VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাজ্যসভাৰ প্ৰথম ভাষণতে সংবিধানৰ মৌলিক গাঁথনিক লৈ প্ৰশ্ন উত্থাপন কৰিলে প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 8, 2023
in মুখ্য সংবাদ
ৰাজ্যসভাৰ প্ৰথম ভাষণতে সংবিধানৰ মৌলিক গাঁথনিক লৈ প্ৰশ্ন উত্থাপন কৰিলে প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে
0
SHARES
21
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যসভাত প্ৰথমবাৰৰ বাবে সংবিধানৰ মৌলিক গাঁথনি সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিলে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে। দিল্লী আমোলা নিয়ন্ত্ৰণ বিধেয়ক সন্দৰ্ভত ৰাজ্যসভাৰ বিতৰ্কত অংশগ্ৰহণ কৰি গগৈয়ে কয় যে সংবিধানৰ মৌলিক গাঁথনিৰ আইনী ভিত্তি অতি বিতৰ্কিত। দিল্লীত আমোলাৰ নিয়ন্ত্ৰণ সম্পৰ্কীয় বিধেয়কখন সংবিধানৰ মৌলিক গাঁথনিৰ বিৰোধী বুলি আজি ৰাজ্যসভাত কেইবাজনো বিৰোধী সাংসদে দাবী কৰে। তেওঁলোকক উত্তৰ দিবলৈ গৈ গগৈয়ে এই মন্তব্য কৰে।

 

সোমবাৰে গগৈৰ মন্তব্যৰ পিছত কংগ্ৰেছে  প্ৰশ্ন উত্থাপন কৰে যে মোডী চৰকাৰে গগৈৰ মন্তব্যক সমৰ্থন কৰিছে নেকি? কংগ্ৰেছ নেতা কে চি ভেনুগোপালে কয়, ‘এজন প্ৰাক্তন মুখ্য ন্যায়াধীশে সংবিধানৰ মৌলিক গাঁথনিৰ আইনী ভিত্তিক লৈ প্ৰশ্ন উত্থাপন কৰিছে। সংবিধান ভংগ কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ ৰূপত আৰম্ভ কৰাৰ এইটোৱেই নেকি বিজেপিৰ কৌশল? সংবিধানৰ নীতি অনুসৰণ নকৰাসকলে বিতৰ্কিত এজন প্ৰাক্তন মুখ্য ন্যায়াধীশ থিয় কৰাই সংবিধানক আক্ৰমণ কৰিছে।“ অৱসৰৰ পূৰ্বে তেওঁৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে অযোধ্যাত ৰাম মন্দিৰৰ সপক্ষে ৰায়দান কৰিছিল। উচ্চতম ন্যায়ালয়ৰ এগৰাকী মহিলা কৰ্মচাৰীয়ে মুখ্য ন্যায়াধীশৰ কাৰ্যকালত তেওঁৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ দাখিল কৰে। উচ্চতম ন্যায়ালয়ৰ নিযুক্তি কমিটীয়ে এই অভিযোগ খাৰিজ কৰে। আজি গগৈৰ ভাষণৰ সময়ত এই ঘটনাৰ প্ৰতিবাদত জয়া বচ্চন, প্ৰিয়ংকা চতুৰ্বেদী, বন্দনা চাৱন, সুস্মিতা দেৱৰ দৰে মহিলা সাংসদ সকলে সদন ত্যাগ কৰে।

 

যদিও সংবিধানত মৌলিক গাঁথনিৰ কথা উল্লেখ কৰা হোৱা নাই, তথাপিও কেছাৱনন্দ ভাৰতী গোচৰত উচ্চতম ন্যায়ালয়ে সংবিধানৰ মৌলিক গাঁথনিৰ কথা প্ৰকাশ কৰিছিল ৷ আদালতৰ ৰায় আছিল যে সংবিধান সংশোধন কৰিলেও ইয়াক সলনি কৰিব নোৱাৰি। ইপিনে দিল্লী আমোলা নিয়ন্ত্ৰণ বিধেয়কলৈ সমর্থন আগবঢ়াই ৰঞ্জন গগৈয়ে কয় যে এই বিধেয়কখন সঠিক আৰু আইনীভাৱে বৈধ ৷

 

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

১০০-২০০ নহয়, বক্স অফিচত ৮ হাজাৰ ৩০০ কোটিৰ ব্যৱসায়! মহিলা পৰিচালিত প্ৰথমখন ছবি হিচাপে ‘বাৰ্বি’ৰ নজিৰ

Related Posts

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি
মুখ্য সংবাদ

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই
মুখ্য সংবাদ

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!
মুখ্য সংবাদ

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
১০ ঘণ্টাৰো অধিক সময় একে ঠাইত বহি কাম কৰে নেকি আপুনি ? গৱেষকৰ সকীয়নি -আক্ৰান্ত হ’ব পাৰে ডিমনেচিয়াত
মুখ্য সংবাদ

১০ ঘণ্টাৰো অধিক সময় একে ঠাইত বহি কাম কৰে নেকি আপুনি ? গৱেষকৰ সকীয়নি -আক্ৰান্ত হ’ব পাৰে ডিমনেচিয়াত

October 2, 2023
প্ৰেমৰ সম্পর্ক হৈ পৰিল বোজা!! বিয়াৰ প্ৰলোভনেৰে বৰপেটাৰ যুৱতীৰ সৈতে একেলগে থাকি ঘৰলৈ ওভতাৰ চেষ্টা ঝাৰখণ্ডৰ যুৱক
মুখ্য সংবাদ

প্ৰেমৰ সম্পর্ক হৈ পৰিল বোজা!! বিয়াৰ প্ৰলোভনেৰে বৰপেটাৰ যুৱতীৰ সৈতে একেলগে থাকি ঘৰলৈ ওভতাৰ চেষ্টা ঝাৰখণ্ডৰ যুৱক

October 2, 2023
আজিৰে পৰা বন্ধ নহয় ৫০০ মিলিলিটাৰৰ পানীৰ বটল, কিমান মিলিলিটাৰৰ পানীৰ বটল বজাৰত নাপাব !
মুখ্য সংবাদ

আজিৰে পৰা বন্ধ নহয় ৫০০ মিলিলিটাৰৰ পানীৰ বটল, কিমান মিলিলিটাৰৰ পানীৰ বটল বজাৰত নাপাব !

October 2, 2023
Next Post
১০০-২০০ নহয়, বক্স অফিচত ৮ হাজাৰ ৩০০ কোটিৰ ব্যৱসায়! মহিলা পৰিচালিত প্ৰথমখন ছবি হিচাপে ‘বাৰ্বি’ৰ নজিৰ

১০০-২০০ নহয়, বক্স অফিচত ৮ হাজাৰ ৩০০ কোটিৰ ব্যৱসায়! মহিলা পৰিচালিত প্ৰথমখন ছবি হিচাপে ‘বাৰ্বি’ৰ নজিৰ

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7