VOICE 24x7
Monday, September 25, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দিন নির্ধাৰণ নহ’লেও ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানলৈ এতিয়াৰে পৰা অযোধ্যাত আৰম্ভ হৈছে হোটেল বুকিং

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 21, 2023
in মুখ্য সংবাদ
দিন নির্ধাৰণ নহ’লেও ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানলৈ এতিয়াৰে পৰা অযোধ্যাত  আৰম্ভ হৈছে হোটেল বুকিং
0
SHARES
24
VIEWS
Share on FacebookShare on Twitter

দীঘলীয়া আইনী যুঁজৰ পাছত অযোধ্যাত ৰাম মন্দিৰ নির্মাণৰ পথ প্ৰশস্ত হৈছিল ৷ দ্ৰুতগতিত আগবাঢ়িছে ইয়াৰ নির্মাণকার্য ৷ সকলো ঠিকে থাকিলে ২০২৪ চনৰ আৰম্ভনিতে ৰাম মন্দিৰটো মুকলি কৰা হৈছে ৷দিন বাগৰাৰ লগে লগে ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰতি মানুহৰ কৌতুহল বাঢ়িবলৈ আৰম্ভ কৰিছে । ৰাম মন্দিৰ উদ্বোধনৰ ঐতিহাসিক মুহূৰ্ত প্ৰত্যক্ষ কৰিবলৈ মহানগৰীখনৰ হোটেলসমূহে বুকিং আৰম্ভ কৰিছে। বিভিন্ন ট্ৰেভেল এজেন্সীৰ কাৰ্যকলাপও বৃদ্ধি পাইছে।

 

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অযোধ্যাত ৰাম মন্দিৰ উদ্বোধন কৰিব বিচাৰিছে মোডী চৰকাৰে। সেই উদ্দেশ্যে কাম আগবঢ়াই নিয়া হৈছে। যোৱা মাহত ৰাম মন্দিৰ কনষ্ট্ৰাকচন ট্ৰাষ্টে জনাইছিল যে ৰামলালাৰ মূৰ্তি খোদ জানুৱাৰী মাহত ৰাম মন্দিৰৰ ভিতৰত স্থাপন কৰা হ’ব। ২০২৪ চনৰ ১৫ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈকে যিকোনো দিনতে এই অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। অৱশ্যে সঠিক তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই।

 

ৰাম মন্দিৰ উদ্বোধন উপলক্ষে হোটেলৰ মালিকসকলে সেই সময়ত অযোধ্যাত বৃহৎ সংখ্যক লোকৰ সমাগম হোৱাৰ আশা কৰিছে। তেওঁলোকে কয় যে এতিয়াৰে পৰা বহু হোটেল বুকিং কৰা হৈছে। মহানগৰীৰ হোটেল মালিকসকলে দাবী কৰিছে যে পৰ্যটকে সেই সময়ত ১০ৰ পৰা ১২ দিনৰ বাবে হোটেল বুকিং কৰি আছে যাতে কোনো ধৰণে ৰাম মন্দিৰ মুকলিৰ দিনটো বাদ নপৰে ।

 

বুধবাৰে অযোধ্যাত হোটেল কৰ্তৃপক্ষৰ সৈতে বৈঠক অনুষ্ঠিত কৰে সংমণ্ডল আয়ুক্ত গৌৰৱ দয়ালে। সেই বৈঠকত পৰ্যটকৰ বাবে হোটেলসমূহত সঠিক ব্যৱস্থাৰ ওপৰত চকু ৰাখিবলৈ কোৱা হৈছে। অযোধ্যাৰ পুৰণি হোটেল ‘শ্বান-ই-আৱাধ’ৰ পৰিচালন সঞ্চালক শৰদ কাপুৰে সংবাদমাধ্যমক জনাইছে, ‘দিল্লী, মুম্বাইকে ধৰি দেশৰ বিভিন্ন চহৰৰ পৰা প্ৰতিদিনে বুকিঙৰ বাবে ফোন আহি আছে। কিন্তু সমস্যাটো হ’ল মন্দিৰ উদ্বোধনীৰ তাৰিখ এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই।“

 

ফৈজাবাদ আৰু অযোধ্যাত প্ৰায় ১৫০ খন হোটেল আছে। ইয়াৰ ভিতৰত আছে ১০খন বিলাসী হোটেল। চাৰিটা চৰকাৰী অতিথিশালা আৰু প্ৰায় ৫০টা সৰু অতিথিশালা নিৰ্মাণৰ কাম চলি আছে। নৱেম্বৰৰ ভিতৰত এই কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০২০ চনৰ ৫ আগষ্টত অযোধ্যাত ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰে। ৰাম মন্দিৰ কনষ্ট্ৰাকচন ট্ৰাষ্টৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰই যোৱা মাহত কয় যে অযোধ্যাৰ ৰাম মন্দিৰৰ ভিতৰচ’ৰাত ৰামলালাৰ মূৰ্তি স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ জনোৱা হৈছে। ১০ দিন ধৰি চলিব এই অনুষ্ঠান। যোৱা জানুৱাৰী মাহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ত্ৰিপুৰা ভ্ৰমণ কৰি কয় যে, “২০২৪ চনৰ ১ জানুৱাৰীৰ ভিতৰত ৰাম মন্দিৰৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ব।“

 

Previous Post

পদত্যাগৰ দাবী উঠিলেও মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙক অপসাৰণ নকৰে বিজেপিয়ে

Next Post

পূর্ণ গতিত চলিছে পথ নির্মাণৰ কাম,ছেপ্টেম্বৰৰ পৰা তীৰ্থযাত্ৰীসকলে দর্শন কৰিব পাৰিব কৈলাস

Related Posts

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ
মুখ্য সংবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
Next Post
পূর্ণ গতিত চলিছে পথ নির্মাণৰ কাম,ছেপ্টেম্বৰৰ পৰা তীৰ্থযাত্ৰীসকলে দর্শন কৰিব পাৰিব  কৈলাস

পূর্ণ গতিত চলিছে পথ নির্মাণৰ কাম,ছেপ্টেম্বৰৰ পৰা তীৰ্থযাত্ৰীসকলে দর্শন কৰিব পাৰিব কৈলাস

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7