VOICE 24x7
Monday, September 25, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অষ্ট্ৰেলিয়াত সাগৰৰ পাৰত উটি আহিল বিশাল ধাতুৰ সামগ্ৰী, অব্যাহত অনুসন্ধান

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 18, 2023
in মুখ্য সংবাদ
অষ্ট্ৰেলিয়াত সাগৰৰ পাৰত উটি আহিল বিশাল ধাতুৰ সামগ্ৰী, অব্যাহত অনুসন্ধান
0
SHARES
24
VIEWS
Share on FacebookShare on Twitter

সাগৰৰ পাৰত আৱর্জনা পৰি থকাটো কোনো নতুন কথা নহয় ৷  পশ্চিম অষ্ট্ৰেলিয়াৰ এখন সাগৰৰ পাৰত পৰি থকা এটা বিশাল  ধাতুৰ বস্তুক লৈ সকলো বিমোৰত পৰিছে । অজ্ঞাত বস্তুটো ক’ৰ পৰা আহিল?  ৰহস্য আৰু কৌতুহল ক্ৰমাৎ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে ৷

 

 

এই আৱর্জনাটো দেখাত পানীৰ টেংকাৰৰ দৰে ঘূৰণীয়া ৷ যাৰ ওপৰৰ ফালটো গম্বুজৰ দৰে। বস্তুটোৰ ধাতুৰ দৰে শৰীৰটো চিকচিকিয়া। ঠিক কাঁহৰ দৰেই। তলৰ অংশটো অলপ উখহি উঠা। গ্ৰীণ হেড বিচত এনে এটা বস্তুক লৈ সৃষ্টি হৈছে ৰহস্য। বাসিন্দাসকলক বস্তুটোৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। এই খবৰ সোমবাৰে বিবিচিৰ সূত্ৰই প্ৰকাশ কৰিছে। ইতিমধ্যে এই বস্তুটোৰ ৰহস্য উন্মোচন কৰিবলৈ প্ৰশাসনে তদন্ত আৰম্ভ কৰিছে।

 

বিশাল বস্তুটো ধাতুৰ। গ্ৰীণ হেড বিচৰ বাসিন্দাসকলে জনোৱা মতে, বস্তুটো প্ৰায় ডেৰ-দুই মিটাৰ বহল। প্ৰায় ডেৰ-দুই তিনি মিটাৰ দীঘল। শনিবাৰে নিশা এই বস্তুটো চাবলৈ  ভিৰ কৰিছিল বাসিন্দাসকলে।

 

সেই অজ্ঞাত বস্তুটোৰ বিষয়ে বিভিন্ন জনৰ মতামত বেলেগ বেলেগ। বহু জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। বিমান বিশেষজ্ঞ জিঅ’ফ্ৰে থমাছে কয় যে এই বস্তুটো ৰকেটৰ ইন্ধনৰ টেংক হোৱাৰ সম্ভাৱনা আছে। ভাৰত মহাসাগৰৰ ওপৰত বিগত ১২ মাহত দুৰ্ঘটনাগ্ৰস্ত হৈছিল এটা ৰকেট। ফলত সেই বস্তুটো সাগৰৰ পাৰত ওপঙি গ’ল। অষ্ট্ৰেলিয়াৰ মহাকাশ সংস্থাটোৱে জনোৱা মতে, এই বিশাল চিলিণ্ডাৰটো বিদেশী মহাকাশযানৰ পৰা বাগৰি পৰিছে।

 

২০১৪ চনত পশ্চিম অষ্ট্ৰেলিয়াৰ উপকূলত ২৩৯ জন যাত্ৰীৰে অন্তৰ্ধান হৈছিল এখন বিমান । বস্তুটো সেই বিমানখনৰ চিলিণ্ডাৰ হ’ব পাৰে। একাংশই এনে দাবী কৰিছে। অৱশ্যে বিমান বিশেষজ্ঞ থমাছে এনে সম্ভাৱনাক উলাই কৰে। গতিকে সেই বস্তুটো কি? সেই দেশৰ প্ৰশাসন এতিয়া এই ৰহস্য সমাধানত ব্যস্ত।

Previous Post

চিগাৰেট সেৱন কৰি পৰিচালনা , বিগ বছ এৰিব নেকি ছলমানে !!

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ
মুখ্য সংবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7