VOICE 24x7
Friday, May 2, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দিল্লী, গুজৰাট, অৰুণাচলত বৃদ্ধি পাইছে চকুৰ সংক্ৰমণ,২৯ জুলাইলৈকে সকলো বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ অৰুণাচলৰ

voicedesk by voicedesk
July 25, 2023
in মুখ্য সংবাদ
দিল্লী, গুজৰাট, অৰুণাচলত বৃদ্ধি পাইছে চকুৰ সংক্ৰমণ,২৯ জুলাইলৈকে সকলো বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ অৰুণাচলৰ
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

বাৰিষা আৰম্ভ হোৱাৰ লগে লগে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে চকুৰ সংক্ৰমণ (conjunctivitis) ঘটিছে । অৰুণাচল প্ৰদেশৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এই সংক্ৰমণ বিয়পি পৰাক লৈ চিন্তিত হৈ পৰিছে প্ৰশাসন। সেয়েহে সতৰ্কতামূলক ব্যৱস্থা হিচাপে বিদ্যালয়সমূহ  বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে। অৰুণাচলৰ ৰাজধানী ইটানগৰৰ সকলো বিদ্যালয় ২৫ জুলাইৰ পৰা ২৯ জুলাইলৈ বন্ধ থাকিব বুলি প্ৰশাসনে জানিবলৈ দিয়ে।

 

অৰুণাচল প্ৰদেশৰ লংডিং জিলাত সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । জিলা প্ৰশাসনে ২৯ জুলাইলৈকে সকলো বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিছে। প্ৰশাসনৰ সূত্ৰ অনুসৰি জিলাখনৰ বহু বিদ্যালয়ৰ পৰা এই সংক্ৰমণৰ খবৰ পোৱা গৈছে। আন স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সংক্ৰমণ ৰোধৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হিচাপে বিদ্যালয়খন সাময়িকভাৱে বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে।

 

জিলা উপায়ুক্ত বাণী লেগোৱে কয়, ‘সংক্ৰমণৰ বিষয়টো অতি গুৰুত্বসহকাৰে গ্ৰহণ কৰা হৈছে। কানুবাৰী আৰু লানাউ শিক্ষা ব্লক এলেকাৰ সকলো বিদ্যালয় ২৯ জুলাই পৰ্যন্ত বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে।” উপাযুক্ত গৰাকীয়ে লগতে কয় যে জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা চকুৰ সংক্ৰমণৰ খবৰ আহিছে। চকু ৰঙা পৰা, চকুপানী ওলোৱা, খজুৱতি, চকু ফুলা আদি লক্ষণ ধৰা পৰিছে। সেয়েহে সকলো বিদ্যালয়কে নিৰ্দেশনাৰে বন্ধ কৰি ৰাখিবলৈ কোৱা হৈছে। অৱশ্যে চকুৰ সংক্ৰমণত আক্ৰান্ত স্কুলীয়া শিশুৰ সংখ্যা স্পষ্ট হোৱা নাই বুলি উপাযুক্ত গৰাকীয়ে জানিবলৈ দিয়ে। ইটানগৰৰ ছবিখনো একেধৰণৰ। সংক্ৰমণ বৃদ্ধি হোৱা দেখি প্ৰশাসনে জৰুৰীকালীন ভিত্তিত বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ দিছে।

 

কেৱল অৰুণাচলতে নহয়, দেশৰ বিভিন্ন প্ৰান্তত এনে সংক্ৰমণ ধৰা পৰিছে। দিল্লী, গুজৰাট আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ শিশুসকলৰ মাজত এই সংক্ৰমণৰ তথ্য পোৱা গৈছে।

 

 

 

 

 

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

বিমান পৰিচাৰিকা গীতিকা শৰ্মাৰ আত্মহত্যাৰ গোচৰত গোপাল কাণ্ডাক দোষমুক্ত কৰিলে দিল্লী আদালতে

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
বিমান পৰিচাৰিকা গীতিকা শৰ্মাৰ আত্মহত্যাৰ গোচৰত গোপাল কাণ্ডাক দোষমুক্ত কৰিলে দিল্লী আদালতে

বিমান পৰিচাৰিকা গীতিকা শৰ্মাৰ আত্মহত্যাৰ গোচৰত গোপাল কাণ্ডাক দোষমুক্ত কৰিলে দিল্লী আদালতে

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7