VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আন এক মাইলৰ খুঁটিঃ মণিপুৰলৈ চলিল যাত্ৰীবাহী ৰে’লৰ প্ৰথম ইঞ্জিন

voicedesk by voicedesk
March 16, 2022
in মুখ্য সংবাদ
আন এক মাইলৰ খুঁটিঃ মণিপুৰলৈ চলিল যাত্ৰীবাহী ৰে’লৰ প্ৰথম ইঞ্জিন
0
SHARES
33
VIEWS
Share on FacebookShare on Twitter

ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আন এক সোণালী অধ্যায়ৰ সূচনা হ’ল মণিপুৰত ৷ উত্তৰ পূর্বাঞ্চলৰ অন্যতম ৰাজ্যখনৰ নোনি জিলাৰ নৱনিৰ্মিত খোংচাং ৰে’ল ষ্টেচনলৈ চলিল  প্ৰথমখন যাত্ৰীবাহী ৰে’লৰ  ইঞ্জিন ৷  যাত্ৰীবাহী ৰে’ল চলাচলৰ  বাবে পৰীক্ষণৰ অংশ হিচাপে সোমবাৰে  খোংচাং ৰে’ল ষ্টেচনলৈ চলোৱা হয় এই  ইঞ্জিন ৷ দুমাহ আগতে প্ৰথম মালবাহী ৰে’ল  পাহাৰীয়া চহৰখনলৈ চলোৱা হৈছিল ৷ ।উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য অভিযন্তা সন্দীপ শৰ্মাৰ নেতৃত্বত বিষয়াসকলে জিৰিবামৰ পৰা ৰাণী গাইডিনলিউ (কাইমাই) আৰু থিংগু ৰে’ল ষ্টেচন হৈ প্ৰায় ৬২ কিলোমিটাৰ অতিক্ৰম কৰি খোংচাং লৈ ইঞ্জিনটো চলাই নিয়ে ৷ এই উপলক্ষে স্থানীয় মহিলাসকলে থিংগু আৰু খোংচাঙত  ৰংমেই জনজাতিৰ পৰম্পৰাগত নৃত্য পৰিৱেশন কৰি ৰে’ল কতৃপক্ষক আদৰণি জনায় ৷ । এক টুইটযোগে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে কয়- “ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আন আন এটা মাইলৰ খুঁটি স্থাপন হ’ল ৷ আজি খোংচাং ৰে’ল ষ্টেচনলৈ ৰে’লৰ ইঞ্জিন চলোৱা বুলি জনাবলৈ পাই আনন্দিত হৈছো।  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত মণিপুৰত যোগাযোগ উন্নত কৰাৰ বাবে প্ৰদান কৰা উৎসাহে ৰাজ্যখনৰ অৰ্থনীতিক যথেষ্ট উন্নত কৰিব।”

প্ৰায় ১৪,৩২২ কোটি টকা  ব্যয়েৰে নিৰ্মাণ কৰা ১১১ কিলোমিটাৰ ইম্ফল-জিৰিবাম ৰে’লপথটো অহা বছৰৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব ৷ । মণিপুৰৰ পাঁচখন জিলাক সামৰি ইয়াত ১১ টা ষ্টেচন থাকিব। প্ৰকল্পটোৱে ইম্ফলক দেশৰ ব্ৰড গজ নেটৱৰ্কৰ সৈতে সংযোগ কৰিব। পাহাৰীয়া অঞ্চলক সংযোগ কৰাৰ লগতে প্ৰায় ৬৩ কিলোমিটাৰ সুৰংগ পথ  অন্তৰ্ভুক্ত আছে এই ৰে’লপথত৷   আটাইতকৈ দীঘল   সুৰংগ পথৰ দৈর্ঘ্য হৈছে ১০.২৮ কিলোমিটাৰ।

প্ৰকল্পটোৰ অংশ হিচাপে ননিৰ খুমজীৰ ওচৰত পৃথিৱীৰ সৰ্বোচ্চ দলঙৰ খুঁটা নিৰ্মাণ কৰা হৈছে। ১৪১ মিটাৰ ওখ দলংখনে মণ্টেনগ্ৰোৰ ১৩৯ মিটাৰ  ওখ মালা-ৰিজেকা ভায়াডাক্টৰ অভিলেখ ভংগ কৰিব ৷

 

Previous Post

দ্যা কাশ্মীৰ ফাইলছ

Next Post

প্ৰাতঃস্মৰণীয়…

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়...

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7