VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চুলি সৰিছে নেকি ? সাধাৰণ পাত এখিলাৰেও হেৰোৱা চুলি ঘুৰাই আনিব পাৰি—

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 27, 2023
in মুখ্য সংবাদ
চুলি সৰিছে নেকি ? সাধাৰণ পাত এখিলাৰেও হেৰোৱা চুলি ঘুৰাই আনিব পাৰি—
0
SHARES
25
VIEWS
Share on FacebookShare on Twitter

চুলি সৰাৰ সমস্যা কম-বেছি পৰিমাণে সকলোৰে আছে । বহুত সময়ত চিকিৎসকৰ পৰামৰ্শ লৈও সুফল নহয় আৰু মূৰ টোকোলা হোৱাও দেখিবলৈ পোৱা যায়। ঘৰুৱা পদ্ধতিৰে কিছু পৰিমাণে হলেও চুলি সৰা ৰোধ কৰিব পাৰি। জানিলে আচৰিত হ’ব সাধাৰণ পাত এখিলাৰেও চুলি সৰা বন্ধ কৰাৰ লগতে মূৰ ভৰ্তি চুলি ঘুৰাই আনিব পাৰি। জানো আহকচোন এই পাত খিলাৰ বিষয়ে—-
এই পাতখিলা হ’ল সহজতে বিচাৰি পোৱা মধুৰিআমৰ পাত। মধুৰিআম ফল হিচাপে যিমান উপকাৰী ঠিক তেনেকৈ মধুৰিআমৰ পাতৰ কাৰ্যকৰী গুণো অপৰিসীম। মূৰৰ চুলি সৰাৰ সমস্যা সমাধান কৰাৰ দৰে নতুন চুলি গজাতো সহায় কৰে এই মধুৰিআমৰ পাতে।
বিশেষজ্ঞ সকলোৰ মতে , নিয়মিত ভাৱে চুলিৰ যত্নত মধুৰিআমৰ পাত ব্যৱহাৰ কৰিলে চুলি সৰা বন্ধ হয় আৰু চুলিৰ স্বাভাৱিক বৃদ্ধি অটুত থাকে। মধুৰিআমৰ পাতত প্ৰচুৰ পৰিমাণে ভিটামিন বি’ থাকে আৰু বি’ ভিটামিনে চুলিৰ পুষ্টি যোগোৱাত সহায় কৰে।
বিশেষজ্ঞ সকলে কয় যে , মধুৰিআমৰ পাতে চুলি সৰা ৰোধ কৰিব পাৰে। কাৰণ এই পাত ব্যৱহাৰ কৰিলে চুলিৰ গুৰিৰ গ্ৰন্থিৰ কোষবোৰ মজবুত হয়। কিন্তু মধুৰিআমৰ পাত ব্যৱহাৰ কৰাৰো কিছু নিয়ম আছে—-

১) প্ৰথমতে মধুৰিআমৰ পাত ভালকৈ ধুই পৰিষ্কাৰ পানীত ২০ মিনিট উতোলাই ল’ব লাগে। ২০ মিনিট সিজোৱাৰ পিছত ঠাণ্ডা হ’বলৈ দিব লাগে। ঠাণ্ডা হোৱাৰ পিছতহে ব্যৱহাৰ কৰিব লাগে।

২) সিজোৱা মধুৰিআমৰ পাতৰ ৰস ৰঙা ৰঙৰ হয়। মিশ্ৰণটি ঠাণ্ডা হোৱাৰ পিছত পৰিষ্কাৰ বটলত থৈ দিব লাগে। হেয়াৰ টনিকৰ দৰে প্ৰতিদিনে চুলিৰ গুৰিত লগাব লাগে। এনেধৰণে নিয়মিত ব্যৱহাৰ কৰিলে অতি সোনকালে সুফল পোৱা যায়।

