VOICE 24x7
Friday, June 9, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
October 29, 2021
in মুখ্য সংবাদ, ৰাজনীতি
আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

কালি সন্ধিয়া সাপ্তাহিক ৰাজ্যিক কেবিনেটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কিছু গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈ কিছু সিদ্ধান্ত গ্ৰহণ কৰে। লাভলীনা বৰগোহাঁইক ডেপুটি চুপাৰিনটেনডেন্ট অফ পুলিচৰ পদত নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

অসম চৰকাৰে কৃষিখণ্ডৰ উন্নয়নৰ বাবে নাবাৰ্ডৰ পৰা ৫০৮.৬০ কোটি টকাৰ ঋণ সংগ্ৰহ কৰাৰ কথা সিদ্ধান্ত লয়।

অলপতে আনুষ্ঠানিকভাবে মুকলি কৰা কৃতজ্ঞতা পৰ্টেল জৰিয়তে পেঞ্চনৰ সৰু বৰ সকলোটি কথা সামৰি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। AMTRON ক এই সন্দৰ্ভত জিলাসমূহত সেৱা কেন্দ্ৰ স্থাপন কৰিবলৈ অনুমোদন জনায়। জিলাত কৰ্মৰত শিক্ষাখণ্ডৰ উচ্চ পদস্থ বিষয়াসকলেও কৃতজ্ঞতা পৰ্টেলৰ সুবিধাসমূহ লাভ কৰিব পাৰিব।

এবছৰৰ ভিতৰত পেঞ্চন সম্পৰ্কীয় দিশসমূহ মিমাংসা কৰা হ’ব। অৰ্থাৎ কৃতজ্ঞতাৰ জৰিয়তে শিক্ষা বিভাগৰ লোকসকলে এবছৰৰ ভিতৰত পেঞ্চন লাভ কৰিবলৈ সক্ষম হ’ব।

পেঞ্চনৰ ক্ষেত্ৰত জটিলতা নাইকিয়া কৰিবলৈ এই পৰ্টেল মুকলি কৰা হৈছিল। অনাগত সময়ত কৃতজ্ঞতা পৰ্টেলে অন্য বিভাগসমূহকো সামৰি ল’ব।

 

Previous Post

দেৱালয়ৰ সোণ ৰাজহুৱাখণ্ডৰ উন্নয়নত ব্যৱহাৰ

Next Post

দেশৰ দহ স্থানত কম্পিটিচন কমিছন অৱ্ ইণ্ডিয়াৰ তদন্তকাৰী বিষয়াৰ সুৰা কোম্পানীত তালাচী

Related Posts

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন
মুখ্য সংবাদ

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু
মুখ্য সংবাদ

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো
মুখ্য সংবাদ

১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো

June 8, 2023
নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
মুখ্য সংবাদ

নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

June 8, 2023
হংকঙক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰত পৰিণত নিউয়র্ক
মুখ্য সংবাদ

হংকঙক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰত পৰিণত নিউয়র্ক

June 8, 2023
দিল্লীৰ ছিৰি গড়ত উদ্ধাৰ হ’ল চুলতান যুগৰ সুৰংগ!
মুখ্য সংবাদ

দিল্লীৰ ছিৰি গড়ত উদ্ধাৰ হ’ল চুলতান যুগৰ সুৰংগ!

June 8, 2023
Next Post
দেশৰ দহ স্থানত কম্পিটিচন কমিছন অৱ্ ইণ্ডিয়াৰ তদন্তকাৰী বিষয়াৰ সুৰা কোম্পানীত তালাচী

দেশৰ দহ স্থানত কম্পিটিচন কমিছন অৱ্ ইণ্ডিয়াৰ তদন্তকাৰী বিষয়াৰ সুৰা কোম্পানীত তালাচী

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 9, 2023
চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7