VOICE 24x7
Wednesday, February 8, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পাঁচ নৱ নিৰ্বাচিত বিধায়কে ললে শপত

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 11, 2021
in মুখ্য সংবাদ, ৰাজনীতি
পাঁচ নৱ নিৰ্বাচিত বিধায়কে ললে শপত
0
SHARES
6
VIEWS
Share on FacebookShare on Twitter

উপ নিৰ্বাচনত বিজয়ী হোৱা পাঁচ গৰাকী নৱ নিৰ্বাচিত বিধায়কে আজি শপত গ্ৰহণ কৰে। মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁই, ভবানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰ, গোসাঁইগাঁওৰ বিধায়ক জিৰণ বসুমতাৰী আৰু তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে আজি শপত গ্ৰহণ কৰে। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে নৱ নিৰ্বাচিত বিধায়ক কেইগৰাকীক শপত বাক্য পাঠ কৰোৱাই। উল্লেখযোগ্য যে যোৱা ৩০অক্টোবৰত সমষ্টি কেইটাত উপনিৰ্বাচন অনুষ্ঠিত হৈছিল। দুই নবেম্বৰত ঘোষণা কৰা হৈছিল ফলাফল। এই আটাইকেইটা সমষ্টিত বিজেপি আৰু মিত্ৰদল  ইউ পি পি এলয়ে জয়লাভ কৰিছিল।

Previous Post

গুজৰাটৰ পৰা অসমলৈ অনা হ’ব ২ হাজাৰ গীৰ গাই

Next Post

স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী আবুল কালাম আজাদৰ আজি জন্মদিন

Related Posts

নগাঁও জিলা উপায়ুক্তক যুৱ ছাত্ৰ পৰিষদৰ তিনি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান
মুখ্য সংবাদ

নগাঁও জিলা উপায়ুক্তক যুৱ ছাত্ৰ পৰিষদৰ তিনি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান

February 7, 2023
জেইই-মেইনৰ জানুৱাৰী সংস্কৰণৰ ফলাফল ঘোষণা, ২০ পৰীক্ষার্থীয়ে লাভ কৰিলে সম্পূর্ণ নম্বৰ
মুখ্য সংবাদ

জেইই-মেইনৰ জানুৱাৰী সংস্কৰণৰ ফলাফল ঘোষণা, ২০ পৰীক্ষার্থীয়ে লাভ কৰিলে সম্পূর্ণ নম্বৰ

February 7, 2023
বিজেপিৰ বৈঠকত ২০২৪ চনৰ লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ ‘মন্ত্ৰ’ প্ৰধানমন্ত্ৰী মোদীৰ
ৰাজনীতি

বিজেপিৰ বৈঠকত ২০২৪ চনৰ লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ ‘মন্ত্ৰ’ প্ৰধানমন্ত্ৰী মোদীৰ

February 7, 2023
নেপালত কিয় দূর্ঘটনাগ্ৰস্ত হৈছিল বিমান !! তদন্তকাৰীৰ প্ৰতিবেদনত পোহৰলৈ আহিছে তথ্য
মুখ্য সংবাদ

নেপালত কিয় দূর্ঘটনাগ্ৰস্ত হৈছিল বিমান !! তদন্তকাৰীৰ প্ৰতিবেদনত পোহৰলৈ আহিছে তথ্য

February 7, 2023
হিণ্ডেনবার্গৰ প্ৰতিবেদনৰ পাছত সাম্ৰাজ্য খহিলেও ধনী ব্যক্তিৰ তালিকাতে আছে গৌতম আদানি, ৪০০ কোটিৰ ঘৰ, ব্যয়বহুল একাধিক বিলাসী গাড়ী-বিমান-জাহাজকে ধৰি কি কি সম্পত্তিৰ মালিক জানেনে ?

পুনৰ কঁপি উঠিল তুৰস্ক,ভূমিকম্পৰ ফলত ৪ হাজাৰতকৈয়ো অধিক লোকৰ মৃত্যু
মুখ্য সংবাদ

পুনৰ কঁপি উঠিল তুৰস্ক,ভূমিকম্পৰ ফলত ৪ হাজাৰতকৈয়ো অধিক লোকৰ মৃত্যু

February 7, 2023
Next Post
স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী আবুল কালাম আজাদৰ আজি জন্মদিন

স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী আবুল কালাম আজাদৰ আজি জন্মদিন

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আপুনি যদি অসমৰ বাসিন্দা, তেনেহ’লে আপোনাৰ বাবে আছে ভাল খবৰ

আপুনি যদি অসমৰ বাসিন্দা, তেনেহ’লে আপোনাৰ বাবে আছে ভাল খবৰ

February 8, 2023
আপোনাৰ ঘৰত লাফিং বুদ্ধ আছে নেকি ? সঠিক স্থানত এই মূৰ্তি নাৰাখিলে বিপদ আহিব পাৰে

আপোনাৰ ঘৰত লাফিং বুদ্ধ আছে নেকি ? সঠিক স্থানত এই মূৰ্তি নাৰাখিলে বিপদ আহিব পাৰে

February 8, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

February 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7