VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

হিজাব পৰিধান নকৰিলে ল’ব লাগিব মনোবৈজ্ঞানিক চিকিৎসা-পৰিস্কাৰ কৰিব লাগিব মর্গ, ইৰাণত আন এক কঠোৰ নিয়ম

voicedesk by voicedesk
August 8, 2023
in মুখ্য সংবাদ
হিজাব পৰিধান নকৰিলে ল’ব লাগিব মনোবৈজ্ঞানিক চিকিৎসা-পৰিস্কাৰ কৰিব লাগিব মর্গ, ইৰাণত আন এক কঠোৰ নিয়ম
0
SHARES
38
VIEWS
Share on FacebookShare on Twitter

 

ইৰাণে হিজাব বিৰোধী আন্দোলন বন্ধ কৰিবলৈ তৎপৰ হৈ পৰিছে ৷ হিজাব পৰিধান নকৰিলে জেল আৰু জৰিমনাৰ পিছত মানসিক চিকিৎসা আৰু মৰ্গ চাফাইৰ দৰে কার্য  শাস্তিৰ তালিকাত সংযোজন হ’ল।

 

৬১ বছৰীয়া আফছান বায়েগুন হিজাব বিৰোধী আন্দোলনৰ সমৰ্থক। তেহৰাণৰ আদালতে এইগৰাকী পেছাদাৰী অভিনেত্ৰীক দুবছৰৰ কাৰাদণ্ড বিহে। ইয়াৰ উপৰিও তেওঁ সপ্তাহত এদিন মনোৰোগ বিশেষজ্ঞৰ ওচৰলৈ যাবলগীয়া হয়। আদালতৰ দাবী যে আফছান মানসিকভাৱে অসুস্থ। হিজাব পৰিধান নকৰাৰ এই মানসিকতাৰ পৰাই তেওঁৰ মাজত ‘চৰিত্ৰহীনতাৰ’ বীজ ৰোপন হ’ব পাৰে ৷ কিন্তু আফছান নতুন নহয়, আন এগৰাকী ইৰাণী অভিনেত্ৰী আজাদেহ ছামাদীক ইৰাণৰ আদালতে একে শাস্তি প্ৰদান কৰিছে। ছামাদীয়ে ‘অপৰাধ’ অনুষ্ঠানৰ সময়ত হিজাবৰ সলনি টুপী পিন্ধিছিল। আনকি স্কুললৈ যোৱা ছোৱালীবোৰকো এই ‘মনোবৈজ্ঞানিক চিকিৎসা’ৰ পৰা ৰেহাই দিয়া নহ’ব ৷

 

আন এটা গোচৰত আদালতে এগৰাকী মহিলাক হিজাব পৰিধান নকৰাৰ বাবে এমাহৰ বাবে মৰ্গৰ মৃতদেহ পৰিষ্কাৰ কৰিবলৈ শাস্তি প্ৰদান কৰে। গাড়ী চলোৱাৰ সময়ত মহিলাগৰাকীয়ে হিজাব পৰিধান কৰা নাছিল। সেইটোৱেই চূড়ান্ত অপৰাধ বুলি দাবী কৰে ন্যায়াধীশসকলে।

 

মাহছা আমিনিৰ মৃত্যুক লৈ সৃষ্টি হোৱা প্ৰতিবাদ দমনৰ বাবে দেশৰ প্ৰশাসনে ধাৰাবাহিকভাৱে দমনমূলক নীতি গ্ৰহণ কৰিছে। কাৰাদণ্ড, জৰিমনা, ​​গাড়ী বাজেয়াপ্ত আদিৰ দৰে কঠোৰ পদক্ষেপ গ্ৰহণ কতৰি আহিছে । ব্যক্তিগত সংগঠনত কৰ্মৰত মহিলাসকলকো হিজাব পৰিধান নকৰিলে চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছে প্ৰশাসনে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইৰাণৰ সংসদে জুলাই মাহৰ শেষৰ ফালে মহিলাৰ স্বাধীনতা আৰু হিজাব সম্পৰ্কীয় বিধেয়ক প্ৰস্তাৱ কৰিছিল। ইয়াৰ দ্বাৰা পৰিস্থিতি অধিক জটিল হৈ পৰিছে ৷

Previous Post

১০০-২০০ নহয়, বক্স অফিচত ৮ হাজাৰ ৩০০ কোটিৰ ব্যৱসায়! মহিলা পৰিচালিত প্ৰথমখন ছবি হিচাপে ‘বাৰ্বি’ৰ নজিৰ

Next Post

নগাঁও মহাবিদ্যালয়ৰ ৭৯সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন, বিভিন্ন বঁটা-মানপত্ৰ প্ৰদান

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
নগাঁও মহাবিদ্যালয়ৰ ৭৯সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন, বিভিন্ন বঁটা-মানপত্ৰ প্ৰদান

নগাঁও মহাবিদ্যালয়ৰ ৭৯সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন, বিভিন্ন বঁটা-মানপত্ৰ প্ৰদান

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7