VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আলু- বিলাহীৰ মূল্য নির্ধাৰণ কৰিবলৈ মই ৰাজনীতিত যোগদান কৰা নাই-কিয় ক’লে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে

voicedesk by voicedesk
March 14, 2022
in মুখ্য সংবাদ
আলু- বিলাহীৰ মূল্য নির্ধাৰণ কৰিবলৈ মই ৰাজনীতিত যোগদান কৰা নাই-কিয় ক’লে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

পাকিস্তানত খাদ্য সামগ্ৰীৰ অবাধ মূল্যবৃদ্ধি তথা অর্থনৈতিক বিকাশৰ হাৰ নিম্নগামী হোৱাৰ বাবে বিৰোধীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান ৷ অর্থনৈতিক ক্ষেত্ৰৰ বিকাশৰ হাৰ নিম্নগামী হোৱাৰ বাবে সংসদত ইমৰাণ খানৰ বিৰুদ্ধে বিৰোধীয়ে অনাস্থা প্ৰস্তাৱ অনাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ বিৰোধীক ওভতি ধৰি ইমৰাণ খানে কয় যে আলু- বিলাহীৰ দাম পৰীক্ষা নির্ধাৰণ কৰিবলৈ তেওঁ প্ৰধানমন্ত্ৰী হোৱা নাই ৷

পঞ্জাৱ প্ৰদেশৰ হাফিজাবাদ চহৰত এক ৰাজনৈতিক সমদলক সম্বোধন কৰি খানে কয় যে আইন প্ৰণেতাসকলৰ বিবেক ক্ৰয়  কৰি তেওঁৰ চৰকাৰক উৎখাত কৰিবলৈ চেষ্টা কৰা শক্তিৰ বিৰুদ্ধে তেঁও থিয় দিব। খানে লগতে কয় যে তেওঁৰ কাৰ্যকালতে পাকিস্তান এখন মহান দেশলৈ ৰূপান্তৰিত হ’ব ৷   চৰকাৰে ঘোষণা কৰা আঁচনিসমূহৰ  ফলাফল  শীঘ্ৰে জনসাধাৰণে লাভ কৰিব। ক্ৰিকেটাৰৰ পৰা ৰাজনীতিবিদ হোৱা নেতাগৰাকীয়ে কয় যে ২৫ বছৰ আগতে তেওঁ দেশৰ যুৱপ্ৰজন্মৰ বাবে ৰাজনীতিত যোগদান কৰাৰ সিদ্ধান্ত লৈছিল ৷এনে কৰাৰ পৰা তেওঁৰ কোনো ব্যক্তিগত লাভ নাই ৷ কিয়নো তেওঁ জীৱনত এজন ব্যক্তিয়ে সপোন দেখা  সকলো ইতিমধ্যে লাভ কৰিছে ৷

শাসকীয় পাকিস্তান তেহরিক-ই-ইনচাফ দলৰ অধ্যক্ষ খানে কয়-“মই আলু আৰু বিলাহীৰ মূল্য জানিবলৈ ৰাজনীতিত যোগদান কৰা নাছিলো। মই দেশৰ যুৱপ্ৰজন্মৰ বাবে ৰাজনীতিলৈ আহিছিলো ৷ যদি আমি এখন মহান ৰাষ্ট্ৰ হ’ব বিচাৰো, আমি সত্যক সমৰ্থন কৰিব লাগিব ৷ যোৱা ২৫ বছৰ ধৰি মই এইটোৱেই প্ৰচাৰ কৰি আহিছো।”

উল্লেখ্য যে বিৰোধী দলসমূহৰ নেতাসকলে সোমবাৰে নেচনেল এচেম্বলীৰ বিৰোধী দলৰ নেতা আৰু পাকিস্তান মুছলিম লীগ-নাৱাজ (পিএমএল-এন)ৰ সভাপতি শ্বেহবাজ শ্বৰীফৰ বাসগৃহত বৈঠকত মিলিত হ’ব যাতে খানৰ বিৰুদ্ধে  অনাস্থা প্ৰস্তাৱ সফল কৰাৰ বাবে এক কাৰ্যকৰী ৰণনীতি প্ৰস্তুত কৰিব পাৰে ৷ ৩৪২ জনীয়া নেচনেল এচেম্বলীত, প্ৰধানমন্ত্ৰীক অপসাৰণ কৰিবলৈ বিৰোধীক ২৭২ টা ভোটৰ প্ৰয়োজন হ’ব ।৬৯ বছৰীয়া প্ৰধানমন্ত্ৰী খান ২০১৮ চনত ক্ষমতালৈ আহিছিল আৰু পৰৱৰ্তী সাধাৰণ নিৰ্বাচন ২০২৩ চনত অনুষ্ঠিত হ’ব।

 

 

 

 

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

৫ ৰাজ্যৰ শোচনীয় পৰাজয়ৰ পাছতো কংগ্ৰেছত অব্যাহত ‘ডু-নট-ডিষ্টাৰ্ব মোড’ ,ছোনিয়া গান্ধীয়েই হৈ থাকিব ৰাষ্ট্ৰীয় সভাপতি

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
৫ ৰাজ্যৰ শোচনীয় পৰাজয়ৰ পাছতো  কংগ্ৰেছত অব্যাহত  ‘ডু-নট-ডিষ্টাৰ্ব মোড’ ,ছোনিয়া গান্ধীয়েই হৈ থাকিব ৰাষ্ট্ৰীয় সভাপতি

৫ ৰাজ্যৰ শোচনীয় পৰাজয়ৰ পাছতো কংগ্ৰেছত অব্যাহত ‘ডু-নট-ডিষ্টাৰ্ব মোড’ ,ছোনিয়া গান্ধীয়েই হৈ থাকিব ৰাষ্ট্ৰীয় সভাপতি

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7