VOICE 24x7
Sunday, December 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নিৰ্বাচনত ৰিগিং কৰাৰ অভিযোগত অভিযুক্ত ড’নাল্ড ট্ৰাম্পক আত্মসমৰ্পণৰ নিৰ্দেশ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 16, 2023
in মুখ্য সংবাদ
নিৰ্বাচনত ৰিগিং কৰাৰ অভিযোগত অভিযুক্ত ড’নাল্ড ট্ৰাম্পক আত্মসমৰ্পণৰ নিৰ্দেশ
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে যোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত জৰ্জিয়া ৰাজ্যৰ ফলাফল সলনি কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে। সোমবাৰে জৰ্জিয়াৰ ফুলটন কাউন্টিৰ গ্ৰেণ্ড জুৰীয়ে ট্ৰাম্পৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰে। চাৰিটা দুৰ্নীতিৰ গোচৰত অভিযুক্ত আছিল প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী। অৱশ্যে এই আদালতৰ ৰায়ৰ শুনানি গ্ৰহণ কৰি ট্ৰাম্পে বৈশিষ্ট্যপূৰ্ণভাৱে খাৰিজ কৰি কয়, “পৰৱৰ্তী নিৰ্বাচনৰ প্ৰচাৰ চমু চাপি আহিছে। গতিকে মোৰ বদনাম কৰিবলৈ বিৰোধী শিবিৰ উঠি পৰি লাগিছে । এই অভিযোগৰ কোনো ভিত্তি নাই।”

 

২০২০ চনত জৰ্জিয়া ৰাজ্যত অনুষ্ঠিত ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰিপাব্লিকান দলৰ প্ৰাৰ্থী আৰু তেতিয়াৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী জো বাইডেনৰ সৈতে ঘনিষ্ঠ যুঁজ হৈছিল। কেইবাদিনো পলমকৈ  প্ৰকাশ পোৱা ফলাফল অনুসৰি বাইডেনে ১২ হাজাৰ ভোটত জয়লাভ কৰে। ইয়াৰ পিছতে ট্ৰাম্পে দাবী কৰিছে যে এই গণনাত ৰিগিং কৰা হৈছে। সোমবাৰে কাউণ্টাৰ ৰিগিঙৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে কয় –“এইটো ডেৰ-দুবছৰ পুৰণি ঘটনা ৷  এতিয়া তাৰ পৰাই মোৰ নামত মিছা অভিযোগ উত্থাপন হৈছে। আৰু কিছুদিনৰ পিছত মই পৰৱৰ্তী নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ কৰিম। এইটো স্পষ্ট যে এই সকলোবোৰ গোচৰ মোৰ ভাবমূৰ্তি কলংকিত কৰিবলৈ ৰুজু কৰা হৈছে ।“

 

জৰ্জিয়াৰ আদালতত ট্ৰাম্পৰ বিৰুদ্ধে মুঠ ১৩টা অভিযোগ উত্থাপন কৰা হৈছে। সেইবোৰৰ ভিতৰত জৰ্জিয়াৰ গুণ্ডাগিৰি বিৰোধী ৰেকেটিং বিধি উলংঘা কৰা, ৰাজহুৱা বিষয়াৰ শপতনামা উলংঘা কৰা আৰু প্ৰতাৰণা কৰাৰ ষড়যন্ত্ৰ কৰা আদি অন্যতম। ট্ৰাম্পৰ লগতে তেওঁৰ দুজন ঘনিষ্ঠ সহায়ক — তেতিয়াৰ হোৱাইট হাউছৰ মুখ্য কৰ্মচাৰী মাৰ্ক মিড’ছ আৰু ড’নাল্ড ট্ৰাম্পৰ অধিবক্তা ৰুডি জিউলিয়ানিৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰা হৈছে। ইয়াৰ উপৰিও আমেৰিকাৰ ন্যায় বিভাগৰ তেতিয়াৰ মুৰব্বী জেফ্ৰি ক্লাৰ্ককে ধৰি আন ১৬ জনৰ বিৰুদ্ধে একে অভিযোগ উত্থাপন হৈছে।

 

এই গোচৰৰ মুখ্য ৰাজহুৱা অভিযুক্ত ফুলটন কাউন্টিৰ এটৰ্নী জেনেৰেল ফেনী উইলিছে দাবী কৰিছে যে ট্ৰাম্পে কৰা ফোন কলৰ ৰেকৰ্ডিং ফাদিল হোৱাৰ পিছত তেওঁলোকে অভিযুক্তসকলৰ তদন্ত আৰম্ভ কৰিছিল। তেওঁলোকৰ আটাইৰে আত্মসমর্পণৰ দিন অহা ২৫ আগষ্ট ধার্য কৰা হৈছে ৷

Previous Post

বিশ্বকাপৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰিলে পাকিস্তানৰ এক শক্তিশালী বলাৰে

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন
মুখ্য সংবাদ

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏
মুখ্য সংবাদ

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো
মুখ্য সংবাদ

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ
মুখ্য সংবাদ

নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

December 9, 2023
নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান
মুখ্য সংবাদ

নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

December 9, 2023
কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ
মুখ্য সংবাদ

কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ

December 8, 2023
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7