VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কালি নিশা প্ৰায় ১.৩০বজাত প্ৰাক্তন মন্ত্ৰী ডা০ অৰ্ধেন্দু কুমাৰ দে’ৰ দেহাৱসান

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 27, 2022
in মুখ্য সংবাদ
কালি  নিশা প্ৰায় ১.৩০বজাত প্ৰাক্তন মন্ত্ৰী ডা০ অৰ্ধেন্দু কুমাৰ দে’ৰ দেহাৱসান
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মেডিকেল কলেজ হাস্পতালত কালি নিশা প্ৰায় ১.৩০বজাত দেহাৱসান ঘটে প্ৰাক্তন মন্ত্ৰী ডা০ অৰ্ধেন্দু কুমাৰ দে’ৰ   ৷ দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল প্ৰাক্তন মন্ত্ৰীগৰাকী ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪বছৰ ৷ আজি হোজাইলৈ লৈ যোৱা হ’ব দে’ৰ মৃতদেহ ৷

ক’লকাতাৰ পৰা এম বি বি এছ ডিগ্ৰী লাভ কৰিছিল প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷আনহাতে কংগ্ৰেছৰ এগৰাকী আগশাৰীৰ নেতা আছিল অৰ্ধেন্দু দে’ ৷ ১৯৯১চনৰ পৰা ২০২১ চনলৈকে দলটোৰ হৈ বহু কাৰ্যত নেতৃত্ব দিছিল তেওঁ ৷ আনহাতে ১৯৯১চনৰ পৰা ২০০৬চনলৈকে তেওঁ হোজাইৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল আৰু পুনৰ ২০১১চনৰ পৰা ২০১৬চনলৈ হোজাইৰ বিধায়ক হিচাপে ৰাইজে নিৰ্বাচন কৰিছিল কংগ্ৰেছী নেতাগৰাকীক ৷কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ  চৰকাৰৰ দিনত  যোগান আৰু জলসিঞ্চন মন্ত্ৰী আছিল ডা০ অৰ্ধেন্দু কুমাৰ দে’ ৷

অৱশ্যে ২০২১ চনত অৰ্ধেন্দু কুমাৰ দে’ নামৰ কংগ্ৰেছৰ এই জ্যষ্ঠ নেতা গৰাকীয়ে বিজেপিত যোগদান কৰিছিল ৷ দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত হোৱা নেতা গৰাকীৰ ৮৪বছৰ বয়সত  কালি নিশা গুৱাহাটী মেডিকেল কলেজ হাস্পতালত  দেহাৱসান ঘটে ৷

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

বিগত ২৪ঘণ্টাত পুনৰ বৃদ্ধি পালে খাৰুৱা তেলৰ দাম

Related Posts

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন
মুখ্য সংবাদ

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ
মুখ্য সংবাদ

অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ

August 9, 2022
১৫ আগষ্টত তাজমহলৰ বাহিৰে তিনিবৰণীয়া হৈ উজ্বলিব  ভাৰতৰ সকলো ঐতিহাসিক ভৱন
মুখ্য সংবাদ

১৫ আগষ্টত তাজমহলৰ বাহিৰে তিনিবৰণীয়া হৈ উজ্বলিব ভাৰতৰ সকলো ঐতিহাসিক ভৱন

August 9, 2022
এইবাৰ গুৱাহাটীৰ ক’ত তালাচী অভিযান চলালে আয়কৰ বিভাগে ?
মুখ্য সংবাদ

এইবাৰ গুৱাহাটীৰ ক’ত তালাচী অভিযান চলালে আয়কৰ বিভাগে ?

August 9, 2022
মধ্যপ্ৰদেশৰ খাৰগোন নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত উটি গ’ল ১৪ খন বাহন
মুখ্য সংবাদ

মধ্যপ্ৰদেশৰ খাৰগোন নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত উটি গ’ল ১৪ খন বাহন

August 8, 2022
মেঘালয়ৰ যুৱকে তৈয়াৰ কৰি উলিয়ালে ডনাল্ড ট্ৰাম্পৰ কাঠৰ মূৰ্তি
মুখ্য সংবাদ

মেঘালয়ৰ যুৱকে তৈয়াৰ কৰি উলিয়ালে ডনাল্ড ট্ৰাম্পৰ কাঠৰ মূৰ্তি

August 8, 2022
Next Post
বিগত ২৪ঘণ্টাত পুনৰ বৃদ্ধি পালে খাৰুৱা তেলৰ দাম

বিগত ২৪ঘণ্টাত পুনৰ বৃদ্ধি পালে খাৰুৱা তেলৰ দাম

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
আপোনাৰ চকুযুৰিৰ কিদৰে যত্ন ল’ব জানো আহক

কম বয়সতে চকুত চানি পৰা ৰোগে দেখা দিছে নেকি ? প্ৰতিকাৰৰ আছে উপায় , জানো আহক

August 10, 2022
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7