VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নতুন দিল্লীত জি-২০ৰ বৈঠক, ৰাজধানীৰ বিদ্যালয়, বেংক আৰু দোকান-পোহাৰ তিনিদিনৰ বাবে বন্ধ ঘোষণা

voicedesk by voicedesk
August 23, 2023
in মুখ্য সংবাদ
নতুন দিল্লীত জি-২০ৰ বৈঠক, ৰাজধানীৰ বিদ্যালয়, বেংক আৰু দোকান-পোহাৰ তিনিদিনৰ বাবে বন্ধ ঘোষণা
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

 

এইবাৰ জি-২০ বৈঠকৰ সভাপতিত্ব কৰিছে ভাৰতে। ৰাজধানী নতুন দিল্লীক ৰাষ্ট্ৰপতিসকলৰ এই বৈঠকৰ স্থান হিচাপে বাছনি কৰা হৈছে। অহা ৯ আৰু ১০ ছেপ্টেম্বৰত নতুন দিল্লীৰ প্ৰগতি ময়দান অঞ্চলৰ ভাৰত মাণ্ডপাম কনভেনচন চেণ্টাৰত অনুষ্ঠিত হ’ব জি-২০ বৈঠক। এই উপলক্ষে দিল্লী চৰকাৰে তিনিদিনীয়া বন্ধৰ ঘোষণা কৰিছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ঘোষণা কৰিছে যে অহা ৮ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়-মহাবিদ্যালয় বন্ধ থাকিব।ইয়াৰ উপৰিও দিল্লী চৰকাৰে বেংকৰ পৰা আৰম্ভ কৰি সকলো বিত্তীয় প্ৰতিষ্ঠানৰ লগতে ব্যক্তিগত প্ৰতিষ্ঠানো বন্ধ কৰাৰ নিৰ্দেশ দিছে । সমগ্ৰ ৰাজধানীত যাতায়ত নিয়ন্ত্ৰণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

 

জি-২০ৰ বৈঠকত অংশগ্ৰহণ কৰিব পাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন, চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং, কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে। এই বৈঠকত জি-২০ৰ সদস্য দেশৰ অন্যান্য প্ৰতিনিধিও অংশগ্ৰহণ কৰিব।

 

ৰাজধানীৰ পথত যাতায়তৰ সময়ত যাতে আমেৰিকা, চীন, ফ্ৰান্স, কানাডাৰ প্ৰতিনিধিয়ে যাতায়তৰ সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে দিল্লী চৰকাৰে বন্ধৰ দিন ঘোষণা কৰিছে। দিল্লী আৰক্ষীৰ মতে, ৮ ছেপ্টেম্বৰৰ পৰা প্ৰতিনিধি দলটোৰ এটা অংশ দিল্লীত উপস্থিত হ’বলৈ আৰম্ভ কৰিব। দিল্লীৰ বিভিন্ন বিলাসী হোটেলত তেওঁলোকৰ বাবে থকাৰ ব্যৱস্থা কৰা হৈছে। বিমানবন্দৰৰ পৰা হোটেল আৰু প্ৰগতি ময়দানলৈ যাতায়তৰ পথত যাতে কোনো সমস্যা নহয় তাৰ ওপৰত চকু ৰাখিছে আৰক্ষীয়ে।

 

দিল্লী আৰক্ষীয়ে জনোৱা মতে, আৰক্ষী বিষয়াৰ কেইবাটাও দল গঠন কৰা হৈছে। দিল্লীৰ পথৰ কিছুমান বিশেষ স্থানত আৰক্ষীৰ দল মোতায়েন কৰা হ’ব। আৰক্ষীৰ দাবী, ৰাজধানীৰ পথৰ কেইবাটাও অঞ্চল বেৰিকেডেৰে আগুৰি ৰখা হ’ব। দিল্লী আৰক্ষীয়ে জনোৱা মতে, মধ্যপ্ৰদেশৰ পৰা মহিলা আৰক্ষীৰ এটা দলে বিশেষ প্ৰশিক্ষণ লৈ আহিছে। আৰক্ষীয়ে আশ্বাস দিয়ে যে দিল্লী আৰক্ষী ৰাষ্ট্ৰপতিসকলক সুৰক্ষা প্ৰদানৰ বাবে সম্পূৰ্ণ সাজু।

Previous Post

হিমাচলত পুনৰ প্ৰচণ্ড বৰষুণ! বন্ধ ঘোষণা বিদ্যালয়-বন্ধ হৈ পৰিল পথ

Next Post

এছিয়া কাপৰ পূৰ্বে বাবৰৰ ক্ৰিকেট ব’ৰ্ডত নাটক, নিশাৰ ভিতৰতে অধ্যক্ষক অপসাৰণ কৰাৰ সম্ভাৱনা

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
এছিয়া কাপৰ পূৰ্বে বাবৰৰ ক্ৰিকেট ব’ৰ্ডত নাটক,  নিশাৰ ভিতৰতে অধ্যক্ষক অপসাৰণ কৰাৰ সম্ভাৱনা

এছিয়া কাপৰ পূৰ্বে বাবৰৰ ক্ৰিকেট ব’ৰ্ডত নাটক, নিশাৰ ভিতৰতে অধ্যক্ষক অপসাৰণ কৰাৰ সম্ভাৱনা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7