VOICE 24x7
Monday, December 11, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

জার্মানীত পিতৃ-মাতৃৰ পৰা কাঢ়ি কিয় শিশু গৃহত ৰখা হৈছে কণমানি আৰিহাক? মুকলি কৰি দিবলৈ ভাৰত চৰকাৰে লিখিলে পত্ৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 5, 2023
in মুখ্য সংবাদ
জার্মানীত পিতৃ-মাতৃৰ পৰা কাঢ়ি কিয় শিশু গৃহত ৰখা হৈছে কণমানি আৰিহাক? মুকলি কৰি দিবলৈ ভাৰত চৰকাৰে লিখিলে পত্ৰ
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

দুবছৰ ধৰি বাৰ্লিনৰ শিশু গৃহত ‘বন্দী’ হৈ থকা ভাৰতীয় শিশু আৰিহা শ্বাহক ঘূৰাই অনাৰ বাবে ভাৰত চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ২০২১ চনৰ ছেপ্টেম্বৰ মাহত আৰিহাৰ বয়স আছিল ২৭ মাহ। জাৰ্মান বাসিন্দা ভাৰতীয় দম্পতী ভৱেশ আৰু ধৰা শ্বাহে সন্তানক উপযুক্ত যত্ন নোলোৱাৰ অভিযোগ উত্থাপন কৰি তেওঁলোকৰ পৰা আৰিহাক কাঢ়ি লৈ ​​যায়। আনকি পিতৃ-মাতৃৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগো উত্থাপন হৈছিল। পিছত অভিযোগ খাৰিজ কৰা হয় যদিও আৰিহাক পিতৃ-মাতৃৰ ওচৰলৈ ঘূৰাই পঠিওৱা নহ’ল।

 

এক সাক্ষাৎকাৰত ধৰা শ্বাহে কয় যে জাৰ্মান চৰকাৰৰ সৈতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে যোগাযোগ কৰিছে। অতি সোনকালে আৰিহাক দেশলৈ ঘূৰাই পঠিয়াবলৈ অনুৰোধ জনোৱা হৈছে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক কঠোৰ বিবৃতি প্ৰকাশ কৰিছে বুলি ধৰাই কয়।  তেওঁ কয় “জাৰ্মান প্ৰশাসনক আৰিহাক শীঘ্ৰে দেশলৈ ঘূৰাই পঠিয়াবলৈ কোৱা হৈছে। আমি এইবাৰ আশাৰ পোহৰ দেখিবলৈ পাইছো । আৰিহা হয়তো সঁচাকৈয়ে ঘৰলৈ উভতি আহিব পাৰে।”

 

২০২১ চনৰ ছেপ্টেম্বৰ মাহত সংঘটিত ঘটনাত ভৱেশ আৰু ধাৰাই কন্যাক চিকিৎসকৰ ওচৰলৈ লৈ গৈছিল। ছোৱালীজনীৰ ডায়েপাৰত তেজ দেখি তেওঁলোক ডাক্তৰৰ ওচৰলৈ গ’ল। তেতিয়া চিকিৎসালয় কৰ্তৃপক্ষই চাইল্ড কেয়াৰ চাৰ্ভিচেছক জনাইছিল। তেতিয়াৰ পৰাই জাৰ্মানীত এই শিশুটি শিশু গৃহৰ তত্বাৱধানত আছে।

 

ভাৰতৰ মতে শিশুটিৰ ভাষা, ধৰ্ম, সংস্কৃতি বা সামাজিক পৰিৱেশ সকলো বেলেগ বেলেগ। এই পৰিবেশত থকাটো তেওঁৰ বাবে গুৰুত্বপূৰ্ণ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কয় ‘ আমি বাৰে বাৰে জোৰ দি আহিছো যে অৰিহা শ্বাহ এগৰাকী ভাৰতীয় নাগৰিক। শিশুৰ আৰ্থ-সাংস্কৃতিক বৃদ্ধি নিৰ্ভৰ কৰে  পিতৃ-মাতৃৰ লগত ক’ত থাকে তাৰ ওপৰত। অৰিহাক অতি সোনকালে ভাৰতলৈ ঘূৰাই পঠিয়াবলৈ জাৰ্মান চৰকাৰলৈ অনুৰোধ। ভাৰতীয় নাগৰিক হিচাপে তেওঁৰ সেই অধিকাৰ আছে। আমি নিশ্চিত কৰিম যে সেয়া যাতে হয়।“

Previous Post

নগাঁৱৰ কামপুৰত ইতিহাস সম্বলিত তথ্যচিত্ৰ “নতুন খোজ A New Step”ৰ চিত্ৰগ্ৰহণ

Next Post

খুল্লাম খুল্লা পেয়াৰ কৰেংগে- গোৱাত কাৰ সৈতে ছুটী কটালে অমিতাভৰ নাতিনী নব্যাই

Related Posts

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন
মুখ্য সংবাদ

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏
মুখ্য সংবাদ

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো
মুখ্য সংবাদ

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ
মুখ্য সংবাদ

নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

December 9, 2023
নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান
মুখ্য সংবাদ

নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

December 9, 2023
কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ
মুখ্য সংবাদ

কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ

December 8, 2023
Next Post
খুল্লাম খুল্লা পেয়াৰ কৰেংগে- গোৱাত  কাৰ সৈতে ছুটী কটালে  অমিতাভৰ নাতিনী নব্যাই

খুল্লাম খুল্লা পেয়াৰ কৰেংগে- গোৱাত কাৰ সৈতে ছুটী কটালে অমিতাভৰ নাতিনী নব্যাই

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7