VOICE 24x7
Wednesday, November 29, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আফগানিস্তান-পাকিস্তান সীমান্তত গুলীয়াগুলী, ৬ জন নিহত, ১৭ জন আহত

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 12, 2022
in মুখ্য সংবাদ
আফগানিস্তান-পাকিস্তান সীমান্তত গুলীয়াগুলী,  ৬ জন নিহত, ১৭ জন আহত
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

আফগানিস্তান আৰু পাকিস্তানৰ সীমান্তত গুলীচালনাৰ ঘটনাক লৈ তী্ব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । এই গুলীচালনাৰ ঘটনাত ৬ পাকিস্তানী নাগৰিকৰ মৃত্যু হৈছে ।গুলীচালনাত ১৭ জন লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ পোৱা গৈছে । দেওবাৰে বেলুচিস্তানৰ চামান জিলাত সংঘটিত হৈছে এই আক্ৰমণ। পাকিস্তান সেনাই দাবী কৰা অনুসৰি আফগান বাহিনীয়ে এই আক্ৰমণত আৰ্টিলাৰী, মৰ্টাৰ আৰু অন্যান্য গধুৰ অস্ত্ৰ ব্যৱহাৰ কৰিছিল। পাকিস্তানেও  প্ৰতি আক্ৰমণ কৰে।

এই ঘটনাত পাকিস্তানৰ ৬ জন নাগৰিকৰ মৃত্যু হয়। গুৰুতৰভাৱে আহত ১৭ জন লোকক লগে লগে ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। আফগান পক্ষৰ পৰা এতিয়ালৈকে কোনো লোক হতাহতিৰ খবৰ পোৱা নাই।

পাকিস্তান চৰকাৰে আফগান কৰ্তৃপক্ষক এই ঘটনাৰ তদন্তৰ বাবে অনুৰোধ জনাইছে। পাকিস্তান চৰকাৰেও আফগানিস্তানক কঠোৰ ব্যৱস্থা ল’বলৈ অনুৰোধ জনাইছে যাতে ভৱিষ্যতে এনে ঘটনা পুনৰ সংঘটিত নহয়। এই আক্ৰমণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

 

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

ডিচেম্বৰ মাহতে কিয় চাকৰি কৰ্তন কৰিব ছুইগীয়ে ?

Related Posts

উত্তৰকাশীত সুৰংগৰ পৰা  জীৱন্তে উদ্ধাৰ অসমৰ দুই শ্ৰমিকসহ আবদ্ধ ৪১ শ্ৰমিক
মুখ্য সংবাদ

উত্তৰকাশীত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ অসমৰ দুই শ্ৰমিকসহ আবদ্ধ ৪১ শ্ৰমিক

November 28, 2023
আইচলেণ্ডত ৪৮ ঘন্টাত ৭০০টা ভূমিকম্প , সতর্কতা জাৰি চৰকাৰৰ
মুখ্য সংবাদ

আইচলেণ্ডত ৪৮ ঘন্টাত ৭০০টা ভূমিকম্প , সতর্কতা জাৰি চৰকাৰৰ

November 28, 2023
ধনৰ বিনিময়ত নিযুক্তিঃএপিএছচি কেলেংকাৰিত অভিযুক্ত দুই এচিএছ বিষয়া এছআইটিৰ সন্মুখত হাজিৰ , কোন বিষয়ালৈ জাৰি কৰা হৈছে জাননী !!
মুখ্য সংবাদ

ধনৰ বিনিময়ত নিযুক্তিঃএপিএছচি কেলেংকাৰিত অভিযুক্ত দুই এচিএছ বিষয়া এছআইটিৰ সন্মুখত হাজিৰ , কোন বিষয়ালৈ জাৰি কৰা হৈছে জাননী !!

November 28, 2023
ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ললিত গগৈৰ মৃত্যু, শোণিতপুৰ-নলবাৰী জিলাৰ উপায়ুক্ত হিচাপে পালন কৰিছিল দায়িত্ব
মুখ্য সংবাদ

ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ললিত গগৈৰ মৃত্যু, শোণিতপুৰ-নলবাৰী জিলাৰ উপায়ুক্ত হিচাপে পালন কৰিছিল দায়িত্ব

November 28, 2023
বৰ্ষীয়ান সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী অসুস্থ, জিএনআৰচিত চিকিৎসাধীন
মুখ্য সংবাদ

বৰ্ষীয়ান সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী অসুস্থ, জিএনআৰচিত চিকিৎসাধীন

November 28, 2023
প্ৰতিবাদ দিৱসৰ দিনাই বাইহাটাত উৰিল আলফা(স্বাঃ)ৰ পতাকা , অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য
মুখ্য সংবাদ

প্ৰতিবাদ দিৱসৰ দিনাই বাইহাটাত উৰিল আলফা(স্বাঃ)ৰ পতাকা , অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য

November 28, 2023
Next Post
ডিচেম্বৰ মাহতে কিয় চাকৰি কৰ্তন কৰিব ছুইগীয়ে ?

ডিচেম্বৰ মাহতে কিয় চাকৰি কৰ্তন কৰিব ছুইগীয়ে ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

উত্তৰকাশীত সুৰংগৰ পৰা  জীৱন্তে উদ্ধাৰ অসমৰ দুই শ্ৰমিকসহ আবদ্ধ ৪১ শ্ৰমিক

উত্তৰকাশীত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ অসমৰ দুই শ্ৰমিকসহ আবদ্ধ ৪১ শ্ৰমিক

November 28, 2023
আইচলেণ্ডত ৪৮ ঘন্টাত ৭০০টা ভূমিকম্প , সতর্কতা জাৰি চৰকাৰৰ

আইচলেণ্ডত ৪৮ ঘন্টাত ৭০০টা ভূমিকম্প , সতর্কতা জাৰি চৰকাৰৰ

November 28, 2023
ধনৰ বিনিময়ত নিযুক্তিঃএপিএছচি কেলেংকাৰিত অভিযুক্ত দুই এচিএছ বিষয়া এছআইটিৰ সন্মুখত হাজিৰ , কোন বিষয়ালৈ জাৰি কৰা হৈছে জাননী !!

ধনৰ বিনিময়ত নিযুক্তিঃএপিএছচি কেলেংকাৰিত অভিযুক্ত দুই এচিএছ বিষয়া এছআইটিৰ সন্মুখত হাজিৰ , কোন বিষয়ালৈ জাৰি কৰা হৈছে জাননী !!

November 28, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7