VOICE 24x7
Monday, September 25, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁও কলেজত দুলাল গোস্বামী স্মাৰক গৱেষণা প্ৰদান, গ্ৰন্থ উন্মোচন

ঋতু পৰ্ণ শৰ্মা by ঋতু পৰ্ণ শৰ্মা
March 3, 2023
in মুখ্য সংবাদ
নগাঁও কলেজত দুলাল গোস্বামী স্মাৰক গৱেষণা প্ৰদান, গ্ৰন্থ উন্মোচন
0
SHARES
5
VIEWS
Share on FacebookShare on Twitter

দুলাল চন্দ্ৰ গোস্বামী ন্যাস আৰু আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষ,নগাঁও কলেজ(অট’নমাচ)ৰ উদ্যোগত “দুলাল চন্দ্ৰ গোস্বামী স্মাৰক গৱেষণা প্ৰদান” অনুষ্ঠানটি শুক্ৰবাৰে অনুষ্ঠিত হৈ যায় । নগাঁও কলেজৰ অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে সভাপতিত্ব কৰা বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি ৰূপে ড° বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক তথা বিশিষ্ট কৰ্কট ৰোগ চিকিৎসক ড° অমল চন্দ্ৰ কটকী উপস্থিত থাকে ।

অনুষ্ঠানত ডা°কটকীয়ে ২০২২ বৰ্ষৰ “দুলাল চন্দ্ৰ গোস্বামী স্মাৰক গৱেষণা বঁটা” নগাঁও কলেজ (অট’নমাচ)ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক লক্ষ্যজ্যোতি বৰঠাকুৰ আৰু অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ড°টিকেন দাসক প্ৰদান কৰে। লগতে বিশিষ্ট অতিথি আলোক গোস্বামীয়ে শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক ড° আফজালুৰ ৰহমানৰ “Introduction to Development Psychology” শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰে । ভাষণ প্ৰসংগত মুখ্য অতিথি ড° অমল চন্দ্ৰ কটকীয়ে কয় যে জীৱন শৈলী আৰু খাদ্যাভাসৰ বাবে পশ্চিমীয়া দেশ আৰু ভাৰতবৰ্ষৰ কৰ্কট ৰোগৰ মাজত পাৰ্থক্য আছে । ধঁপাতজাতীয় দ্ৰব্য সেৱনৰ ফলত সৰ্বভাৰতীয় সমীক্ষাত ২৮শতাংশৰ পৰিৱৰ্তে উত্তৰ-পূৰ্বাঞ্চলত ৪৫.৭ শতাংশ কৰ্কট ৰোগ হয় লগতে মাদক দ্ৰব্য সেৱনৰ ফলত সৰ্বভাৰতীয় ১২শতাংশৰ তুলনাত উত্তৰ-পূৰ্বাঞ্চলত ২২.৩ শতাংশ জনসাধাৰণ কৰ্কট ৰোগৰ বলি হয় । ড° কটকীয়ে লগতে উল্লেখ কৰি কয় যে সৰ্বভাৰতীয় সমীক্ষাত স্তন কৰ্কট ৰোগীৰ সংখ্যা হায়দৰাবাদ জিলাত ৪৮ শতাংশৰ পৰিৱৰ্তে উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাত চাৰ্ভিক্স ইউটেৰাই কৰ্কট ৰোগীৰ সংখ্যা ২৭.৭ শতাংশ।

একেদৰে গৰ্ভাশয় কৰ্কট ৰোগ অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাত ১৩.৭ শতাংশৰে ভাৰতবৰ্ষৰ ভিতৰত সৰ্বাধিক। প্ৰাপ্তবয়স্কপ্ৰাপ্ত হোৱাৰ পূৰ্বে বিবাহ,কম বয়সত গৰ্ভধাৰণ, গৰ্ভধাৰণৰ ব্যৱধান কম হোৱা, দুৰ্বল পুষ্টি,পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱ,যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত মহিলা,পুৰুষ-মহিলাৰ একাধিক যৌন সংগী,ধূমপান আদি একাধিক কৰ্কট ৰোগৰ আশংকিত কাৰকৰ কথা বক্তব্যত উল্লেখ কৰে। ড° কটকীয়ে কম বয়সতে ঋতুস্ৰাৱ,অনিয়মীয়া ঋতুস্ৰাৱ,সন্তানহীনতা,পলমকৈ সন্তান প্ৰসৱ হোৱা,স্তনপান নকৰোৱা,বংশগত স্তন কৰ্কট ৰোগ,মেদবহুলতা আদি আশংকিত স্তন কৰ্কট ৰোগৰ কথা লগতে উল্লেখ কৰে। ড° কটকীয়ে দ্ৰুত পৰীক্ষা,নিজাভাৱে স্তন পৰীক্ষা,জীৱন শৈলী,খাদ্যাভাস, কৰ্কট ৰোগৰ প্ৰাৰম্ভিক পৰীক্ষা আদিৰ যোগেদি কৰ্কট ৰোগ নিয়ন্ত্ৰণত সহায়ক হ’ব আৰু এইক্ষেত্ৰত সামূহিক সজাগতাৰ কথাও উল্লেখ কৰে ।

২০২২ চনৰ সমীক্ষা অনুসৰি অসমৰ প্ৰেক্ষাপটত কেৱল মাত্ৰ ২৪% জনসাধাৰণে সাধাৰণ কৰ্কট ৰোগৰ পৰীক্ষাৰ প্ৰতি সজাগ । আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড° ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা অনুষ্ঠানত পাঁচ শতাধিক অধ্যাপক-অধ্যাপিকা, গৱেষক ছাত্ৰ-ছাত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে । অনুষ্ঠানৰ শেষত ড° ফৰিষ্টা য়াচমিনে শলাগৰ শৰাই আগবঢ়ায় ।

Previous Post

অনুষ্কা আন পুৰুষৰ প্ৰতি আকৰ্ষিত, প্ৰভাসেও মন মেলিছে কৃতিলৈ , দুই তাৰকাৰ প্ৰেমক লৈ ছবি উদ্যোগত চর্চা

Next Post

এঘাৰ হাজাৰ ঢুলীয়া – নাচনী থকা – খোৱাৰ সুব্যৱস্থাৰ লক্ষ্য কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ

Related Posts

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ
মুখ্য সংবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
Next Post
এঘাৰ হাজাৰ ঢুলীয়া – নাচনী থকা – খোৱাৰ সুব্যৱস্থাৰ লক্ষ্য কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ

এঘাৰ হাজাৰ ঢুলীয়া - নাচনী থকা - খোৱাৰ সুব্যৱস্থাৰ লক্ষ্য কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7