VOICE 24x7
Tuesday, May 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান

১৫আগষ্টতত সৰ্বাত্মক বন্ধ ঘোষণা সংগঠনটোৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 6, 2022
in মুখ্য সংবাদ
আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান
0
SHARES
43
VIEWS
Share on FacebookShare on Twitter

১৫আগষ্টৰ দিনা এইবাৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনাইছে অসমৰ উগ্ৰপন্থী সংগঠন আলফা(স্বা)ই ৷ স্বাধীনতা দিৱসৰ দিনটো সৰ্বাত্মক বন্ধ ঘোষণা কৰিছে উগ্ৰপন্থী সংগঠনটোৱে ৷ এক বিবৃতি যোগে ইতিমধ্যে প্ৰকাশ পাইছে ১৪তাৰিখে নিশা ১২ বজাৰ পৰা ১৫ আগষ্টৰ দিনা বিয়লি ৬বজালৈকে ঘোষণা কৰা এই বন্ধ  কথা   ৷ অৱশ্যে জৰুৰীকালিন বিভাগ ,সংবাদ মাধ্যম আৰু ধৰ্মীয় কামকাজৰ ক্ষেত্ৰত নাথাকিব কোনো বাধা ৷ সংবাদ মাধ্যমলৈ এই সন্দৰ্ভত আলফা(স্বা),ৰ লগতে এন এছ চি এন আৰু জি পি আৰ এনে প্ৰেৰণ কৰিছে যৌথ বিবৃতি ৷

আনহাতে বিবৃতিখনত স্বাক্ষৰ কৰিছে আলফা (স্বা)ৰ কেপ্তেইন ৰোমেন অসমে ৷অসম,নাগালেণ্ড,মণিপুৰ ,ত্ৰিপুৰা আৰু মেঘালয়ত এই বন্ধৰ দিনটোত সৰ্বাত্মক বন্ধৰ আহ্বান জনাইছে আলফা(স্বাধীন)ই ৷ চলিত বৰ্ষৰ স্বাধীনতা দিৱসৰ দিনটোত সৰ্বাত্মক বন্ধ ঘোষণা কৰি সংবাদ মাধ্যমলৈ এই বিবৃতি প্ৰেৰণ কৰা হৈছে ৷

 

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

আজি শংকৰদেৱ কলাক্ষেত্ৰৰ ‘মাধৱ দেৱ প্ৰেক্ষাগৃহ’ত গন্ধৰ্বৰ নৱতম নাটকৰ ৰূপত ‘মুলাই – The root’

Related Posts

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি
মুখ্য সংবাদ

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি

May 30, 2023
দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়
মুখ্য সংবাদ

দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়

May 30, 2023
ছয় বছৰীয়া শিশুৰ ১২ টা শৃংগ জয়েৰে চমক , কম বয়সতে মাউণ্ট এভাৰেষ্ট জয় কৰিবলৈ কৰিছে পৰিকল্পনা
মুখ্য সংবাদ

ছয় বছৰীয়া শিশুৰ ১২ টা শৃংগ জয়েৰে চমক , কম বয়সতে মাউণ্ট এভাৰেষ্ট জয় কৰিবলৈ কৰিছে পৰিকল্পনা

May 30, 2023
ফোনৰ সন্ধানত জলাশয়ৰ পৰা ২১ লাখ লিটাৰ পানী সিঁচা চৰকাৰী বিষয়াক ২১ লাখ টকাৰ জৰিমনা!
মুখ্য সংবাদ

ফোনৰ সন্ধানত জলাশয়ৰ পৰা ২১ লাখ লিটাৰ পানী সিঁচা চৰকাৰী বিষয়াক ২১ লাখ টকাৰ জৰিমনা!

May 30, 2023
দলঙৰ পৰা বাগৰি পৰিল ৭৫জন যাত্ৰীসহ বাছ! জম্মুত দুৰ্ঘটনা,  ৮ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

দলঙৰ পৰা বাগৰি পৰিল ৭৫জন যাত্ৰীসহ বাছ! জম্মুত দুৰ্ঘটনা, ৮ জন লোকৰ মৃত্যু

May 30, 2023
নগাঁৱৰ কৰৈয়ণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত “শুভাশিষ প্ৰদান” অনুষ্ঠান সম্পন্ন
মুখ্য সংবাদ

নগাঁৱৰ কৰৈয়ণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত “শুভাশিষ প্ৰদান” অনুষ্ঠান সম্পন্ন

May 29, 2023
Next Post
আজি  শংকৰদেৱ কলাক্ষেত্ৰৰ ‘মাধৱ দেৱ প্ৰেক্ষাগৃহ’ত গন্ধৰ্বৰ নৱতম নাটকৰ ৰূপত ‘মুলাই – The root’

আজি শংকৰদেৱ কলাক্ষেত্ৰৰ 'মাধৱ দেৱ প্ৰেক্ষাগৃহ'ত গন্ধৰ্বৰ নৱতম নাটকৰ ৰূপত 'মুলাই - The root'

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি

May 30, 2023
বিজেপিৰ প্ৰতি  বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে  ছিন্দেৰ সংগ !

বিজেপিৰ প্ৰতি বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে ছিন্দেৰ সংগ !

May 30, 2023
দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়

দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়

May 30, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7