৩) এই মিশ্ৰণটি দিনত ব্যৱহাৰ কৰাৰ উপৰিও ৰাতি শুৱাৰ আগতেও ব্যৱহাৰ কৰিব পাৰি। ৰাতি এই মিশ্ৰণটিৰে মুৰত মালিচ কৰিলে ৰাতিপুৱা শুই উঠাৰ পিছত পানীৰে মূৰটো ভালকৈ ধুই দিব লাগে। এইধৰণে কেইদিন মান কৰাৰ পিছতে চুলিত হোৱা পৰিৱৰ্তন বুজিব পাৰি ।

৪) যি সকল লোক বহুত বেছি এই সমস্যাত ভূগি আছে তেওঁলোকৰ ক্ষেত্ৰত বেছি লাভ জনক নহ’ব পাৰে গতিকে তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। মধুৰিআমৰ পাতৰ এই মিশ্ৰণটিত কোনো প্বাৰ্শ ক্ৰিয়া নাথাকে বাবে ব্যৱহাৰ কৰিলে কোনো ক্ষতি হোৱাৰ সম্ভাৱনা নাথাকে।

Previous Post

বঙাইগাঁৱত চলচ্চিত্ৰ মহোৎসৱত যতীন বৰা

Next Post

বেলাৰুছত পাৰমাণৱিক অস্ত্ৰভাণ্ডাৰ নিৰ্মাণৰ প্ৰস্তুতি চলাইছে পুটিনে, প্ৰতিক্ৰিয়া প্ৰকাশ আমেৰিকাৰ

Related Posts

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন
মুখ্য সংবাদ

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন
মুখ্য সংবাদ

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
অমৰনাথ যাত্ৰাত উগ্ৰপন্থী আক্ৰমণৰ শংকা, নিৰাপত্তা সভাত মিলিত অমিত  শ্বাহ
মুখ্য সংবাদ

অমৰনাথ যাত্ৰাত উগ্ৰপন্থী আক্ৰমণৰ শংকা, নিৰাপত্তা সভাত মিলিত অমিত শ্বাহ

June 10, 2023
লক্ষ্য নির্বাচন ! ঋণত ডুব যোৱা পাকিস্তানে চৰকাৰী কৰ্মচাৰীক সুখী কৰিবলৈ বৃদ্ধ কৰিলে৩৫ শতাংশ দৰমহা
মুখ্য সংবাদ

লক্ষ্য নির্বাচন ! ঋণত ডুব যোৱা পাকিস্তানে চৰকাৰী কৰ্মচাৰীক সুখী কৰিবলৈ বৃদ্ধ কৰিলে৩৫ শতাংশ দৰমহা

June 10, 2023
এতিয়াও শান্ত হোৱা নাই  মণিপুৰ, ৰাজ্যত সশস্ত্ৰ বাহিনীৰ ১১৪টা কোম্পানীক পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব
মুখ্য সংবাদ

এতিয়াও শান্ত হোৱা নাই মণিপুৰ, ৰাজ্যত সশস্ত্ৰ বাহিনীৰ ১১৪টা কোম্পানীক পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব

June 10, 2023
শকত হোৱা বুলি স্বামীৰ মন্তব্যত খোৱা বোৱা এৰি ২২ কিলোগ্ৰামলৈ ওজন হ্ৰাস কৰিলে মহিলাই ! অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভর্ত্তি
মুখ্য সংবাদ

শকত হোৱা বুলি স্বামীৰ মন্তব্যত খোৱা বোৱা এৰি ২২ কিলোগ্ৰামলৈ ওজন হ্ৰাস কৰিলে মহিলাই ! অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভর্ত্তি

June 10, 2023
Next Post
বেলাৰুছত পাৰমাণৱিক অস্ত্ৰভাণ্ডাৰ নিৰ্মাণৰ প্ৰস্তুতি চলাইছে পুটিনে, প্ৰতিক্ৰিয়া প্ৰকাশ আমেৰিকাৰ

বেলাৰুছত পাৰমাণৱিক অস্ত্ৰভাণ্ডাৰ নিৰ্মাণৰ প্ৰস্তুতি চলাইছে পুটিনে, প্ৰতিক্ৰিয়া প্ৰকাশ আমেৰিকাৰ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7