VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

হায়াৰ ছেকেণ্ডাৰীৰ প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীয়ে শাখা সলনি কৰিব পাৰিব

শিৱানী বৰা by শিৱানী বৰা
November 3, 2021
in মুখ্য সংবাদ, অভিমত
হায়াৰ ছেকেণ্ডাৰীৰ প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীয়ে শাখা সলনি কৰিব পাৰিব
0
SHARES
2
VIEWS
Share on FacebookShare on Twitter

অসমত প্ৰথমবাৰৰ বাবে শিক্ষা বিভাগে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰিছে। এতিয়াৰে হায়াৰ ছেকেণ্ডাৰীৰ প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীয়ে নিজৰ ইচ্ছা অনুসৰি শাখা সলনি কৰিব পাৰিব। অৰ্থাৎ কলা শাখাৰ পাঠ্যক্ৰম গ্ৰহণ কৰা ছাত্ৰই বিজ্ঞান শাখালৈ সলনি কৰিব পাৰিব। বা বিজ্ঞান শাখাত নামভৰ্তি কৰা ছাত্ৰই কলা বা বাণিজ্য শাখালৈ সলনি কৰিব পাৰিব। 

শিক্ষা বিভাগৰ এই যুগান্তকাৰী পদক্ষেপে বহুতো ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰিব। আমাৰ সমাজৰ সৰহ সংখ্যক ছাত্ৰ ছাত্ৰীৰে মেট্ৰিক পৰীক্ষাৰ পিছত কি বিষয়ত অধ্যয়ন কৰিব এই সম্পৰ্কে বিশেষ ধাৰণা নাথাকে। বহুতো ছাত্ৰই গণিত বা বিজ্ঞানত সৰহ সংখ্যক নম্বৰ পালেই বিজ্ঞান শাখাত নামভৰ্তি কৰে। আনহাতে বহুতে বিজ্ঞান বা বাণিজ্য শাখা কঠিন বুলি আনৰ প্ৰৰোচনাত কলা শাখাত নামভৰ্তি কৰে। 

আকৌ বহুতো ছাত্ৰই অভিভাৱকৰ হেঁচাৰ ফলত অনিচ্ছাস্বত্বেও বা একো নজনাকৈ উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমত নামভৰ্ত্তি কৰে। 

কিন্তু শ্ৰেণীসমূহ আৰম্ভ হোৱাৰ লগে লগে বহুতো ছাত্ৰ সমস্যাৰ সন্মুখীন হয়। সালসলনিৰো কোনো ব্যৱস্থা নাথাকে । অপ্ৰিয় বিষয় এটাও বাধ্যত পৰি পঢ়ি ডিগ্ৰী গ্ৰহণ কৰে। 

এনেদৰে বাধ্যত পৰি গ্ৰহণ কৰা শিক্ষাৰ কোনো মূল্য নাথাকে। ছাত্ৰজনৰ জীৱনটো বিৰূপ প্ৰভাব পেলায়। শেহতীয়াকৈ শিক্ষা বিভাগৰ এই পদক্ষেপে বহুতো ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ নতুন সম্ভাৱনা কঢ়িয়াই আনিব। হেঁচাৰ কবলৰ পৰা মুক্ত হৈ অসমৰ ছাত্ৰ ছাত্ৰীয়ে এতিয়াৰে পৰা নিজৰ পচন্দৰ বিষয় এটা নিৰ্বাচন কৰি আগবাঢ়ি যাব পাৰিব। 

Previous Post

কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ অসমৰ শিৱ থাপাৰ

Next Post

জ’ বাইডেনৰ দীপাৱলী উদ্‌যাপন

Related Posts

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান
মুখ্য সংবাদ

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ
মুখ্য সংবাদ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
গ্ৰাহকৰ ১ কোটি টকা জুৱাত লগাই আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ, ক’ত ঘটিল এই ঘটনা
মুখ্য সংবাদ

গ্ৰাহকৰ ১ কোটি টকা জুৱাত লগাই আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ, ক’ত ঘটিল এই ঘটনা

May 25, 2022
বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়
মুখ্য সংবাদ

বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়

May 25, 2022
মধ্য প্ৰদেশৰ খাণ্ডৱাত এজন সাধুক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল
মুখ্য সংবাদ

মধ্য প্ৰদেশৰ খাণ্ডৱাত এজন সাধুক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল

May 25, 2022
কংগ্ৰেছৰ নির্বাচনী ৰণনীতি তৈয়াৰ কৰিবলগীয়া গোটত প্ৰশান্ত কিশোৰৰ সহযোগীক অর্ন্তভূক্ত
মুখ্য সংবাদ

কংগ্ৰেছৰ নির্বাচনী ৰণনীতি তৈয়াৰ কৰিবলগীয়া গোটত প্ৰশান্ত কিশোৰৰ সহযোগীক অর্ন্তভূক্ত

May 24, 2022
Next Post
জ’ বাইডেনৰ দীপাৱলী উদ্‌যাপন

জ' বাইডেনৰ দীপাৱলী উদ্‌যাপন

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে

এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7