VOICE 24x7
Sunday, September 24, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিমান পৰিচাৰিকা গীতিকা শৰ্মাৰ আত্মহত্যাৰ গোচৰত গোপাল কাণ্ডাক দোষমুক্ত কৰিলে দিল্লী আদালতে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 25, 2023
in আইন
বিমান পৰিচাৰিকা গীতিকা শৰ্মাৰ আত্মহত্যাৰ গোচৰত গোপাল কাণ্ডাক দোষমুক্ত কৰিলে দিল্লী আদালতে
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

বিমান পৰিচাৰিকাৰ পৰা সংস্থাৰ সঞ্চালক হোৱা গীতিকা শৰ্মাৰ আত্মহত্যাৰ সৈতে জড়িত প্ৰভাৱশালী ৰাজনৈতিক নেতা গোপাল কাণ্ডাক দোষমুক্ত কৰাৰ নিৰ্দেশ দিছে দিল্লীৰ আদালতে। গোপালৰ সংগী অৰুণা চাদ্দাকো দোষমুক্ত কৰা হৈছে।

 

 

দিল্লীস্থিত গীতিকাই গোপালৰ এম এল ডি আৰ এয়াৰলাইন্সত বিমান পৰিচাৰক হিচাপে যোগদান কছিল। পিছলৈ তেওঁ সংস্থাটোৰ সঞ্চালক হিচাপে নিযুক্তি লাভ কৰে। ২০১২ চনৰ ৫ আগষ্টত তেওঁৰ নিথৰ মৃতদেহ উত্তৰ-পশ্চিম দিল্লীৰ অশোক বিহাৰত থকা তেওঁৰ ঘৰত উদ্ধাৰ হৈছিল।  এখন ‘চুইচাইড নোট’ত গীতিকাই লিখিছিল যে গোপাল কাণ্ডাৰ অহৰহ হাৰাশাস্তিৰ বাবে তেওঁ নিজৰ জীৱন শেষ কৰিবলৈ বাধ্য হৈছিল। সেই সময়ত এজন প্ৰভাৱশালী ব্যৱসায়ী গোপাল হাৰিয়ানাৰ ভূপিন্দৰ সিং হুদা চৰকাৰৰ মন্ত্ৰী আছিল। কিন্তু বিতৰ্ক আৰম্ভ হোৱাৰ পিছতে গোপালে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিবলগীয়া হয়।

 

 

হাৰিয়ানাৰ লোক জনহিত পাৰ্টিৰ নেতা তথা ছিৰছাৰ বিধায়ক গোপাল কাণ্ডাক মঙলবাৰে দিল্লীৰ ৰাউছ এভিনিউ আদালতে দোষমুক্ত কৰে। ইয়াৰ উপৰিও আদালতে গোপালৰ সহযোগী অৰুণাকো দোষমুক্ত কৰে। অৱশ্যে আদালতে গোপালক ব্যক্তিগত বণ্ড হিচাপে ১ লাখ টকা জমা দিব লাগিব বুলি উল্লেখ কৰে।

 

আশা কৰা মতে, আদালতৰ ৰায়ত সুখী নহয় গীতিকাৰ ভাতৃ অংকিত। গোপাল কাণ্ডাই কয়, “মোৰ বিৰুদ্ধে কোনো প্ৰমাণ নাছিল। এই গোচৰটো মোক বদনাম কৰিবলৈ বনোৱা হৈছিল। আদালতৰ আজিৰ ৰায়দানত স্পষ্ট হৈ পৰিছে।“

Previous Post

দিল্লী, গুজৰাট, অৰুণাচলত বৃদ্ধি পাইছে চকুৰ সংক্ৰমণ,২৯ জুলাইলৈকে সকলো বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ অৰুণাচলৰ

Next Post

উত্তপ্ত মণিপুৰত প্ৰৱেশ কৰিছে ম্যানমাৰৰ লোক, উদ্বিগ্ন চৰকাৰ

Related Posts

সাংবিধানিক ব্যর্থতা- চৰকাৰে ব্যৱস্থা নল’লে আমি ল’বলৈ বাধ্য হ’ম- মণিপুৰত দুই যুৱতীক উলংগ কৰি সমদল উলিওৱা ঘটনাক লৈ উচ্চতম ন্যায়ালয়ৰ সকীয়নি
আইন

নাগৰিকত্বৰ ভিত্তিবৰ্ষ সন্দৰ্ভত ১৭ অক্টোবৰত উচ্চতম ন্যায়ালয়ত হ’ব পৰৱৰ্তী শুনানি

September 20, 2023
ধেমাজি বোমা বিস্ফোৰণৰে জড়িত ৬ অভিযুক্তক দোষমুক্ত ঘোষণা উচ্চ ন্যায়ালয়ৰ
আইন

মণিপুৰৰ উত্তপ্ত পৰিস্থিতিকলৈ চিবিআইৰ গোচৰ, ৰাজ্যৰ তিনি আদালতত হ’ব শুনানি

September 1, 2023
৩৭০ অনুচ্ছেদ বাতিলৰ বিৰুদ্ধে বহু গোচৰ, বুধবাৰৰ পৰা উচ্চতম ন্যায়ালয়ত ধাৰাবাহিক শুনানি
আইন

মণিপুৰ হিংসাৰ চিবিআইৰ সকলো গোচৰৰ শুনানি গুৱাহাটীৰ আদালতত গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

August 25, 2023
ধেমাজি বোমা বিস্ফোৰণৰে জড়িত ৬ অভিযুক্তক দোষমুক্ত ঘোষণা উচ্চ ন্যায়ালয়ৰ
আইন

ধেমাজি বোমা বিস্ফোৰণৰে জড়িত ৬ অভিযুক্তক দোষমুক্ত ঘোষণা উচ্চ ন্যায়ালয়ৰ

August 24, 2023
অভিনেত্ৰী জয়াপ্ৰদাক চেন্নাইৰ আদালতৰ ছমাহৰ কাৰাদণ্ডৰ শাস্তি, কি অপৰাধ কৰিলে অভিনেত্ৰী গৰাকীয়ে !!
আইন

অভিনেত্ৰী জয়াপ্ৰদাক চেন্নাইৰ আদালতৰ ছমাহৰ কাৰাদণ্ডৰ শাস্তি, কি অপৰাধ কৰিলে অভিনেত্ৰী গৰাকীয়ে !!

August 12, 2023
ৰাহুল গান্ধীৰ শাস্তি বাহাল ৰখা ন্যায়াধীশক গুজৰাটৰ পৰা পাটনা উচ্চ ন্যায়ালয়লৈ বদলি  উচ্চতম ন্যায়ালয়ৰ
আইন

ৰাহুল গান্ধীৰ শাস্তি বাহাল ৰখা ন্যায়াধীশক গুজৰাটৰ পৰা পাটনা উচ্চ ন্যায়ালয়লৈ বদলি উচ্চতম ন্যায়ালয়ৰ

August 11, 2023
Next Post
উত্তপ্ত মণিপুৰত প্ৰৱেশ কৰিছে ম্যানমাৰৰ লোক, উদ্বিগ্ন চৰকাৰ

উত্তপ্ত মণিপুৰত প্ৰৱেশ কৰিছে ম্যানমাৰৰ লোক, উদ্বিগ্ন চৰকাৰ

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7