ভাৰতীয় বেডমিণ্টন চেম্পিয়নৰ বিৰুদ্ধে পৰাজিত চীনৰ খেলুৱৈ
ক্ৰীড়া

মালয়েছিয়া মাষ্টাৰছ প্ৰণয়, ভাৰতীয় বেডমিণ্টন চেম্পিয়নৰ বিৰুদ্ধে পৰাজিত চীনৰ খেলুৱৈ

May 29, 2023
আই পি এলত শুভমনে ৰচিলে এই পাচঁ খ্যাতি, অতিক্ৰম কৰিলে বিখ্যাত ক্ৰিকেটাৰক
ক্ৰীড়া

আই পি এলত শুভমনে ৰচিলে এই পাচঁ খ্যাতি, অতিক্ৰম কৰিলে বিখ্যাত ক্ৰিকেটাৰক

May 27, 2023
পাঁচজন ক্ৰিকেটাৰঃ এইবাৰ আই পি এলত বিপুল ধনৰ বিনিময়ত চুক্তিৱদ্ধ হোৱাৰ পিছতো ব্যৰ্থ
ক্ৰীড়া

পাঁচজন ক্ৰিকেটাৰঃ এইবাৰ আই পি এলত বিপুল ধনৰ বিনিময়ত চুক্তিৱদ্ধ হোৱাৰ পিছতো ব্যৰ্থ

May 26, 2023
বিশ্ব টেবুল টেনিছ চেম্পিয়নশ্বিপত ভাৰতৰ বিদায়! একক-মিক্স ডাবলছ শাখাত পৰাজয়
ক্ৰীড়া

বিশ্ব টেবুল টেনিছ চেম্পিয়নশ্বিপত ভাৰতৰ বিদায়! একক-মিক্স ডাবলছ শাখাত পৰাজয়

May 25, 2023
Next Post
পাঁচখন  তৰোৱাল গিলি দুঃসাহসিক খেল প্ৰদর্শন কৰি  আহত  কিংবদন্তি শিল্পীয়ে যুঁজিছে মৃত্যুৰে , কোন এইগৰাকী শিল্পী !

পাঁচখন তৰোৱাল গিলি দুঃসাহসিক খেল প্ৰদর্শন কৰি আহত কিংবদন্তি শিল্পীয়ে যুঁজিছে মৃত্যুৰে , কোন এইগৰাকী শিল্পী !

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি

May 30, 2023
বিজেপিৰ প্ৰতি  বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে  ছিন্দেৰ সংগ !

বিজেপিৰ প্ৰতি বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে ছিন্দেৰ সংগ !

May 30, 2023
দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়

দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়

May 30, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7