VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গান্ধীজীৰ আদৰ্শেৰে জীৱন অতিবাহিত কৰা জে বি কৃপনালীৰ আজি ওপজা দিন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 11, 2021
in মুখ্য সংবাদ
গান্ধীজীৰ আদৰ্শেৰে জীৱন অতিবাহিত কৰা জে বি কৃপনালীৰ আজি ওপজা দিন
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত কংগ্ৰেছৰ সভাপতি আছিল জে বি কৃপনালী। স্বাধীনতাৰ সময়ত গান্ধীজীৰ মতাদৰ্শক সন্মান জনাই নেহৰুকে প্ৰমুখ্য কৰি কংগ্ৰেছৰ অন্য নেতাসকলক সমালোচনা কৰি স্বাধীনতাৰ পিছত সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল।

১৮৮৮ চনত হায়দৰাবাদত জন্ম গ্ৰহণ কৰা জে বি কৃপনালীয়ে পুনেৰ চেইণ্ট ফৰগুশ্যন কলেজৰ পৰা আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰে। শিক্ষক হিচাপে কৰ্মজীৱন জীৱনৰ পাতনি মেলে। 

১৯১৭ চনত বিহাৰৰ চম্পাড়ন সত্যাগ্ৰহৰ সময়তে কৃপনালী মহাত্মা গান্ধীৰ সংস্পৰ্শলৈ আহে। ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে সত্যাগ্ৰহত অংশ লয়। পিছলৈ ভাৰতৰ স্বাধীনতাৰ সংগ্ৰামত যোগদান কৰে।

জে বি কৃপনালীক আচাৰ্য্য কৃপনালী বুলিও জনা যায়। সংবিধান সভাৰ তেওঁ অন্যতম সদস্য আছিল। তেওঁ তিনিবাৰকৈ সাংসদ হোৱাৰ সুযোগ লাভ কৰিছিল। 

জৱাহৰলাল নেহৰুৰ মন্ত্ৰী সভা গঠনৰ সময়ত নেহৰু মন্ত্ৰী সভাৰ সিদ্ধান্তসমূহৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাৰ্বস্ত কৰে। গান্ধীজীৰ মতাদৰ্শক গুৰুত্ব প্ৰদান নকৰি আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ পৰিৱৰ্তে উদ্যোগ স্থাপনৰ ওপৰত গুৰুত্ব প্ৰদান কৰাত অসন্তুষ্ট হয়। 

ইন্দিৰা গান্ধীৰ মন্ত্ৰী সভাৰ আঁচনি বা সিদ্ধান্তৰ বিৰুদ্ধেও তেওঁ সমালোচনা কৰিছিল। ১৯৭৫ চনত দেশত নিজাববীয়াকৈ জৰুৰীকালীন অৱস্থা ঘোষণা কৰি ইন্দিৰা গান্ধীয়ে যি স্বৈৰচাৰিতাৰ প্ৰমাণ দিছিল, সেই সিদ্ধান্তৰ বিৰোধিতা কৰাৰ বাবে তেওঁক আটক কৰা হৈছিল। জৰুৰীকালীন অৱস্থাৰ সময় গ্ৰেপ্তাৰ হোৱা তেওঁ প্ৰথম ব্যক্তি আছিল।

তেওঁ আৰু তেওঁৰ জীৱন সংগী সুচেত্ৰা কৃপনালীয়ে ওৰে জীৱন গান্ধী আদৰ্শেৰে সমাজ পৰিচালনা কৰাত গুৰুত্ব দিছিল। ১৯৮২ চনৰ ১৯ মাৰ্চত তেখেতৰ মৃত্যু হয়।

Previous Post

তিনিচুকীয়াৰ ডুমডুমাৰ পৰা দিল্লীলৈ পদযাত্ৰা ৰাজেশ মহাননৰ

Next Post

দেশৰ প্ৰথমখন সীমান্তৱৰ্তী গাঁও অৰুণাচলত

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
দেশৰ প্ৰথমখন সীমান্তৱৰ্তী গাঁও অৰুণাচলত

দেশৰ প্ৰথমখন সীমান্তৱৰ্তী গাঁও অৰুণাচলত

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

ধোনিৰ আঁঠুৰ সফল অস্ত্ৰোপচাৰ, কেতিয়া হস্পিতালৰ পৰা মুক্তি পাব ক্ৰিকেটাৰ গৰাকীয়ে  ?

ধোনিৰ আঁঠুৰ সফল অস্ত্ৰোপচাৰ, কেতিয়া হস্পিতালৰ পৰা মুক্তি পাব ক্ৰিকেটাৰ গৰাকীয়ে ?

June 2, 2023
‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা  বিজেপিৰ

‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা বিজেপিৰ

June 2, 2023
দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7